পৃষ্ঠা:হেমকোষ.pdf/৫৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নীত প্ৰাপ্ত হ) অধম; দুষ্ট, চাপৰ, vile, mean, wicked; low, স. শ, দুষ্ট মানুহ; অধম মামুই; চাপৰ ঠাই, a wicked person, a vile person, a low place. নীত, কৃ. বি. (সং. নীতলী, লৈ যা। 69 atat, faqat, led, taken, conveyed. নীতি, স. শ. সং নীতি-নী, লৈ যা ) আচাৰ, ব্যৱহাৰ, আচৰণৰ নিয়ম; যেনে, দেশৰ নীতি, সজ আচৰণ, নিজৰ বা সমাজৰ উপকাৰ হোৱা বা মন্দ নোহোৱা tür, practice, behaviour, rule of practice, ethics, morality. নীতিকথা, স. ম. সজ আচৰণ-শিকোৱা সাধু কথা; সব শিক্ষা, a moral tale, a discourse on ethics. নীতি, বি. (সং. নীতি, দগ্ধৰ বা সজ আচৰণ +, জান) দস্তুৰ জনা; সজ আচৰণ বুজা, ভাল বেয়া জনা, উচিত wafod way, knowing the practice, custom or the rule, knowing what is right. নীতিশা, স. শ. (সং. নীতি, সজ আচৰণ + শান্ধ, পুথি) সজ আচৰণ শিকোৱা পুথি, & work on morality. নীতিশিক্ষা, স. শ, (সং. নীতি, সজ আচৰণ বা দস্তুৰ; শিক্ষা, উপদেশ} স আচৰণৰ শিক্ষা; দস্তুৰৰ শিক্ষা, instruction on morality, practice or custom. নীয়, “নিয়ৰ" চোৱা। নী, স. শ. (সং. নীৰম্পী, প্ৰাপ্ত হ) পানী, 71, water, jnice. নীৰ, স, শ, (সং, মীৰজনীৰ, পানী+ উৎপন্ন হ) পদ্ম, a lotus. বি. পানীত CRIT), produced in water. নী, মু. শ. (সং. নীৰৰলীৰ, পানী+দা, দান কৰ) মেঘ, a cloud. নীৰৱ, “নিৰৱ” চোৱা। নী, “নিস্” চোৱা। নীৰু, “নি” চোৱা। নীলোগ, “নিৰোগ” চো। “নি” উপসৰ্গৰ যোগন্তুএই বিলাক শব্দৰ “ই” হ্ৰস্ব আৰু “নিৰু” উপসৰ্গৰ যেগত দীৰ্ঘ হয়; তুয়ো শুদ্ধ। নীল, স. শ. (সং. নীল-নীল, বৰণ লগা ) উজ্জ্বল কলা বৰণ উৎপন্ন কৰা এবিধ গছ; ৰম, উজ্জ্বল কলা বৰণ; ৰামৰ এজন সেনা- পতি, judigo, the blue colour, a | monkey chief. বি. নীল বৰণীয়া, blue. নীলকণ্ঠ, স, শ. (সং. নীলকণ্ঠ-নীল, নীল বৰণীয়া+কণ্ঠ, ডিঙ্গি; তেওঁৰ ডিঙ্গিত কলা সচ আছে, এতেকে) শিৱ; এবিধ দৰবত TsN fwy 8t, an epithet of Siva, a kind of medicinal plant. নীলাম্বৰ, স. শ. (সং. নীলাম্বৰ --নীল, কলা + অম্বৰ, কাপোেৰ; তেওঁ কলা কাপোৰ পিন্ধে, এতেকে) বলভদ্ৰ, Balaram. নীলোৎপল, স. শ. {সং. নীলোৎপল-নীল, কলা+ উৎপল, ভেঁটফুল) নীল বৰণীয়া ভেঁটফুল, the blue water lily. ইয়াক নীল কমল আৰু নীল পদ্মও বোলা যায়। নীহ, বি. (সং. নীচ, অধম) নীচ, নিকৃষ্ট, low, vile, inferior. কু, ক্ৰি. বি. অভাৱ বা নিষেধ বুজোৱা ক্ৰিয়া বিশেষণ, এই ক্ৰিয়া বিশেষণ উ বা উৰে আৰ, বা আগৰ আখৰত সেইবিলাকৰ কোনো স্বৰ থকা, ক্ৰিয়া বা কৃদন্ত পদৰ আগত ব্যৱহৃত হয়; যেনে, মুছুবি untu, a negative particle. নুই, স. শ(সং. নহি, নহয়) অস্বীকাৰ, আসৈ ম মাত, denial. মুই কৰ, অস্বীকাৰ কৰু, আসৈ মাতৃ; যেনে, সি সেই কথা নুই কৰিছে, to deny. দুই-নাই, সশ, সমূলি অস্বীকাৰ, totaldenial. সুতি, স. শ. (সৎ, সুতি, প্ৰণাম) এবিধ সৰু আই, লৰাৰ গাত হোৱা এবিধ সৰু খহ। সি হোৱাৰ আগেয়ে সুৰ হয়, আৰু তাৰ আন লক্ষণ পানী চামৰিৰ নিচিনা; কিন্তু তাতকৈ সৰু, (এই ৰোগ হলে শঙলা দেবীৰ পূজা কৰা যায় এতেকে সেই নাম), the chicken pox.