পৃষ্ঠা:হেমকোষ.pdf/৫৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

CARG মোগ; সেই বাটে উশাহ, আৰু মুখৰ পৰা পোনেই তললৈ যোবা টোৱে দি utata 624, the windpipe, the ali- mentary caval, the throat. নেলীল, জন্তু ধৰিবলৈ জোপা ল, ( বাধত Yet ), to lie in wait, as a tiger. নিলুফা, স, শ. অলপ ভাল-চেনিৰ নিচিনা গোন্ধোৱা, অথচ বীজলীয়া ছালেৰে এবিধ গছ, গৰ ছাল ধূপত দিয়া যায়, a kind of Cassia. নেহা, স... (সং, স্নেহ; হিং, নেহ, প্ৰতি) মৰম; পুঁতি, বন্ধু, চেনেহ; এতেকে বন্ধু, love, affection, friendship, a friend, নেহনে-থেথেহ, স. শ. (নেহনেহ, কেঁকো- বাৰ শব্দ থেহবেই, অনুক.) অলপ নৰিয়া, a slight indisposition. নৈ, স. শ. (সং. নদী, সেত পানী) নদী, বৈ গৈ সাগৰত ৰা আন এখান নদীত পৰা সেভ পানী, a river. নৈতিকৃ, বি. (সং. নৈতিক-নীতি, নিয়ম, ৰীতি নীতি-সম্বন্ধীয়, নীতি বিষয়ৰ, re- lating to morality, moral. নৈতি, স. শ. (অং নৈ, নদী+তি, কোষ) নৈৰ পাৰ, a river-bank, a river-side. নৈপুণ্য, স. শ. (সং. নৈপুণ্য-~-নিপুণ, পাৰ্গত) পাৰ্গতালি, পাৰগতা, নিপুণতা, skilfulness, cleverness. নৈবেদ্য, স. শ. (সং. নৈবেদ্য-নিৱেদ, সমৰ্পণ ক) দেৱতাত নিবেদন বা সমৰ্পণ

    • 1*51 47, raw eatables offered

to a deity, an oblation. নৈমিত্তি, বি. (সং. নৈমিত্তিক-নিমিত্ত, কাৰণ ) ফোনো এক বিশেষ কাৰণৰ নিমিত্তে কৰা; যেনে, জৰ গুচিবৰ কাৰণে কৰা শান্তি কৰ্ম্ম নৈমিত্তিক কৰ্ম; বিশেষ ৰণৰ পৰা হোৱা, বিশেষ কাৰণ সম্পৰ্কীয়, wtf , casual, occasional. নৈমিষাৰণ্য, স. শ. (সং. নৈমিষাৰণ্য-- নৈমিষ, এক নিমিতা হোল + অৰণ্য, নো। হাবি) আগৰ কালৰ ঋষি সকলে বা কৰা এক হাবি, তাতে পূতে মুনিবিলাকৰ আগত মহাভাৰৰ ব্যাখ্যা কৰিছিল, a forest near the Gomati ( Gremti') river, in which the Mahúbhárnt was rehearsed by Santi to the as- sembled Rishis. (Dowson). নৈয়ায়িক, বি. (সং. নৈয়ায়িক-ন্যায়, তৰ্কশাস্ত্ৰ) তাৰ্কিক, তৰ্কশাস্ত্ৰ জনা; ন্যায়- শাধ সম্পৰ্কীয়, versed in logic, logical. স, শ, ন্যায়শাস্ত্ৰৰ পণ্ডিত, a. logician. নৈৰাশ, বি. (সং. নিৰাশ, আশা নথকা) হতাশ, আশা চা, disappointel. নৈঋত, স. শ. (সং. নৈঋত-নিতি, ৰাসৰ মাক) দক্ষিণ আৰু পশ্চিমৰ মাজৰ 5, the south-west. নৈশিক, বি, (সং. নৈশিক-নিশা, ৰাতি) ৰাতি হোৱা, ৰাত্ৰি সম্পৰ্কীয়, boxturnal. নৈঠিক, বি. (সং. নৈষ্ঠিক-নিষ্ঠা, ভক্তি ) দেৱতাত ভক্তি থকা, ধৰ্ম্মত ৰত, ধাৰ্শিক, faithful to the deity, religions. নৈসৰ্গিক, বি. (সং. নৈসৰ্গিক -- নিসৰ্গ, স্বভাৱ স্বাভাৱিক, আপুনি হোৱা, দৃশ্য যেনে, নৈসৰ্গিক শোভা, natural. ননা, প্ৰ. অব্য. (সং. নু, প্ৰাৰ্থক অব্যয়) প্ৰঃ সোধা ব্যৱস্থত অবাৰ শব্দ; যেনে, তেওঁ নো কেতিয়া আহিব? a particle used in asking questions. নন, ক্ৰি. বি. নিষেধ বা অস্তাৱ বুজোৱা। ক্ৰিয়া-বিশেষণ, (ওকাৰেৰে আৰক বা ওকাযুক্ত ব্যঞ্জন আগত থকা ক্ৰিয়া বা কৃদন্ত পদৰ আগত থাকে); যেনে, নোলায়, লোহো, a negative particle, নোকোহ, বি. পুষ্ট, ক্ষীণ নোহোৱা, নন- catel, stout, plump. নোকুনুফীয়া, স, শ, (অৰ্থ, নোক নোক, গাহৰিৰ মাত ) গাহৰি, a log (৪lang} নোদোকা, বি. (সং. মুদ, সুখী হ) পুষ্ট, a catteetai, plump, stout, fleshy. নোম, স. শ. {সং- ললাম, গাত হোৱ চুলি)