পৃষ্ঠা:হেমকোষ.pdf/৫৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

4G মুনি। সুনি, স. প. পাট পণুৱে পাত খোৱা এবিধ 915, the silk mulberry tree. মুমলীয়া, বি. (অং. নোমল, শেহতীয়া ) শেহতীয়া, পচতীয়া, সকলোৰে পাচত বা সময়ৰ বা বতৰৰ শেহত হোৱা, ওপজা বা খেতি কৰা; যেনে, মুমলীয়া পানী, লৰা বা ধান, late, born, cultivated or produced last of all. নুমলীয়াকৈ, ক্ৰি. বি. শেষ বতৰত; আটাইৰে 09468, late in the season, last of all. নুমা, স. - {সং. নিৰ্ব্বাণ, লুপ্ত) জলি থকা অৱস্থা গুচা; যেনে, চাকি নুমাল, to extinguish, to put out. 31. 4. eft থকা অৱস্থা গুচ্; যেনে, জুই মুমাল, to be extinguished, to go out, মুৰা, স. শ. (বং. নুড়, আটি ) কোমল বস্তুৰ আটি, আটি বন্ধা কোমল বস্তু; যেনে, পাঁজিৰ সুৰা, পিঠাৰ মুৰা, a bundle of a soft substance, a scroll. নুৰানুৰ, বি. অনেক নুৰা কৰা; যেনে, পাঁজি- cata pata faata, kept in many bundles. . মুৰিয়া, স. বা. নুৰা কৰ, আটি বা; যেনে, tracta afaat, to roll up, to tie up in a bundle. মুৰিয়ানুৰি, স, শ, পেটত পেলুৱে, মুৰাৰ নিচিনা হৈ কৰা পকোৱাপকি; যেনে, পেটত পেলুৱে মুৰিয়াৰি কৰিছে, worms in the stomach or intestines. নূ, বি. (সং. নূতন-নৱ, নতুন নতুন, 7, new. নূতন, ও. শ. {সং. } নতুন হোৱা অৱস্থা, newhese. নূপুৰ, স. শ. (সং. নূপুৰ, অলঙ্কাৰ+ পুৰ, আগ বাঢ় ) জুনুকা লগোৱা ভৰিৰ অলঙ্কাৰ, সি খোজ কাঢ়ি যাওঁতে জন জনাই যায়, a tinkling omament for the feet. নৃত্য, স. শ. (সৎ, নৃত্য, নাচ) নাচ, a dance. , প, স, শ, (সং নৃপ, মানুহ + পা, ৰক্ষা কৰ) ৰাখা, a king. নৃপতি, স. শ. (সং নৃপতি, মামুহ+ পতি, অধিকাৰ) ৰাজা, a king. নৃ-সিংহ, স. শ. (সং. নৃসিংহ, মানুহ+ সিংহ, জন্তুবিশেষ) নৰসিংহ, বিষ্ণুৰ চতুৰ্থ wota, "the man-lion " or the fourth incarnation of Vishnu. নৰসিংহ ” চোৱা। নে, ক্ৰি. বি. (অৎ ন) নিষেধ বা অৱ বুজোৱা ক্ৰিয়া বিশেষণ, একাৰেৰে আবদ্ধ বা প্ৰথম আখৰত একাৰ থকা ক্ৰিয়া বা কৃদন্ত শব্দৰ আগত ব্যৱহৃত; যেনে, নেৰে (ন এৰো, নেদেখিবা, a negative partiele used before verlos and par- ticiples beginning with “এ”। অব্য. প্ৰশ্নৰ অন্তত দিয়া মাত; যেনে, আহিবা CT, a partiele used in asking a question. নৈউৰি, স. শ. মিতিৰৰ ঘৰলৈ গৈ কৰা ভোজন পান; যেনে, সি নেউৰি খাবলৈ Estheat, hospitality enjoyed at a friend's or relation's house. মৈউ, স. শ. (সং, নকুল, ব’- নেউল, এবিধ জন্তু) নেল, কেৰ্কেটুৱাৰ নিচিনা cafe , an ichneumon or mon- goose. নেওগ, স. শ. (সং. নিযোগ, নিযোজন। অসম ৰজাৰ দিনৰ টেকেলবিলাকৰ ওপ- af faan, a head peon of the Ahem Raja. নেওগ-ফুক, স. শ. আহম ৰজাৰ দিনৰ এজনা বিষয়, an officer of the court of the Aham Raja. নেওচু, স, ধা. শাও দি গৰিহণ কৰ; যেনে, দুষ্টক সকলোৱে নেওচে; দুচ্ছ কৰ, বেয়া বুলি ভাগ কৰু, to curse, to shun. নেওচল, কদ, স, নো কাৰ্য, গৰিহণা; নেওচনি, শাও, the act of eursing, curce, censure. মেচ খা, নননি খা, নেছা খা, পাও