পৃষ্ঠা:হেমকোষ.pdf/৫৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মুন। ৫৪ BO ‘পন্ন যুক্তি ধৰি বিচাৰ কৰিবলৈ শিকোৱা পুথি, a treatise on logic. নূ, বি. (সং. ন্যূন--নি, উপস.+উন, কম) কম, ডাকৰ, যিমান লাগে সিমান contcatal, less, deficient. ন্যূনত, গু. শ(সং.) কম বা তাকৰ হোৱা অৱস্থা, নোজোৰা অৱস্থা বা গুণ, defi- ciency. নূনাধিক, বি. (সং. নূনাধিক – নূন, তাকৰ+ অধিক, সহ) কিছু তাকৰীয়া বা সৰহীয়া; যেনে, মুনাধিক পাঁচ শ tol, a little more or less, about. ন্যূনাধিক্য, শু. শ. তাকৰ বা সৰহ হোৱা অৱস্থা বা গুণ; যেনে, বিলনীয়াৰ নূনা- ধিকাৰ দোষ কমিৰ লাগে, the state of being more or less, inequality. প, ব্যঞ্জনবিলাকৰ একৈশ আখৰ, the twenty-first letter of the con- sonants. পইচা, স. শ. (হি. পৈসা, বৎ. পয়সা। এক অমাৰ চাৰি ভাগৰ এভাগ পৰিমাণৰ এটা তামৰ মোহৰ, a rice, পইজা, স. শ. (হি. পৈজাৰ, জোতা) গোৰোৱা নোসোমোৱ তো, ঘাইকৈ গুণাৰ বন কৰা তেনে জোত, a slipper, especially an embroidered one. পই, স. শ. (সং, পদ, ভৰি) পৰ্বতৰ নাম বা মাটিত লাগি থকা ভাগ, পাত্ৰৰ খুৰাৰ ভলৰ বহল বা ভাঙ্গৰ ভাগ, আলিৰ গতিৰ চাপৰ ভাগ, the foot of a hill, the outer edge of a vessel, the edge of আ; বং, পান্তা, তিয়াই থোৱা ভাত} পাচে খাবৰ কাৰণ পানী দি থোৱা ভাত, পানীত তিতাই থোৱা ভাত, boiled rice soaked in water and kept for a future meal. পঁইতা-চোৰা, স. শ, (অ, ই, ঐ + চোৰ, চুৰ কৰোতা) এবিধ পাখি লগা পোক, ভাৰ বৰণ অলপ মটীয়া ৰঙ্গা, সি চৰুত থোৱা পইতা ভাত খাবলৈ গৈ প্ৰায়ে পানীত পৰি মৰি থাকে, a cockroach, পঁইত্ৰিশ (-ত্ৰি, সংখ্যা (সং. পঞ্চত্ৰি- শৎ; বং. পত্ৰিশপাঁচ অধিক ডেৰ pfa, thirty-five. পচা, স. শ. { অং. পচ, এক অধিক চাৰি, এতেকে অধিক লোক ) অনেকে গোট খাই কোনো কাৰ্য্যৰ নিমিতে আপোন ইচ্ছাৰে দিয়া ধন, ৰাজহুল কামৰ নিমিত্তে প্ৰতি গুনে দিয়া ধন বা বস্তু, a voluntary contribution, a subscription. পচা, স. শ. পাঁচ বা তাতকৈ অধিক জোং লগোৱা মাছ আদি খোচা এবিধ অস্ত্ৰ, à pronged instrument used for spearing fish, , পঁচাৱৈ, সংখ্যা, (সং. পঞ্চনপতি, বং পচাক্সৈ, পচানঝৈ) পাচ অধিক নবৈ, ninety-five. পঁচাশী, সংখ্যা (সং. পঞ্চাশক্তি, কং. পচাশ) পাচ অধিক আশী, eighty-five. পচি, স, শ, দু কড়া কড়িৰে এখান ঢালত খেদা এবিধ খেল, ভাত পাঁচ কড়া কড়ি চিত হৈ পৰিলে তাৰ গুটি পচিশ ঘৰ যায়, সেয়ে তাৰ ভাগৰ দানি, আৰু তাৰ পৰাই সেই খেলৰ নাম হৈছে, a game playeel with six cowri shells on a check- ered board. পঁচিশ-ছ), সংখ্যা- (সং, পঞ্চবিংশছি; বৎ. হিং. পঁচিশ) পাঁচ অধিক কুৰি, twenty-five. পঁপ, সংখ্যা (সং. পঞ্চপঞ্চাশৎ; ৰং পচপা, পচা) পচ অধিক পঞ্চাশ, fifty-five. & road. পইৰা দিয়া, বি. তলফালে বহল খুৰা লগোৱা, having a foot broader at the bottom, পংক্তি, স, শ, (সং. পংক্তি, শাৰী শাৰী, cere, of, a line, row, a range. পইজ, শ, শ, (অং. পানী, ল+ভিতা,