পৃষ্ঠা:হেমকোষ.pdf/৫৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিসা নীচ মাজত অলপো শুদা ঠাই নখকা, ঠাহ , $e, closely packed, compact. নিসান, স. শ. (সং. নিম্বন, শব্দ, শব্দ কৰে, এতেকে ৰণ-বাদ্য, যুগ্ধ বজোৱা ঢোল; মেনে, “হেন উষা সময়ত পচে যদু ৰাই; পশিলা সেনাৰ মাজে নিন কোবাই,” a military drum. নিসা, বি. (অং. নি, নথকা+ সাৰ, চেতন, বোধ ) সাৰ নথকা, অচেতন টোপনিত থকা; যেনে, সি নিষৰ; টিপিলে বা ঘঁহিলে সাৰ বা গম নোপাৱা; যেনে, তাৰ হাতটো নিসাৰ হৈছে, looked in sleep, callous. নি, কদ, বি. {সৎ, নিত--নি, উপস, +, গতি কৰ) বা ওলোৱা, বাহিৰ হোৱা; যেনে, কৃষ্ণৰ মুখৰ পৰা নিস্থত atot, gone forth or out. নিস্তব্ধ, কদ, বি. (সং. নিজ-নিৰ, উপস, + স্তব্ধ, লৰচৰ নকৰা) মৌন, অমাত, মেমাতি ৰৈ থকা; নিশব্দ, silent, still, quiet. নিস্তব্ধতা, গু. শ. (স.) শব্দৰ বা মাতৰ অঙৱ, হাই-উৰুমি নখকা অৱস্থা, still- ness, quietness, silence. নিস্তাৰ, স. শ. (সং. নিৰ, উপ.+ত, পাৰ কৰ উদ্ধাৰ, মুক্তি; আপদৰ পৰা ৰক্ষা, deliverance, salvation. 7. 44. Gata কৰ, মুক্তি দি; ৰক্ষা কৰ, to delive, to save, to rescue. নিন্তা, কদ, স. {সং. নিস্থাৰক) উদ্ধাৰ কৰোতা, মুক্তি দিওঁতা; ৰক্ষা কৰোতা, a deliverer, a Saviour. নিৰি, স. শ. (সং. “নিস্তাৰণ ” শব্দৰ শ্ৰীলিঙ্গ। উদ্ধাৰকাৰিী, মুক্তিবায়িনী, a Saviour (fem.). নিস্তে, বি. (সং. নিজে—নি, নাই+ তেজ, দীপ্তি, শক্তি) দীপ্তি নখকা; যেনে, গধূলিৰ সূৰ্য্য নিস্তেজ; শক্তিহীন, pale, weak, powerless. নিন্তে, বি. (অং নি, নাই+তে, ৰক্ত) তেজ নথকা, শে; যেনে, নৰিয়া

      • face, bloodless, pale.

নিসমৰ, বি. (সং. নিস্বৰ, নিশব্দ) মাত বোল নথকা, কথা নোকাৱা; যেনে, te farat so faqua, quiet, still. নিমৰ মাৰ, মনে মনে থাক, নিস্তব্ধ হ, to be quiet or still. নিম্বাৰ্থ, বি. (সং. নিস্বাৰ্থ-নি, নাই+স্বাৰ্থ, আপোনাৰ হিত চিন্তা) আপোনাৰ হিত নিবিচৰা, উপকাৰৰ আশা নকৰা; যেনে, farater Toy, disinterested. নিহতৃ, কদ, বি. (গৎ.. নিহত—নি, উপস, + হত, মৰা মৰা, বধ কৰ; যেনে, শত্ৰু fazo ya, killed. নিহন্তা, স, শ, মাৰোত, বধে, a killer. নিহল, স. শ. লোৱা, শিকলি, fetter's. নিহা, স. . (হিং. নিহানা, দৃষ্টি কৰণ) দৃষ্টি কৰু, চ; যেনে, “প্ৰবন্ধে ঘোঁৰাৰ সিতে থোক নিলি,” to look at. নিহালী, স. শ. (সং. নিহাৰ, হিম, এঙ্গেকে, জাৰ) জাকালি গাত লোৱা ভূলা ভৰা tenta, & quilt used as a covering in bed. নিহতীয়া, নিশকতীয়া শব্দৰ অপভ্ৰংশ। নিকি, বি. (সং. নিকৃষ্ট, অধম ) অপকৃষ্ট, নীচ, অধম, সামান্য, ইতৰ, inferior, low, vile. নিপালী, বি. ( অং. নি, নাই+পালী, পহৰীয়া, পৰ দিওঁতা, পৰীয়াও সাৰে নথকা সকলো ঘোৰ নিদ্ৰাত পৰা, কেও সাৰে নথকা; যেনে, গাওঁ নিহপালী, locked in sleep, fast asleep. নিহপালী দি, গধূৰ টোপনিত পৰ, to be locked in sleep. নিক্ষিপ্ত, কুদ. বি. (সং. নিক্ষিপ্ত—নি, উপস, + ক্ষিপ্ত, পেলোৱা) পলি মাৰি পেলাই forrl, thrown away. নিক্ষেপ, স. শ. (সং. নিক্ষেপ, পেলোৱা কাৰ্য। পলি মাৰি পেলাই দিয়া কাৰ্য,

  • 4, the act of throwing away.

নীচ, বি. (সং. নীচন+ঈ, সৌভাগ্য+চ,