পৃষ্ঠা:হেমকোষ.pdf/৫৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লিচা বস্তু; পদুমৰ ঠাৰি, a tutoe, a live, the stalk of the lotus, a spout. নলিচা, স. শ. ( ব’, নলিচ) বোৱা খোৰাৰ চিলিম লগোৱা মাৰি, the right tube of the hooku. নলিনী, স. শ. {সং. নলিন শশৰ স্ত্ৰীলিঙ্গ) পদ্মিনী, কমলিনী, পদুমনি (“কমলিনী”

      • Grát), a place abounding in

lotus. লী, স. শ. { অং. নল, ভিতৰ ফোপোলা তৃণ) ধোৱা টানিবৰ কাৰণে বোৱা খোৱাত লগোৱা নলৰ চুঙ্গা; এতেকে বোৱা খোৱাত লগাই ধোৱা না, গান দীঘল ফোপোলা নেলী, a tube attached to the hooks for drawing in smoke; the windpipe, the blueat. লীয়া, বি. (অং. নাল, কোনো বস্তু হাতেৰে ধৰা ভাগ ) নাল থক, ঘাইকৈ গোটা নাল-লগোৱা; যেনে, নলীয়া কটাৰী, having a liandle. নৰ, সংখ্যা. {সং. নৱন, ন) এক কম বেতাল-ভট্ট, বৰুচি, ঘটকৰ, ধৰাহ মিহিৰ, আৰু কালিদাস, a collection of nine particular gems, the nine learn- cd men of the Court of Bikram- aditya. নৱন্ন, স. *. ( স. নৰান্ন~-মৰ, নতুন+ অন্ন, আহাৰ। নতুন চাউল; ন চাউল খবৰ সময়ত কৰা শ্ৰদ্ধ, new ic, a terd- mony observed at the time of dating new rico. নৱাবু, স, শ, (যাং. } ৰজাৰ প্ৰছিনিধি, a viceroy, it Varouh, a নৱৈ, সংখ. ( স”. নৱতী) দহ কম এশ, ninet.y. না, বি. (সং. নৰ-নৰ, নতুন নতুন, new , , nine. নৱ-গ্ৰহ, স. শ. ( সং. নৰহ-নৱ, ঐ+ গ্ৰহ, সূৰ্য্যাদি) সূৰ্য্য, চন্দ্ৰ, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতু, the nine planets of Hinclon astronomy. মতি, } সংখ্যা. { স’,নৰতি, নবী--নৱ, নব্ৰতী,। ন) নৱৈ, ninety. নৱনী, স. শ. (সং. নৱনীত~-নৰ, নতুন নৱনীত, + নীত, অনা। মাখন, নৰ, butter. নৱম্, সংখা (সং. নৱম--নৰ, ন) নৰ সংখ্যা পূৰক, নটাৰ পাচৰটো, mic, নৱমী, স. শ. নৱম সংখ্যাৰ তিথি, the ninth day of a lunar half month. নৱ-ৰত্ন, স. শ. (সং নৱৰত্ন- না, ন+ৰত্ন, হীৰা আদি মণি হীৰা, মুকুতা, পোৱাল, পানা, ডালিম, কপূৰণি, মৰকত, ফটিক, সোণ, একে লগে গবা এই ন বিধ মণি; বিক্ৰমাদিত্যৰ সভাৰ নজনা পণ্ডিত, অৰ্থাৎ ধৰি, ক্ষপণক, অমৰসিংহ, শকু, নশ্বৰ, বি. ( সং, নশ্বৰ-নশ, নাশ প{} নাশ পোৱা, নষ্ট হোৱা, অচিৰস্থায়ী, ক্ষণভঙ্গুৰ, perishable, নষ্ট, কদ, বি. (সং. নষ্টনশ, ধ্বংস কৰ) ধ্বংস হোৱা, নাশ-পোৱা; বেয়া হোৱা, হানি (*1931, (lestroyed, ruined, spiled, lost. নষ্ট.চন্দ্ৰ, স. শ. (সং. নষ্টচন্দ্ৰ-নষ্ট, বেয়া হোৱা+ চন্দ্ৰ, জোন। ভাদমাহৰ দুয়ো পক্ষৰ চতুৰ্থীৰ চন্দ্ৰ। সেই চন্দ্ৰ চাব নেপায়, অকস্মাত দেখিলেও দেখেতাই কোনো এক দুৰ্নাম পায় বুলি পুণিত লেখা আছে, the fourth tunar «lay of either lali of the month of Bhaira. নষ্টতা, ও. শ. (স.) নষ্ট হোৱাৰ অৱস্থা, the state of being destroyed or

  1. Toiled. .

নষ্টোদ্ধা, স. শ. (সং. নষ্টোৰাৰ—নই, হানি পোৱা+ উদ্ধাৰ, ৰক্ষা) হানি পোৱা বস্তুৰ পুনৰ প্ৰাপ্তি, recovery of a thing lost. ন্য, শ শ (সং. নস্য-~-স, মাক) নাকত উঙ্গোৱা পাতৰ গুড়ি; নাকত উজোৱা দৰব, saiff. নহৰু, স. শ. (সৎ, লন, এবিধ মূল)