পৃষ্ঠা:হেমকোষ.pdf/৫৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পগল পছোৱা। gray bark, , পগশা, বি. ( হিং. পাগলা; , পাগল, বলিয়া) উন্মত্ত, বলিয়া, ৰাগীৰ দ্বাৰা জ্ঞান গুচা, mal, intoxicated. স. শ. বলিয়া মানুহ, a ma man. (স্ত্ৰী) বি. স. শ. পাগলী। পগা, সবা. {হিং. পগানা; সং, প, সিজা} জুলীয়া বস্তু তপতাই ঘন কৰ; যেনে, গাখীৰ পগাইছে, to boil, to thicken by boiling, as a fluidl. ক. স. পগাওঁতা, (স্ত্ৰী) পৰ্গাতী। পগোৱা, স, ধা. আনৰ দ্বাৰা পতাই ঘন

  • , to cause to be boiled.

পঘা, স. শ. (হিং, পগা, গৰু বন্ধা জৰী) গৰু বন্ধা ডোল, a rope for binding cattle. পধা-খোৱা, স. শ. (পঘা কামুৰি ছিঙ্গি পলাই যোবা, এতেকে। বৰ দুষ্ট মানুহ (foto). a very wickel person. { স্ত্ৰী) পঘা-খাতী। পখানঠীয়া, বি. পথাৰ মূৰত থকা গাঁঠিৰ fafaaly, resenlling the round knot at the end of a rope used in tying cattle. পঙ্ক, স. শ. (সং, পঙ্ক—পচ, বিস্তৃত হ) বোকা, পল, mid, clay. পঙ্কজ, স. শ. (সং. পঙ্কজ-পঙ্ক, ঐ + জুন, উৎপন্ন হ) পদ্ম, পদুম ফুল, a lotus. পঙ্কময়, বি. (স.) বোকাযুক্ত, muddy, like mud. পৰ্কিল, বি. (সং. পলিপ, ঐ বোকা- যুক্ত, বোকাময়, muddy. প, স. শ(সং. পঙ্গু-ধাতু অনিশ্চিত ) cetzl, a cripple. পচ, অ, ধা. (সং. পচ্ সিজাই কোমল ক) পুৰণি হৈ বা ৰদ বৰষুণ পৰি কোমল হ, জীৰ্ণ হ, জহি যা; যেনে, কাঠোল পচিছে; গেল, to rot, to decay, to be putrid. . সমা-গেল, পছ; আগৰটো ধাতুৱে বিকৃতি পাই দুৰ্গন্ধ হোৱা বুজায়; যেনে, মাছ গেলিছে; পাচৰটো স্বভাৱতে টান বৎ জীৰ্ণ হৈ কোমল হোৱাত খাটে, কদাচিত হে গেলা অৰ্থ বুজায়; যেনে, কাঠোল পচিছে। ৰসাল বস্তু গেলে, নীৰস টান বস্তু পচে। পচতীয়া, স, শ. (অং. পাঁচ-পতীয়া) প্ৰতি ঠাৰিত পাঁচোটা পাত থকা এবিধ দৰবৰ গছ, (সং, সিন্ধুৱাৰ), a deciduous shrul withi thin Vitex neyunc. (Gamble). সচলা, স, শ, (সং, পচন, পাক কৰণ ) সিজাই খাবলৈ অনা বা যুগুত কৰা সৰু কলা পুলি, a sprout of the plantain tree dressed for food'. পচা, স. ধা. (অং. প, জীৰ্ণ হ) জীৰ্ণ কৰ, বদ বৰষুণত পেলাই কোমলা; যেনে, পৰাখান বাহিৰত থৈ পচালে, গলিত কৰ, গেল; গাজ ওলাবৰ কাৰণে পুতি থ, জোৱা; যেনে, গুটি পাইছে, (মাটিত পুতি পলে গুটি কুমলি শীঘ্ৰে গাঙ্গ ওলায়, A027 ), to cause to rot, to putrify, to sow (as see ). বি. পুৰণি হৈ বা ৰদ-বৰষুণত পৰি কোমল হোৱা, জীৰ্ণ হোৱা; যেনে, পচা কাঠ; গেলা, rotten, putrid, “গেল চোৱা। পচাৰ, স, শ, (সং. প্ৰচাৰ, প্ৰকাশ) নিমেষ, অলপকৈ চকু মেলি আকৌ পোৱা কাৰ্য, nictation, winking of the eye. স, ধ, অলপকৈ মেলি আকৌ মুদ, open and shut rapidly as to the eye. . পচিম, স. শ. (সং. পশ্চিম, পূবৰ সমুখৰ দিশ) পূবলৈ পিঠি দিলে যি ফাললৈ মুখ হয় সেই দিশ, বেলি মাৰ যোৱ দিশ, the west. পচিমীয়া, বি, পচিম দিশৰ, পশ্চিম দেশত থকা বা উৎপন্ন; পচিমৰ পৰা অহা; যেনে, পচিমীয়া মানুহ, পচিমীয়া বতাহ, horn or produced in a western country, coming from the west. পচোৱা, বি. পশ্চিম ফালৰ পৰা পূবলৈ চলা (বতাহত খাটে); যেনে, পচোৱা বতাহ,