পৃষ্ঠা:হেমকোষ.pdf/৫৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিকৃত্। নিৰুজা। নিৰামহি, স. শ. মাছ মঙ্গহকৈ আন নিৰামুহি, আহাৰ, শাক, ভাত ইত্যাদি, lood other than fix and meat. নিৰামহীয়,। বি. মাছ মহৰ সম্পৰ্ক নখকা, নিৰামুহীয়া, মাছ-মহত বাজে (totas t ), levoid of Hesh and fish, ther than beslan tish siz! l' food. নিলন্স, বি. (সং. নিৰাৱলম্ব-নি, নাই। অৱলম্ব, মাশয়) নিৰাশয়, আশ্ৰয় নথকা; কাৰে ওপৰত ভাৰসা নৰখা, having tw proberter, helpless, relying on (ii.

      • tetty, having no form «r

figure. 4. শ, আকৃতি বা শৰীৰ নথকা দেৱতা, পৰমেশ্বৰ, the Supreme Being নিক, কদ, বি. (সং. নিকৃত--নি। আ, উপস. + ক. ক) খণ্ডিত, মিছা কৰা; যেনে, অপবাদ নিৰাকৃত হল, refutel, rejected. নিৰানন্দ, বি. {সং. নিৰানন্দ-নিৰ, নাই + আনন্দ, আলাদ) আনন্দিত নোহোৱা, fawa, sorrowfal, deja-ted, cheerless. স. শ. আনন্দৰ অভাৱ, want. of fat- NUM, Sorrow. নিৰানবৈ, সংখ্যা. { অং. ন+নবৈ) এক নিৰান্নৈ, কম এশ, ninety-nine. নিৰাপদ, বি. { সং. নিৰাপদ-নিৰ, নাই। শাপদ, বিপদ ) নিৰ্বিঘ্ন, আপদ নথক, সঙ্কটত নপৰা; পদৰ হাত সৰা; যেনে, নিৰাপদ হলো, saf, free from mis- fort me er danger. নিৰাপদে, ক্ৰি. বি. আপদত নপৰাকৈ, শলে, safely. নিৰাময়, বি. (সং. নিৰাময়-নিব, নাই+ আময়, বোগ) নিৰোগী, free fro) cliscase. নিৰামি স. শ. (সং. নিৰামিষ-নিৰ, নাই+ আমিষ, মাছ মঙ্গহ) মছি মহত বাজে আন আহাৰ, food otheir tut moat and fish. নিৰামিষাহাৰী, বি. (সং. নিৰামিষাহাৰি, -- নিৰামিষ + আহাৰ, ভোজন + ইন ) মাছ মঙ্গই নোখাৱা, নিৰামুহি খোৱা, living upon other food than fisla and meat. স. শ, নিৰামুহি খোৱ লোক, a vegetarian. , নিৰামিষা, বি. (স.) মাছ মঙ্গহত বাজে আন, নিৰামুহীয়া; যেনে, নিৰামিষ্য 15, devoid of fish and neat, other than fish and meat (said of Fool). 7. *. Faeters, fond other than fish and meat. নিৰাশ, বি. (সং. নিৰাশ --নিৰ, নাই। আশা, বা } আশাহীন; আশা গুচা, toyo fe (510, Daving no hope, disappointed নিৰাশা, সু. শ. আশাৰ অভাৰ; “আশা পৰম সুখ, নিৰাশা পৰম দুখ।" want of lope. নিৰাশয়, বি. (সং. নিৰাশয়---নিৰু, নাই + আশ্ৰয়, ৰক্ষক) সঙ্গয় বা ৰক্ষ নথকাৰক্ষাৰ উপায় নথক, thatvity to protectrir,

    • refuge, lpless, destítuie.

নিহাৰ, বি. (সং. নিহাৰ-নিৰ্ব, নাই। অহাৰ, ভোজন। আহাৰ নকৰা, একে নোখোৱা, লঘোনে থকা, fasting, tak- ing fevol. স. শ. আহাৰ নকৰাকৈ থকা অৱস্থা, উপবাস; যেনে, নিহত পিত্ত বাড়ে, a fast. নিৰাহাৰে, ক্ৰি. বি. নোখোৱাকৈ, আহাৰ apat, without taking food. নিৰিখ, স. শ. { যা- নিখ} দৰ, fate. নিৰীক্ষণ, কদ, স, {সং. নিৰীক্ষণ-নি, উপস.+ঈক্ষণ, দৃষ্টি) দৃষ্টি; ঘাইকৈ দূৰৰ পৰা দৃষ্টি, the act of looking at, especially from a distance. নিচ্ছাস, বি. (সং. নিচ্ছাস-নিৰ, নথকা+ উচ্ছাস, উশাহ) উশাহ বন্ধ হোৱা; বিবুদ্ধি; যেনে, ৰণৰ কথা শুনি নিৰুচ্ছস, breathless, out of breath, perplexel.