পৃষ্ঠা:হেমকোষ.pdf/৫৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

to পতি পচঠি, সংখ্যা (সং. পঞ্চবষ্টি, বং. পঁয়ষট্টি) পাচ অধিক ষাঠি, sixty-five. পঁচুত্তৰ, সংখ্যা (সং, সঞ্চসপ্ততি; ব. পচাত্তৰ পাচ অধিক সৰি, seventy- five. পজা, . শ. (সৎ, পঞ্জৰ, চৰাইৰ সজা) চৰাইৰ সজাৰ নিচিনা অৰ্থাৎ নিচেই ক্ষুদ্ৰ ঘৰ, a hut, a hovel. পাল, দ, ধ, { “পিজাল” চোৰা) জোঙ্গাল, tot 9, to give a point to, to cut or grind to a sharp end. পজাল, স, শ. (স. পদচালন, খোজ কঢ়।) ভৰিৰ শব্দ আদি শুনি কোনো মানুহ বা জন্তু আদি ওচৰ চাপিছে বুলি কৰা অনুমান, উমান, গম, সঁহাৰি, আঁটকাল; যেনে, কালি ৰাতি চোৰ অহাৰ পাল পাইছিলোঁ, a guess or conjecture formed from the sounds of foot. stops, &c., of the approach of some person or animal, a slight notice of the occurrence of somncthing. পড়ি, স. শ. (সং. পণ্ডিত, জ্ঞানী) জ্ঞানী লোক, বিদ্যাৱন্ত লোক, a learntal ilah. বি. বিদ্যাৱস্ত, জ্ঞানী, learned. (বৰ চলিত নহয়)। পড়িলি, গু. শপণ্ডিতৰ গুণ, বিদ্য, learning, wisdom. পকু অ, ধা. (সং পক্ক, পকা) পূৰঠ হ, পূৰ্ণ অৱস্থা পা, পূৰঠ হৈ কোমল বা টান হ (পকিলে কোনো বস্তু কোমল, কোনো বস্তু টান হয়, কোনো বস্তু ৰসাল, কোনো বস্তু নীল হয়; যেনে, কল। পকিছে, ধান পকিছ; বোগ বা বুঢ়া অৱস্থাৰ নিমিত্তে বগাই (চুলিত খাটে); যেনে, চুলি পকিছে; পূজ ধৰ; যেনে, খহু পকিছে; তাপ পাই উতল (তেল বা ঘিউ খাটে); যেনে, তেল পকিছে, to ripen, to become gray (as the hair), to suppurate, to be boiling hot, as oil, &c. পক ধৰ, পৰিবলৈ আৰম্ভ কৰ; যেনে, কলে পক ধৰিছে, চুলিয়ে পক ধৰিছে, খাৱে পক ধৰিছে, to begin to ripen, to become gray as the hair), or to suppurate. . প উঠ, পকি কোমল হ; যেনে, কলাৰ পক উঠিছে, বসস্তৰ পক উঠিছে, to ripen, to suppurate. কটিয়া, অ, ধা (অং, পাক দিয়া, ঘূৰোৱা) ঘূৰাই পকাই চোবা, পাগুল; গৰুৱে ঘাঁহ পটিয়াই চোবায়, ঘূৰি ফুৰ, ইফালে সিফালে ফুৰ; যেতে, সি গাৱঁত পকটিয়াইছে বা পটিয়াই ফুৰিছে, to turu mund and round in the mouth, to chew the cud, to take a round, $ ) hither and thither. পকনি, কদ, স. বহু বা ঘাৰ পকা অৱস্থা, suppuration. পকনী, স. শ. ম বা ঘা পকোৱা দৰব, a suppurativu. পকৰা, “কপ" চোৱা। পক, বি. { অং. পক্, পূৰঠ হ} পূৰঠ হৈ কোমল বা টান হোৱা, পূৰ্ণ অৱস্থা পোৰা ( ফল আদি), পূৱ ধৰা; বুঢ়া হৈ বগা হোৱা, { ডাঢ়ি চুলি }; নিপুণ; যেনে, পকা মানুহ; ইটা বা শিলেৰে সজা; যেনে, পকা বাৰ; শুকাই টান আৰু নীৰস হোৱা; যেনে, পকা বালি বা মাটি; তাপ পাই উতলা ঘিউ বা তেল; যেনে, পকা তেল, rile, suppurated, turned gray ( as the hair ), skilful, made of brick, &c., dry and hard. স, ধ, পূৰ্ণ অৱস্থা প্ৰাপ্ত কৰ; যেনে, কলা পাইছে; পূজ ধৰা; যেনে, টেই খই পকায়; চুলিৰ দৰে বগা ক; যেনে, বায়ুৱে চুলি পকাষ, to cause to ripen or suppurate, to make gray (as the hair) পকা, স. বা. (অং. পাক, যেৰ) মে, মেৰ খুৱা, পাক লগা, to twist, to wind. অ, ধ, ঘূৰি ফুৰ, ইফাল সিফাললৈ গতি ক; ধেনে, আলি বাটত পকাই আহিলো, to take a round.