পৃষ্ঠা:হেমকোষ.pdf/৫২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোদোঙ্গা ধোদো, বি. শকত, ভাঙ্গৰ; যেনে, খোলদাঙ্গা গ. stout, fat. ধো, স. শ. ( হিং. ধুধৰ, অন্ধকাৰ; তাৰ তিৰ আন্ধাৰ এতেকে) কাঠ আদিৰ ভিতৰৰ বিন্ধা, খোৰোখ, hoilost of 1 (r::. . ধোন্দাল, } বি, ফোপোলা, ভিতৰ শুদ, ধন্দোল, ধোল পকা, pollow. সমা---ফোপাল, পেপালা; ধোলাল, ধন্দোল।--- প্ৰথমৰ দুটা সাধাৰণ শব্দ; সিহঁতে ভিতৰত ফেঁপ থকা সকলো বস্তুকে বুজায়; যেনে, বাহ ফেঁাপোলা বা পোল; উঁইয়ে খাই গছ জোপা পোলাকৰিলে। পাচৰ দুটা শব্দ স্বভাৱত গোটা কিন্তু কোনো কাৰণত ভিতৰ শুদা হোৱা বস্তুত মাথোন খাটে; যোন, ভিতৰৰ ভগ পচি কাঠভাল ধোনোলা ধোব, স. শ.। . ধে, পথাত্; হি, ধাপ, ধোৰ ) কাপোৰ ধোৱন, ধুই নিকা কৰণ, a wasling, ধোবা, স. শ. ( অং. ধো, ঐ, বং, ধোপা; হিং, ধোবী) কাপোৰ ধোওঁতা, কাপোৰ ধুই জীৱিকা কৰা মানুহ, a washerman, ( জী) ধোবানী, ধুবুনী। ধোবাং, বি. হাত ভৰি মেলি দীঘল হৈ পৰা, 78t*ya, lying at full length. ধোবাং জোৰ, ধোবা দি, অম্বস্থ হৈ হাত ভৰি মেলি দীঘল হৈ পৰ; যেনে, ভাৰীয়ে ভাৰ পেলাই যোবা জুৰিলে, to lie at full length owing to fatigue or indisposition. ধোৱন, কদ, স. ধোৱা কাৰ্যা, the act of washing. ধোৱামূলা, বি. ধুই নিয়াৰ দৰে সমূলি শেষ কৰা, ভোলা, উৎখাত; যেনে, ছাগে বাৰীখন ধোৱামূলা কৰিলে, lajol waste. ধৌত, কৃস. বি. (সং ধৌত—ধা, ধ) দেৱ, পৰিষ্কাৰ কৰা, মিকা, washed, clean. ধৌধৌ কৰে, ক্ৰি. বি. (সং ধৌত, ধোৱা) ধুই পৰিষ্কাৰ কৰাৰ দৰে, নিৰ্মলৰূপে (বগাত খাটে); যেনে, কাপোন Catch 75 754, purely, cleanly. ধ্যান, কদ, স. { স. ধ্যান-ধ্যৈ, চিন্ত) বৰকৈ মন লগোৱা কাৰ্য্য, চিগুন; উপ- সিত দেৱতাৰ ৰূপ গুণ মনৰ আগত ওলাই থকাৰ দৰে ভৰা কাৰ্য্য; যেনে, উপাসকে দেৱতাৰ ধ্যান কৰে, meditation, refle:- tion, mental representation of the form and attributes of the deity to wliom worship is addresseil. ধ্যায়মা, বি. যাৰ চিন্তা কৰা যায়; যাৰ ধ্যান কৰা যায়; যেনে, বায়মান দেৱতা, meditated or reflected upon, (সং. ধ্ৰুৱ , স্থিৰ থাক। নিশ্চয়, অলৰ; যেনে, এই কথা ধ্ৰুব, certain, sure, wnalterable. প্ৰথম জন। মনুৰ নাতিয়েক, উত্তান- পাদ ৰজাৰ পুতেক, তেওঁ আপোনাৰ পুণ্যৰ বলেৰে উত্তৰ কেন্দ্ৰত স্ব-নামেৰে ভৰা হৈ আছে বুলি কথিত, the folar star, or the north pole itself, (Haughton), বস্ ধ (সং, ধ্বংস, চূৰ্ণ হ} সংহাৰ, নাশ, কাটি বা মাৰি ক্ষয় কৰ; যেনে, মাউৰে দেশ বৎসিলে, to destroy, 10 lay waste. 7. 1. arat, destruction, ধ্বংসক, স, শ, {সং.) নাশ কৰোতা, destroyer. . বংস, কুদ, স, (স.) নাশ কৰা কাৰ্য্য, the act of destroying. ধ্বংসিত্, কদ. বি. (সং.) নষ্ট, উচ্ছন্ন, des= troyed, laid waste. ধবংসী, বি. (সং, ধ্বংসি—ৎস+ ইন্} নাশ কৰোভা (ই সদায় সমাসৰ দ্বাৰা যাৰ নাশ হয় তাৰ নামৰ পাচত যুক্ত হয়); যেনে, ৰাৱণধবংসী ৰাম, destroying. ধ্বংসেঁাতা, কৃ. স, নাশ কৰো, ৭ man avlio destroys. (স্ত্ৰী) ধ্বংসতী। ধ্বজ, স. শ. (সং. ধ্বজ, গতি কৰ} পতাকা, কোনো বস্তুৰ চিনস্বৰূপ মুৰত এভোৰ কাপোৰ লগোৱা এভাল মাৰি;