পৃষ্ঠা:হেমকোষ.pdf/৫৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

oby নাকডেওনা এবিধ আজ্ঞা আৰু দৰবত দিয়া উ- গন্ধি মূল, garlic. নহ, স. শ. চন্দ্ৰবংশী ৰজা পুৰুৰবাৰ নাতিয়ে- 79a4a, son of Aytis the eldest son of Purúravas, the father of Yayati. This King is mentioned loy Manu as having come into conflict with the Brāhmans, and liis story is peated soveral times with varia- tions in the Mahabhārat. (Dowson). নক্ষত্ৰ, স. শ. {সং. নক্ষত্ৰ-নজ, গতি ক} ত; চন্দ্ৰে আপোনাৰ পঞ্চ গতি কৰোতে প্ৰতিদিন বাস কৰা অশ্বিনী আদি সাতাইশটা ঘৰৰ এটা। প্ৰতি ঘৰত এটা বা অধিক গুৰ থাকে, a lunar masion of which twenty-rescu are online rated, ach consisting of one star 1) me. নাই, স. শ. (সং. নাভি, তলপেটৰ খোল। তল-পেটৰ ওপৰ ভাগত থকা গত বা খেল; পোনেই ওপজা লৰাৰ তলপেটৰ খোলৰ পৰা ওলোৱা এভাল নাড়ীৰ fafsat go, the navel, the un bilical cord. নাইকিয়া, বি. (সং. নাস্তি, নাই) হীন, শূন্য; (এটা সংজ্ঞা শব্দৰ পাচত থাকে); যেনে, লাঙ্গু নাইকিয়া মানুহ; নথকা; যেনে, ধন নাইকিয়া হল, chestitute of", not existing. নাই বোেকা, বি. নাই উলিয়াই পিন্ধা, নাইৰ তলে পিন্ধা; যেনে, নাই চোৰোকা gfan, worn below the navel (said of the waist cloth). নাই-ঢোৰৰকাকৈ, ক্ৰি. বি. নাই উলিয়াই, নাইৰ তলে, ( পিত খাটে }, below the navel ( applied to the waist নাও, স. শ. (সং. নৌ, পানীৰ যান। নৌকা, পানীত ফুৰা যান, a boat. না, স. শ. (সং. নাম, হিং. নাম) নাম, যি শব্দৰ দ্বাৰা কোনো মানুহ বা বস্তুক জানিব পাৰি সেই শব্দ, a name. নাও নুমা, স. ধা. নিৰ্মুল ক, বংশ লুপ্ত কৰ; যেনে, বামে শৰ্কৰ নাও নুমালে, to root ut, to exterminate. 27. 1. catur প, নিৰ্মুল বা নিৰ্ব্বংশ হ, to be extinet. নাও নিমি, বি. { , নাও, নাম + নিমিত, কাৰণ; কেৱল নামৰ কাৰণ ) নামমাত্ৰ, অতি অল্প, এফেনি, very little. নাবৈচা, স. শ. { , নাও, নৌকা+বা, নাও চল} নাও বাওঁতা, নাৱৰীয়া; অসম ৰজাৰ চৰা নাও চলাওঁত এখেল মানুহৰ এজন, it loatal, an afs- nan, (e of a lass vf men, during the time of the Assam Rajas, employed as varenien in the king's pleasure buat. নাওম, বি. { অং. নাও, নাম, নামমাত্ৰ) নিচেই সৰু, ক্ষুদ্ৰ; অতি অলপ, very small, very little. নাওৰা, স, শ. (অ. নাও, নৌকা) বৰষুণত পানী বোৱাই নিবলৈ দুটা ঘৰৰ জোৰাত লগোৱা নাৱৰ নিচিনা এবিধ বস্তু, trough fixed at the junction of two louses to carry off rain water. , স. শ. (সং. ন; হিং. বা. নাক ) নাসিকা, গন্ধ পোৱা আৰু উশাহ লোৱা fe, the nose. -চুটি, বি. চুটি কযুক্ত, ৰা না, snub-nosed. নাকটি, স. শ. নাকৰ দুই বিন্ধাৰ মাজৰ উপস্থিৰ আগৰ ভাগ, নাকৰ আগৰ তলৰ ভাগ, the lower part of the tip of the nose. নাভেওনা, স. শ. (অৎ, নাক, নাসিকা +ভেওনা, পদূলিৰ চাপৰ জেওৰা) নাকৰ চাপৰ ভাগৰ তলৰ ওখ আৰু হাড় ভাগ, the bridge of the nose. cloth ), নাইপিয়া, স. শ, জেঠী জাতিৰ এবিধ মাটিত বগাই ফুৰা জন্তু, a species of lizard. নাইবা, পৃ. অব্য, কি, অথবা, বা, or, or else, otherwise