পৃষ্ঠা:হেমকোষ.pdf/৫২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোদ name of the father of Durjyodhan: and uncle of the Pandavas, ধৃষ্ট, বি. {সং. ধৃষ্ট-ধ, শঙ্কাহীন হ) আপোনা শক্তিৰ বিবেচনা নকৰাকৈ কোনো কামলৈ আগবঢ়া, লাজ পাবৰ 542471, impulent, presunplus. ধৃষ্টতা, গু. শ. (স.) আপোনাৰ শক্তিৰ বিবেচনা নকৰাকৈ কামলৈ আগ বাঢ়ি ফুৰ গুণ, লাজলৈ ভয় নথকা গুণ, নিলজ্জতা, impudence, presumptuousness. ধেতে, স. শ. ইকৰাৰ ফুলৰ থোৰ, তাৰ ভিতৰত কিছু কলা ধূলি থাকে আৰু তাৰ কেওঁটো গৰখীয়া লৰাই খায়, the salis of the ckra nec. ধনা, বি. ভিতৰত শাহ নপক, সম্পূৰ্ণ নো- হোৱাকৈ পৈণত হোৱা ( ফল খাটে); যেনে, ধেন খামোল, imperfect, not well developed. স. শ. গৰু মহৰ জিভাৰ CRYST MF4, a discase of cattle. ধেনু, স, শ. (সং. ধেনু—ধে, পি; পোৱা- লিয়ে পিয়ে,এতেকে) পোৱালি ৰোগ, এটা সিকি মূল্যৰ পৰাচিত, a cow that has calved, a purificatory rite in which a quarter of a ripeo is pail to the officiating Brahman. ধেনু, স, শ, (সং. ধনু, কাড় মৰা যতন } কঁাড় মাৰিবৰ নিমিত্তে জোৰ লগই ভিৰোৱা ধাহ আদি, low ধেনুপতীয়া, স. শ. { অং. বেনু, ঐ + পা, স্থাপন ক) বাঘ মাৰিবৰ নিমিত্তে ধেনু পত। মানুহ, (১* wif sts loss for tigers, &c. ধৈমুভিৰীয়া, বি. ( গ, ধেনু, ঐ + ভিৰা, বেকা ক) ধেনুৰ দৰে বেকা, lent lilie, a bow, স, শ, ধেনুৰ দৰে মানুহৰ গা বেকা কৰা আৰু দাত-কপাটি লগোৱা এবিধ ৰোগ, tetanus. ধেনু-সজা, স, শ, এবিধ হাবিত হোৱা টেকীয়া জাতিৰ বন; (ভাৰে ধেনুৰ জোৰ সজা যায়, এতেকে সেই নাম), a kind of wild plant, ধেন্দ, স, *. ফল আদিৰ ওপৰৰ ঢাকনী ফানি ভিতৰৰ পৰা ওলোৱা কোমল ভগ যেনে, বগৰীটোৰ ধণ ওলাল, চকুৰ, 64 eating, the soft part of a i'ruit and the like exposed to view the outer swering buing broken. ধন্দাল, স. বা. বাহিৰৰ আবৰণ ফালি ভিতৰৰ কোমল ভাগ বাক্স কৰ, t Cxpose the imer pari. as of Pruit, &c. ধেনে, গ. বা. বাহিৰৰ গাৰৰণ কটি ভিতৰৰ কোমল ভাগ বা এলোৰ; যেনে, কাটে। কি ধেলেলিছে,! have the imer part (pseul as :1 I'ruit, &c. বেন্দেলা, ৭ি. চকুৰ মণি বাৰ্গ লোৰ), গোটেই কণ। { গলি , totally bit.l, Ca toro of abuse). ধেমালি, স. শ, ক্ৰীড়া, ব, খেল,jli}}">}}vt. ধেমেলীয়!, বি. ৰঙ্গিয়াল, খল কৰা৷; শং লগে; সেনে, বেহেলীয়া কথা, ১/w'- livc, jeucos, jocular. ধৈয়াল, বি. নিলাজ, নিসৰু, নিৰ্গত, নাচ, stranicles, low, real. ধৈয্য, স. শ. ম. ধৈা---ধীৰ, স্থিৰ } স্থিৰতা, অপদত পৰিলে etঠ ধৰি থকা l, steadiness, atimuce, ondurau, ধো, স. দা. {সং. ধা; পৰিষ্কাৰ কৰ) খাল, ‘পানীৰে পৰিস্কাৰ কৰ, try waslv, t its. দস. ধেওঁতা, (স্ত্ৰী) বোৱতী। বোৱা, স. শ.। সং. ধূম, পূৱ দু: খ ভাপৰ লগত উড়ি যোৱ পোৰ বস্তুৰ অতি সূক্ষ্ম ভাগ, sn ধোৱা-খেৰ স. শ. ধপাতৰ যোৱা টন। 2, a hwokei, 111) apparatus for smoking. ধোৱাধু, বি. “ধূলিকুঁৱলী” চোৱা। বোৱা-না, স. শ, ঘৰ আদিৰ ওপৰে ধোৱা ওলোৱা যাট, a chinney. ধোদ, স. শ. বৰ এলেহুৱা কামিলা মানুক,

  1. sluggar.