পৃষ্ঠা:হেমকোষ.pdf/৫২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধুনা। ধুপুৰাই ১৯ ধুপুৰাই, ক্ৰি. বি. “ধুপ" শব্দ কৰি, গধূৰ ধুপ কনে, বন্তু পৰাৰ দৰে শব্দ কৰি; যেনে, কঠালটো ধুপুৰাই পৰিল, with a heavy sound, heavily. বুপুৰি, স. শ. { ধুবুৰি, অসমৰ গুৱাল- } পাড়াৰ নামনিগআগৰ কালত সি বৰ দূৰ বুলি খাত আছিল) বহু দূৰ, কিন্তু ঠিককৈ নজনা ঠাই; যেনে, তেওঁ কোনোব ধুবুৰি পালে গৈ, a very dis- tant place. ধুপুহ, অনুক, “ধুপ” চোৱা ধুপ কৰে, “ধুপুৰাই” চোৱা। ধুপধুপা, অ, ষা, ধুপ ধুপ শব্দ কৰ, আঘাত কৰি শব্দ তোল; যেনে, কিহবাই বাৰত ধুপধুপাইছে, to make a sound, like that cauired by striking against anything or by anything falling. . ধুনী, স, শ, ষোবাৰ ঘৈণীয়েক; কাপোৰ C*my fut, a washer-woman. ধু, মুফ, হিলৈৰ বা ঢোলৰ নিচিনা শব্দ, an imitative sound used to express the report of a yun or beat of a drun. ধুম, স. শ. ভাঙ্গৰ কাঠৰ খণ্ড; অসম ৰজাৰ দিনত দোষী মানুহক আঘাত কৰা আগলৈ সৰু গুৰিলৈ ডাঙ্গৰ এডোখৰ কাঠ, ( এনে কাঠ ওপৰৰ পৰা পৰিলে “ধুম" শব্দ হয়, একে সেই নাম }, a large piece of timber; a whipping post used in the days of the Alam Rajahs. ধুমকলা, বি. ‘ধুম' অৰ্থাৎ হিলৈৰ মাত হে শুনে, এনে কলা, বৰ কলা, very deaf. ধুমধুপ, স, শ, হাই উৰুমি, উচ্চ ধুমধুপালনি, শব্দেৰে কৰা খ; যেনে, পুৱা গধূলি ধুমধুপাল কৰি থকা ভাল au, loud and angry speech, ex- pression of anger. ঘুমধুমনি, ধনে ঘনে মৰা হিলৈ আদিৰ শব্দ, the repeated reports of guns. খুনধুম, অ• ধা, “ধুমধুম” শব্দ ক; যেনে, wato quatecs, to make the above sound. ধুমাধুম, বি. বিশ্ৰাম নথকা. জিবৰ সময় ধুমধুমি, নথকা, অতিশয় বেগেৰে কৰিব লগ; যেনে, ধুমাধুমি কাম, requiring to bo dove expeditiously, pressing, urgent. ধুমধুমিকৈ, ক্ৰি. বি. বেগাই, শীত্নে, নিজি GAYATT, expeditiously, without stopping. ধুমাখুন্দা, বি. (ধুমেৰে খুন্দা বা পিটাৰ বুমাপিটা, নিচিনাকৈ পিটা বা শব্দ ধুমাৰ্জ, ( দল বা বৰষুণত খাটে}; যেনে, ধুমাঞ্জয় 77*78979, noisy, boisterous (sai! of rain or a quarrel). ধুমুহা, স. শ. (অং. ধুম, উচ্চ শব্দ, বৰ শব্দ হয় এতেকে বৰ বতাহ, a tempest, a storm. ধুৰা, স. শ. ( স. ধ্ৰুৱা; বং- ধুয়া, গীতৰ যি ভাগ পালীবিলাকে গায় ) গীতৰ দোহাৰ, the chorus of a song, ধুৰুপ, বি. (সং. ধ্ৰুৱ, সত্য } সত্য, সঁচা, true. ক্ৰি. বি. নিশ্চয়কৈ, সঁচাকৈ; যেনে,

      1. 161, truly, certainly.

ধুলিকুঁৱলী, বি. (অং. ধূৱা, বোৱা+ কুঁৱলী, মাটিৰ পৰা উঠা বাষ্প } ধুৰাই, বোৱা, কুঁৱলী বা ধূলিৰ খৰা আবৃত; যেনে, ধূলিৰে চাৰিও ফাল ধূলিকুঁৱলী হৈছে, hazy, misty. 7. Ho Chiar wyfa দ্বাৰা হোৱা অন্ধকাৰ; যেনে, ধুলিকুঁৱলীত একো নেদেখি, haziness, mistincess. ধুৱা, স. শ. (সং. ধুম্ভ; বং, ধুয়া, ধোৱা। ধোৱা, smoke. ধূৱা কুঁৱা, বি. স. শ. “ ধূলিকুঁৱলী” চোৱা। ধূৱালীয়া, বি. (অং. ধূৱা, বোৱা খোল, ফোপ বোৱাৰ দৰে ন হ দি ভিতৰে ফো পালা বা শুদা হোৱা, ধন সচিব cafe71, 7491311, wasteful, prodigal. ধুনা, স. শ. (সং. ধুনক, এবিধ গছৰ আঠা) এবিধ গছৰ আঠা, ভাত জুই লগালে