পৃষ্ঠা:হেমকোষ.pdf/৫৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিৰ্গালি ৫২৭ নিৰ্দোষিত মকা, shameless. স. শ. লাজ নথকা was, a shameless poison. নিৰ্গলি, ও. শ. নিলাজৰ গুণ বা স্বভাৱ, whainelessness. নিৰ্গন্ধ, বি. (সং. নিৰ্গন্ধ—নি, নাই + গন্ধ, at ) $ 70, void of smell, inodorous. নিঙণ, বি. (সং. নি গুণ -নি, নাই+ গুণ, জ্ঞান, বিদ্যা আদি) ভাল গুণ নথকা, অকামিলা; সাদি গুণৰ বাহিব; যেনে, hora 69, levoid of good quali- ties, worthless; abuse or free from the three properties of matter (said নিজান পৰ, মানুহ নথকা, হাই নথকা , tey be lonely or free from noise. নিৰ্জীৱ, বি. { সং. নিৰ্জীৱ--নি, নাই+ জীৱ, প্ৰাণ) জীৱ নথক, প্ৰাণশূন্স; 72), inanimate, seat. নিষ্ঠু, বি. (সং. নিৰ্জীৰ, ঐ ) শান্ত, জাতি, গঙ্গাল বা দুষ্ট নোহোৱা, mild, spiri- less, quiet. নিৰ্ভুলীয়া, বি. (অং. নিৰ, নাই+ জোল, ৰস} জোল নথকা, জুলীয়া নোহোৱা, not liquid, solid. নিঝ, স. শ. {সং. নিঝৰ-নিৰ, উপস, + ধূ, জীৰ্ণ হ) নিজৰা, পৰ্বতৰ পৰা বৈ তাহা সৰু নৈ, water flowing from of (iod). a bill. নিৰ্ঘন্ট, স. শ. (সং. নিৰ্ঘণ্ট--নিৰ, উপস, + ঘটু, চেষ্টা ক) কোনো পুথিত যি- বিলাক কথা থাকে, সেইবিলাক অনায়াসে উলিয়াবৰ কাৰণে যি পাতত যি বিষয় লেখা থাকে, সেই তিৰ অঙ্ক দি লেখা 77* 19774, an index. নিঘা-বচন, স. শ. (সং. নিঘাত, বজ্ৰৰ নিৰ্ঘাতৃ-বাক্য, শব্দ + বচন, বাক্য, কথা; যেনে, “কেনে হন বোলা নিৰ্ঘাত বচন, barsh or tukind speech. নিঘুণ, বি. { অং. নি, নহয় + ঘুণ, অঙ্গত দোষ ) ঘুণ কোনো বিকল নোহোৱা, স্বস্থ, নিখুঁত, sound, healthy , নিৰ্জন, বি. (সং. নিৰ্জন--নিৰ, নাই + জন, মানুহ) মানুহ নথক, জনশূন্য, lovely, sulitary. নিজৰু, বি. {সং. নিজৰ-নিৰু, নহয় জৰা, বুঢ়া অৱস্থা} বুঢ়া নোহাৱা, সদায় ডেকাই 7, not subject to the infirmities নিৰ্ণয়, স. শ. (সং. নিৰ্ণৰ—নি, উপস. + নী, লৈ য) নিশ্চয়, স্থিৰতা, ct:rtainty. নিৰ্ণীতু, দ. বি. (স.) নিশ্চিত, নিচয় কৰা, faga ay, ascertained, determined, নিৰ্দয়, বি. {সং. নিৰ্দয় --নিৰ, নাই + দয়া, মৰম ) দয়া নথকা, নিমৰমিয়াল, নিষ্ঠুৰ, muskind. নিৰ্দিষ্ট, কদ, বি. {সং. নিৰ্দিষ্ট--নিৰ, উপস, + দিশ, দেখা) দেখাই দিয়া, নিৰূপিত, নিৰ্ণীত, প্ৰকাশিত; যেনে, নিৰ্দিষ্ট বস্তু; বৰ্ণিত, কথিত; যেনে, এই কথা শাস্ত্ৰ নিৰ্দিষ্ট হৈছে, joint out, asserteil, declarexl. নিৰ্দেশ, স. শ. বিধান, অজ্ঞা, আদেশ; যেনে, শাস্ত্ৰে নিৰ্দেশ কৰিছে; নিশ্চয়; যেনে, সেই কথাৰ একো নিৰ্দেশ নাই, conimanı, prezept, certainty. নিৰ্দোষ, বি. (সং. নিৰ্দোষ নি, নাই +দোষ, জগৰ, দুগুণ) দোষ নখকা, নিপৰাধী, নিজগৰীয়; মন্দগুণ নথকা, guiltless, faultless. স. শ. দোষ অভাৱ; যেনে, দোষত দণ্ড, নিৰ্দোষ

  1. sa, innocence.

নিৰ্দোষিত, গু. শ. (স.) দোষৰ অভাৱ, দোষ নকৰা অৱস্থা, albRence of guilt ur fault, innocence. of old age. নিজ, বি. (সং. নিজল—নি, নাই। জল, পানী) জলশূন্য, পানী নথকা, void of water, dry. (স্ত্ৰী) মিলা। নিজা বি. (সং. নিৰ্জন, মানুহ নথকা) অনশূণ্ঠ, মানুহ নথকা; ধ্বংসিত, নাশ

  • t, solitary, lonely, destroyed.