পৃষ্ঠা:হেমকোষ.pdf/৫২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধুপ ৫৯৯ ধতষ্ট। টেঙ্গৰ; দুষ্ট, erafty, wily, honest, ম. শ. টেঙ্গৰ মানুহ; দুষ্ট। Tav, scrufty man, a dishonest man, a kvave. (9) fe. 7. *** ধূৰ্ততা, শ, (স.) টেঙ্গলি, ধূৰ্তালি, gètfel, craftiness, knavish- less. . সুগন্ধ ওলায়, এতেকে ধূপ দিয়া যায় তাৰু সি আন কামতো লাগে, a lkind of resin which when burnt sends forth a pleasant smell. ধূপ, স. শ. (সং. ধূপ-ধূপ, তাপ দি ) জুই লগালে সুগন্ধি ধোৱা লোৱা অনেক দ্ৰব্যৰ গুড়ি লগ লগাই কৰা এবিধ বস্তু; গ্ৰক দেৱৰ আগত বা দুৰ্গন্ধ গুচাবলৈ পোৰা যায়, incense. অ, ধ. অধিক ভাপৰ দ্বাৰা ডেই দুৰ্গন্ধ হ; যেনে, ভাতবোৰ ধূপিল; বৰকৈ ৰদৰ তাপ পাই মুখ মেলি ঘনকৈ উশাহ ল; যেনে, কুকুৰ- cou yfötcs, to be scorcheri, to pant with heat. ধূপ, স. ধ. অধিক তাপ দি ডেৱা; যেনে, ৰান্ধনিয়ে ভাত ধূপলে, to cause to le scorched. পৃধা, স. শ. {সং ধূপধাৰ-ধূপ+ আধাৰ, ধৰক ) ধূপ জলোৱা পাত্ৰ,

  1. vessel for burning incense, a

Ceriser. পৗঁয়া, স. শ. ধূপ সাজোত, ধূপ প্ৰস্তুত ATT, one who prepares incense. ধূম, স. শ. (সং. ধূম--ধূম, সঞ্চালিত ক ) cárni, smoke. মাকাৰ, বি. (সং, ধূমাকাৰ—ধূম, ধোৱা+ আকাৰ, গ) ধোৱাৰ আকুতি, ধোৱাৰ faf6a), of the form and consistency of smoke . পৰ্কলা, বি. (সং. ধূম, ধোৱা+কাল, কলা। ধোৱাৰ দৰে কলা, বৰ কলা, very black, Booty. ধুমকেতু, স, শ, (সং. ধূমকেতু; ধুম, বোৱা +কেতু, পতাকা; তাক ধোৱাৰ পাৰ নিচিন দেখা যায়) নেজাল তৰা, comet. . ধূম্ৰবৰ্ণ, বি. {সং. ধৱৰ্ণ, ধোৱা + ৱৰ্ণ, বৰণ) জামুৰ বৰণীয়া, কলাৰে মিহলি ৰঙ্গা বৰণীষা; ধোৱা বৰণীয়া, of smoly or purple colour. ধূৰ্ত, বি. (সং. ধূৰ্ত-ধু, হিংসা কৰ) ধূলা, স. শ. {সং. ধূলি, মিহি গুড়ি) মিহি বালি বা মাটিৰ গুড়িdust. ধূলি, ম. শ. (সং. ধূলি, ধূলী—ধূ, কম্পিত ধূলী, হ) ধূলা, মিহি বালি বা মাটিৰ গুড়ি ( অলপ বতাহতে সি কম্পিত হয়, 96), dust. ধূলি উঠ, ধূলি হৈ য; যেনে, মোহাৰ মাৰি- লেই ধূলি উঠে বা উঠি যায়, to be reduced or to crumlile to dust. ধূলিময়, বি, ধূলিসৰূপ, ধূলিৰ নিচিনা, ধূলিয়ৰ, ধূলিযুক্ত, dust like, dusty, full of duel. ধূলীয়া, স. শ. ঘা শুকাবৰ নিমিত্তে দিয়া fa 447, any inedicinal powder ap- plied to a sore. fo. fera faf6a7l, fare, dust-like, full of dust. ধূলীয়া-উফি, স. শ. মূৰৰ ছাল ধূলিৰ নিচিনা হৈ উঠি যোৱা এবিধ ৰোগ, dandriff. “ উফি” চোৰা। ধূলীয়া-ষা, স, শ, যাঠ লাগিবৰ আগেয়ে তিন দিন হোৱা ধূলি মাৰ নিয়া বৰষুণ, a slight rain that often falls just , before the three days of Ambri- báchi (wgarst) in the month of Aslar when the earth is thought by Hindus, to be in a state of feminine impurity. ধূস, বি. (সং. ধূসৰ—ধূ, সঞ্চালিত হ, মূল অনিশ্চিত ) মটীয়া বগা, grey. স, শ. মটীয়া বগা বৰণ, a grey color. ধুত, কদ, বি. { সং. ধূ-ধু, ধৰ) ধৰা, আটকি ৰখা, caught, held, seized. ধৃতৰাষ্ট্ৰ, স. শ. দুৰ্যোধনৰ বাপেকৰ আৰু পাওৰবিলাকৰ বৰ বাপেকৰ নাম, the