পৃষ্ঠা:হেমকোষ.pdf/৫৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিৰুজ। নিজ, বি. (সং. নিজ-নি, নাই+ৰুজ, ৰোগ ) নিৰোগী, সুস্থ, healthy. নিৰুৰ, বি. (সং. নিৰুত্বৰ-নিৰ, নাই+ উত্তৰ, প্ৰতিবচন) উত্তৰ কৰিব নোৱৰা, faute, 101-plussed, unable to answer'. . নিৰুৎপাত, বি. (সং. নিৰুৎপাতনি, নাই+ উৎপাত, উপ) উপদ্ৰৱন্ত, কষ্ট নথকা, সুখিল, free from distress or tyranny. নিৰুৎসাহু, বি. (সং নিৰুৎসাহ--নি, নাই+উৎসাহ, উদ্যোগ) উদ্যোগশূন্থ, Teme ty, having no energy, indi, স, শ, উৎসাহৰ অভাৱ; যেনে, নিৰুৎসাহিত কাৰ্য্য নষ্ট হয়, want. of energy, inklolence. নিৰুৎসাহী, বি. (সং. নিৰুৎসাহ, ঐ। উৎসাহ নথকা, এলেহুৱা, inactive, indolent. মিৎসু, বি. (সং. নি সুক--নিৰ, ন- হয় + উৎসুক, উৎসাহী) নিৰুৎসাহ, উদ্যোগশূন্থ, inactive. নিৰুদ্দেশ, বি. {সং. নিৰুদ্দেশ—নি, নাই +উদ্দেশ, উৱাদিহ) স্থানান্তৰলৈ যোৱা আৰু উৱাদিহ নথকা; যেনে, অমুক Fr*7*** , alisent and unlearl of. নিৰুঙ্ক, বি. { সং. নিৰুদ্ধ—নি, উপস.+ৰুধু, আটকি ৰা } আটকি ৰখা, আবদ্ধ, বন্ধ, caunfinel, restraincil, slut, stoppad, kased. নিৰুড়িগ্ন, কদ, বি. (সং. নিক্ষিপ্ত নি, নোহোৱা + উদ্বিগ্ন, চিন্তিত। নিশ্চিন্ত, উলঙল নলগা, স্থিৰ, free from perturbation or anxiety. নিজেগ, বি. (সং. নিৰুদ্বেগ-নিৰ, নথকা +দ্বেগ, চিন্তা চিন্তা নথকা, উৎকণ্ঠিত নোহোৱা, free from anxiety or per, turbation, নিৰুদেগে, ক্ৰি. বি. উদ্বেগ নোহোৱাকৈ, চিন্তাহীন হৈ; যেনে, অমুক এতিয়া নিৰু জেগে আছে, without anxiety or tare. নিৰ্গত? নিৰুপ, বি. (সং. নিৰুপৰKuldhar Rabha (talk)নি, নথকা+ উপৰ, কষ্ট ) উপদ্ৰৱ নথকা, পৰ-পীড়া নথকা, সঙ্কটশূন্য, free from oppression, ravage or dlangor. নিৰুপদ্ৰৱে, ক্ৰি. বি. উপৰ নোহোৱাকৈ, without distress or danger, safely. নিৰুপম, বি. (সং. নিৰুপম-নিৰ, নাই +উপমা, তুলন) তুলনা নথকা, অতূলা, incomparable, unexpuualleci. নিৰুপায়, বি. (স’ নিৰুপায়---নিৰ, নাই + উপায়, সাধন) উপায় নথকা, কিৰূপে কোনো এক কাৰ্য সিদ্ধ কৰিব লাগে তাৰ The al fresy a ter#1, having 110 mans, helpless. নিশ্বাস, বি. (সং. নিৰুচ্ছাস, উশাহ বন্ধ ) উশাহ বন্ধ হোৱা; 'বিবুদ্ধি, tont of breath, perplexel. নিৰূপণ, কৃদ. স. (সং. নিৰূপণ—নি, উপস- +ৰূপ, গঢ় লগা) স্থিৰ কৰণ, নিশ্চয় কৰণ, the act of ascertaining, determin- ing or settling: নিৰূপতু, কদ, বি. স.) স্থিৰ কৰা, নিশ্চয় at, ascertained, determined, settled. নিৰোগ, বি. (সং. নিবোগ--নি, নাই। ৰোগ, ব্যাধি) ৰোগ নথকা, সুস্থ, healtli- ful, healthy: নিৰোগিতা, গু. শ. (স.) ৰোগ নখকা 179, healthiness, healthy. নিৰোগী, বি. (সৎ, নিৰোগ শব্দৰ অপভ্ৰংশ) ৰোগ নথকা, স্ব, healtly. নিবোধ, স. শ. (সং. নিৰোধ-নি, উপস, +ৰুধু, আটকি ৰা ভেটা, আটকি ৰাখন, বাধা, check, restraint. নিৰোৰ, বি. (সং. নীৰৱ, শব্দ নথকা) উচ্চ শব্দ বা হাই নথকা, নিৰৱ, hused, quiet. নিৰ্গত, বি. {সং. নিৰ্গত-নিৰ, উপস+গম, গতি কৰ বাহিৰ হোৱা, ওলোৱা; যেনে, ঘাৰ পৰা পূজ নিৰ্গত হৈছে, gone out. নিৰ্গত্ বি. (সং. নিৰ্গত, বা হোৱা) লাৰ বাল হোৱা, নিলাজ, অপানলৈ ভয়