পৃষ্ঠা:হেমকোষ.pdf/৫৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নোম। গাত গজা, চুটি, চুলিৰ নিচিনা বস্তু; 160457 it, hair of the body, nap of cloth. নোম, বি. মুমলীয়া, পাচতীয়া, শেহতীয়া, cultivated or produced last of all or late in the season, born last of all, নোমলকৈ, ক্ৰি. বি. বতৰৰ শেষত; সকলোৰে 50, lato in the season, last of all. নোমল, বি. নোমযুক্ত, অধিক নোম থকা, hairy, shaggy. নোৱন, স. শ. (অং নোৱ, মাহ হল- নোৱনি, ধিৰে মিহলি তেল ঘঁহ) দৰাৰ বা কন্যাৰ গা ধুওৱাৰ আগেয়ে গাত বটা মাহ হালধিৰে মিহলি তেল ঘহ কাৰ্যা, the ccremony of anointing the bridegroom or bride with unguents preparatory to bathing him or her before marriage. নোৱনি-ঘৰ, স. শ. দৰা বা কন্যাক নোওৱা 97, the room in which the above ceremony is performed. নোৱা, স. ধ. (হি. নেহানা, গা ধোৱা} বিয়াৰ নিমিত্তে গা ধুওৱাৰ আগেয়ে দৰা বা কন্যাৰ গাত বটা হালধি আৰু মহেৰে forfa 69 is to anoint, as the Isridegroom or bride, with un- guents preparatory to hathing him or her before marriage. নোৱাই-তোলনি, স. শ. প্ৰথমে ঋতুমতী হোৱাৰ পৰা সাত দিনৰ মূৰত কাক নোৱাই গা ধুওৱা কাৰ্য্য, the ceremony of anointing a girl with unguents and bathing her on the seventh day after the first appearance of catamenin. নোৱাৰ, অ, ধা. { অং. ন, না-পদ + পাৰ, সমৰ্থ হ) অপাৰগ হ, অসমৰ্থ হ; যেনে, faat catata, to be unable. নোহুহীয়া, বি. (নোনোহ, অনুক) নোহনোহ কৰি কৰা বৰা), whim- pering নায়ু-শাস্ত্ৰ। নোহনোহ, অনুক, অলপ অলপকৈ কাৰ farfsaty **, an imitative sound used to express that of whimpering. নোহনোহনি, স. শ. লৰাই অলপ অলপকৈ কলাৰ শব্দ, পুনপুননি, a whimpering sound. নোহনোহা, অ, ধা, লৰাৰ দৰে অলপ অলপকৈ কান্দ, খুনখুন, to whimper. নোহোৱা-নোপজ, বি. আগে কেতিয়াও নে- দেখা, নুশুনা, আচৰিত, অসম্ভাৱিত, un- usual, extraordinary, strange. নৌ, ক্ৰি. বি. এতিয়ালৈকে নাই; যেনে, ভাত নৌ হয়, not yet. নৌকা, স. শ. (সং. নৌকা-নৌ, নাও। che, a boat. গন্ত, বি. (সং. অন্ত—নি, উপস. +অস, ক্ষেপণ কৰ) গছোৱা, গতাই থোৱা, বিশ্বাস কৰি কোনো লোকৰ হাতত থোৱা, deposited, entrusted. স্যায়, বি. (সং. স্থায়—নি, উপস. + ইন, গতি কৰ) উচিত, যুগুত, যুক্তিযুক্ত। যেনে, গায় কথা; হুল্য, সদৃশ; বোনে, 677 77, proper, reasonable, resem- ling. স. শ. উচিত কথা, যুক্তি, সুবিচাৰ; যেনে, স্থায় থাকিলে ভয় নাই; যুক্তি ধৰি বিচাৰ কৰা বিদ্যা, কাৰ্য্যৰ পৰা কাৰণ আৰু কাৰণৰ পৰা কাৰ্য্য নিশ্চয় কৰা বিদ্যা, propriety, fitness, justice, logic. ন্যায়-পৰু, বি. (সৎ, ন্যায়পৰ~-স্যায়, যুক্তি + পৰ, ৰত) যুক্তিত ৰত, যুগুত কাম কৰা, ন্যায়ৱান, righteous, just, স্যায়-পৰতা, ও. শ. (স.) যুক্তি অনুসাৰে কাম কৰা গুণ, সত্যপ্ৰিয়, অবিচাৰত ৰত, righteousness. স্থায়ৱন্ত, বি. {সং) স্যায়প, উচিত কায়, কাৰ্য কৰা, righteous, just. ভায়ূ-শা, স. শ. (সং. ন্যায়শাস্ত্ৰ-শায়; যুক্তি বিচাৰ কৰা বিদ্যা+শায়, পুখি } কাৰ্যৰ পৰা কাৰণ আৰু কাৰৰ পৰা কাৰ্য্য নিশ্চয় কৰিবলৈ শিকোৱা খুখি