পৃষ্ঠা:হেমকোষ.pdf/৫৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৰপী। মেধ, যজ্ঞ ) আগৰ কালত মানুহ বলি দিয়া যজ্ঞ বিশেষ , a human sacrifice. নৰকপ্ট, বি. (সং. নৰকপি -নৰ, মনুষ্য + ৰূপ, আকৃতি+ইন) মানুহৰ আকৃতি 421, having the human form. নৰলোক, স, শ, { সৎ, নৰলোকন, মানুহ + লোক, স্থান) মানুহৰ বসতিৰ ঠাই gelte sferat, the earth, this workil. নৰসিংহ, স. শ. (সং. নৰসিংহ---মৰ, মানুহ + সিংহ, এবিধ জন্তু ওপৰৰ ভাগ সিংহৰ আৰু তলৰ ভাগ মানুহৰ আকৃঙি ধৰি হিৰণ্যাক্ষ নামেৰে দৈত্যক বধ কৰিবৰ নিমিত্তে হোৱা বিষ্ণুৰ চতুৰ্থ অৱতাৰ; শ্ৰেষ্ঠ ব্যক্তি, এবিধ গছ, the full incarnation of Vishum in the shape of a lion-headed man, a man of eminence, a kind of tree. নব-ইৰি, স. শ. (সং. নৰহৰি-নৰ, মানুহ + হৰি, সিংহ} ** নৰসিংহ” চোৱা। নৰ, স, শ. (বং নাড়া, ধানৰ মূঢ়া) দাই fast sta4 , stubble of paddy. নৰা, ম. শ. অসম-দেশৰ পূব ফালে থকা Gaft atas, a race of people in- habiting the east of Assam. (1) মৰাণ। নৰাণি, স. , { অং. না, ধানৰ মুঢ়া ) ধানৰ নৰা থকা ঠাই, a field of stillble. নৰা-ভগ, স. শ. আহমবিলাকে নৰা-দেশৰ পৰ অনা ভগৱ জাতিৰ এবিধ গছ আৰু তাৰ ফুল, a kind of flower and its placut. নৰাধম, স. শ. { সৎ, নৰামৰ, মনুষ্য + অধম, নীচ) অধম মানুহ, নীচ মানুহ, gente, a mean despicable fellow, a wicked man. নধি, স, শ, (সং. নৰাধিপ--নৰ, মানুহ +অধিপ, গৰাকী ৰজা, a king. নবগৰী, সু. শ. { অং, মৰা, এজাতি মানুহ + বথুৰী, এবিধ ফল আহমবিলাকে নৰা দেশৰ পৰা অনা এবিধ গছ আৰু তাৰ , the peach tree and its fruit. নৰিয়া, বি. (অ. নপৰিয়ান + পৰা, পাগ হোৱা) পীড়িত, ৰাগী, (ৰোগ হলে একো কৰিব নোৱাৰি এতেকে) sick, স, শ, ঋড়িত মানুহ; ৰোগ, nick Jel'soll, sickness. নৰিয়া পৰ, পড়িত হ, নৰিয়া হ, to ]Je itl. নাৰেন্দ্ৰ, স, শ, (সং. নৰেন্দ্ৰ-নৰ, মানুই+ , **) 764, a king, a sovereign. নৰেশ,। স, শ, (সং. নৰেশ, নাৰেশ্বৰ- নৰেশ্বৰ, নৰ, মানুহ+ঈশ, ঈশ্বৰ, গৰাকী } 794, a king নক, কৃদ স. (সং. নৰ্তক—মৃত, নাছ) নাচোতা, a glane. (স্ত্ৰী) নৰ্তকী। নন, কদ, স. (সং. নৰ্তন-নৃতু, নাছ } নচা কাৰ্য, নাচন, the act of dancing, a dance, ভৰ, বি. লে টিপেটি, মিহলি; এতেকে পতিত { জাতিত খাটে }; যেনে, কলিৰ কালত সকলো নৰ্ভৰ হল, mixed॥], fallen, degraded, depreciated (said of a caste) নদা, স. শ. “ৰে৷ ” চোৱা। নল, স. শ. (সং. নল--নড়, ঘন হ, ঘন হৈ গজে এতেকে) এবিধ ফোপোলা খাগৰি জাতিৰ তৃণ, নিষধ দেশৰ এজনা ৰজা, দময়ন্তীৰ স্বামী, a kind of recal, the name of a king of Nisadha. নলকঁচু, স. শ. এবিধ কচুৰ মূল, তাৰ গছ, thik edible root of a plant of the Arum family, the plant itself. নল-টেঙ্গা, স. শ. মক্তি টেঙ্গাৰ লতা, a kind of acid climbing plant. ন-বৰা, স. শ. এবিধ পাঁচ নখীয়া গাহৰিৰ নিচিনা মুখেৰে সৰু বগা জন্তু, a cabian or water hog. নলবাহ, স, শ, বজাল বাহ, a kind of bamboo. ননি, স. শ. নলৰ হাবি, a patch of land covered witli mal recd. নল, স. শ. মলৰ নিচিনা, দীঘল, কোপোলা