পৃষ্ঠা:হেমকোষ.pdf/৫৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • 8

পফাই ফুৰ, ইফালে সিফালে ঘূৰি ফুৰ, to go round, to walk. পাওঁতা, কদ, স. { ওপৰলৈ চোৱা পূৰ্ণ অৱস্থা পোৱাওঁতা, মেৰাওঁতা ইত্যাদি, a man who causes to ripen, &c., (স্ত্ৰী) পৰ্কতী। পকা খৰিচা, “খৰিচা ” চোৱা। পকা-চুলীয়া, বি. পকাচুলিযুক্ত, gray- haired. পৰ্কী, বি. (বং পাকা) ইটা আদিৰে সজা; যেনে, পকী ঘৰ, পকী আঁকে, built of brick of stone. ম. শ. পকী ঘৰ; যেনে, পকীটো গিল, a liouse built of brick or stone. পকীয়া, বি. (অং. পাক, মেৰ পাক থকা, মেৰ খোৱা, পোন নোহোৱা; বেঁকা, twisted, curlul, crooked. পকীয়াপকি, বি. অনেক পাক বা ভাজ পকোৱাপকি, থকা, বেঁকাবেকি পোন নোহোৱা; যেনে, পকীয়াপকি বাট, not straight, zigzag. পক্ক, বি. (স. পৰু; সিজোৱা-প, সিজা সিজোৱা বা ৰন্ধা; যেনে, অন্ন পঙ্ক হৈছে; পকা, পূৰ্ণ অৱস্থা পোৱা; যেনে, পক্ক কদলী, পক্ক কেশ, cooked, ripe, , mature, gray ( as the hair ). পান্ন, স. শ. {স পা, সিদ্ধা—পক্ক, সিজোৱা+অন্ন, খাদ্য) সিজোৱা খাদ্য, বান্ধি যুগুত কৰা আহাৰ, cooked foodl. পৰা, বিঅকাকা, নানা বৰণীয়া; কুতীয়া, pt cates 44), spotted, variegated, leprous. পখৰা ওলা, বগা কুঠৰোগ হ; ধেনে, তাৰ iterat cateca, to have white leprosy or leucoderma. পখৰাচিত, বি. ( অং, পখৰা, ঐ+ চিত্ৰ, না বৰীয়া) নানা বৰণীয়া, varie- gatod. পখৰাশিল, স. শ. আগৰ কালত দোষীক খুন্দা এবিধ শিল, সি প্ৰায়ে কেইবা বৰণীয়া আছিল, এহেকে সেই নাম; যেনে, “লম পগ, দহ টকা পৰা শিলেৰে খুলি,” a kind of stone formerly used for boating a crimival with. It was generally of more than one colour. Henec the name. পখৰু, স, শ. (অং. পখৰা, নানা বয়া) আমোল গামোচাৰ ভং। এক নানা বৰণীয়া কাপোৰ একে লগে সি কৰা যায়, আৰু পাচে চূণৰ আৰু তামোলৰ বৰণ লাগিও চিত্ৰিত হয়, এতেকে সেই নাম, the lining of the cloth in which betel-puts are carried abont the person, পখাল, দ, ধ, (সং, প্ৰক্ষালন, ধোন--প্ৰ, ভালৰূপে+কন্তু, ধো ধো, পানীৰ দ্বাৰা fafti , to wash, to rinse. 74. 94. পখালো, (খ্ৰী) পখলতী। পখালন, ক্লদ, স. ধোৱন, the act of washing. পখিয়া, স, ধা. (অ, পাখি, চৰাইৰ গাৰ ঢাকনী) পাখি গুচা; যেনে, পাৰটো পখিয়াইছে; আঁজুৰি আউল কৰ, নেফিয়া, { চুলিত খাটে); যেনে, তাইৰ চুলি পখিয়াইছে, to stripp of feathers, to disarrange hy pulliny, as the hair. পখিয়াপখি, স, শ, চুলিয়াচুলি, চুলি Tootay siters, the act of pulling cach other by the hair. পখিলা, স, শ, { অং. পাখি, চৰাইৰ গাৰ ঢাকনী+ল, গ্ৰহণ কৰ) এবিধ পাখি লগা কীট বা পতঙ্গ। তাৰ অনেক বিষ। সকলোৱেই কণ পাৰে, তাৰ পৰা পলু বা বিছা হয়, সি বাহ বান্ধি কিছু দিন থকাৰ পাচত তাৰ পৰা আকৌ পখিলা জন্মে, a butterfly. পগ, স.. (হি. পী; বং, পাড়ি, মূৰত বন্ধু কাপোৰ কোনো পাত্ৰ আদিৰ মূখৰ বা মুৰৰ পাগুৰি বা আঙ্গঠিৰ নিচিনা odonty, the ring or brima of a vessel, &e.