পৃষ্ঠা:হেমকোষ.pdf/৫০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দুতীয়া। ৪৭৫ পাত্ চুতীয়া, বি. { অং. দুই + সৃভা, কপাহ দূৰদৰ্শন, স. শ. (সং. দূৰদৰ্শন--দূৰ, ঐ+ আদিৰ পকোৱা আঁহ) দুডলীয়া সূতাৰে দৰ্শন, দেথন) দূৰৈলৈ দেখা শক্তি; (313, duuble threaded. কোনো কাৰ্য্যৰ আগলৈ কি ফল হব তাৰ দুহতীয়া, বি. (অ. দুই+হাত, হন্ত) দুটা sta, far-sight, fore-sight, prudence. হাত থকা; যেনে, দুহতীয়া মানুহ; দুহাত দূৰদৰ্শন-যন্ত্ৰ, স. শ. (সং. দূৰ, ঐ+দৃশ, জোখৰ; যেনে, দুহতীয়া টাঙ্গোন; দুজনে দেখৃ + যন্ত্ৰ, যতন) দূবৈলৈ দেখা যতন, অগাপিচাকৈ কৰা; যেনে, দুহতীয়া কাম আঁতৰত থকা বস্তু ভালকৈ দেখোৱা যন্ত্ৰ, ভাল নহয়; দুই হাতেৰে প্ৰহাৰ কৰা; দূৰ্ব্বীণ, a telescope যেনে, দুহতীয়া ভুকু, liaving two hands দূৰদৰ্শী, বি. (সং. দূৰদৰ্শিন—দূৰ + দৃশ+ ইন্) 01 arms, measuring two cubits, আতৰৰ বস্তু ভালকৈ দেখা; কোনো done by two prorsons one after the কাৰ্য্যৰ আগলৈ কি ফল হব তাক জনা, other, struck with both the hands. far-seeing, fore-siyhteil, prudent. দুহিতা,। স. শ. (সং. দুহিতৃ---দুহ, খীৰা) (স্ত্ৰী) দূৰদৰ্শিনী। দুহিতৃ, জী, জীয়াৰী, পুত্ৰী (পূৰ্বকালত দূৰদৃষ্টি, স. শ. “দূৰদৰ্শনত চোৱা। ছোৱালীবিলাকক গৰু খীৰোৱাত নিযুক্ত দুস্থ, বি. (সং. দূৰস্থ --দূৰ, আঁতৰ + স্থা, কৰা হৈছিল, এতেকে।, at (laughter, থা) দূৰৈত থকা, renote. দূ, স. শ. {সং. দূত-দু, গমন ক) দূৰীকৃত, বি. (সং. দূৰীত--দূৰ +ক, কৰ) পানি, বাৰ্তা নিওঁ; কটকী; টেকেল, দূৰ কৰা, আঁতৰোৱা, teloved. a niessenger, al envoy, al con. দূৰীভূত, বি. দূৰ হোৱা, আঁতৰলৈ যোৱা, { স. শ. { সং. দূৰ্ব্বা; হিং. দূব, removed. . দূৰ্বৰি,। এবিধ কন) ডুবৰি, পূজাত লগা দূৰৈ, স. শ. (সং. দূৰ আঁতৰ ঠাই, নিলগ এবিধ বন, a kind of grass, the Beit- fy, distance, it distant place. grass. দূৰ্বা, স. শ. (সং দূৰ্ধ-দূৰ্ব্ব, হিংসা কৰু, দূৰ, বি, {সং. দূৰ-দু, গমন কৰ) আঁতৰ, গৰু আদিয়ে তাক হিংসে বা খায়, নিলগ, distant. স. শ. আঁতিৰ ঠাই, এতেকে) ডুবৰি বন, the Bent-grass, নিলগ ঠাই, দূৰৈ, দূৰতা, distance, at দূৰ্বাদল-শ্যাম্, বি. (সং. দূৰ্বাদলশ্যাম— slistant place. দূৰ্ব্বা, ঐ+ দল, পাত+শ্যাম, শেউজীয়া ) দূগামী, বি. (সং: দূৰগামি-দূৰ, দূৰৈ ডুবৰিৰ পাতৰ দৰে সেউজীয়া বৰণযুক্ত, + গামিন, যোৱা) দূৰৈলৈ যোৱা, going grass green. fai'. (স্ত্ৰী) দূৰগামিনী। দূব্বী, স. শ. { সৎ, দূৰৱীক্ষণ; যাৎ, দূৰ্বিণ, দূৰণি, স. শ. ( সং. দূৰ) আঁতৰ ঠাই, দূৰৈ; দূৰৈলৈ দেখা যন্ত্ৰ) দূৰৈত থকা বস্তু ওচৰ go, a distant place, remotenos. যেন দেখোৱা যন্ত্ৰ, a telesco]e. বি. দূৰ, আঁতৰ; যেনে, দূৰণি বাট, দূষণ, কদ, স, দোষ ধৰণ, দোষ দিয়ন, the distant. act of blaming. দূৰণি-বটীয়া, বি. (অং, দূৰণি, দুৰ+বাট, দূষিত্ব, কদ, বি. (সং. দূষ, বেয়া কৰু) দোষ- পথ) দূৰৈলৈ যাব লগীয়া, দূৰৈত থকা, যুক্ত, বিকৃত, বেয়া হোৰ; যেনে, দূষিত having to go a long way, living at ati, corrupted, spuiled, had. a distance. দূষ্য, কুদ. বি. (সং.) দোষ দিব লগা, দূৰত, গু. শ. (সং. দূৰ-দূৰ, আঁতৰ) নিলৰ যোগ্য, মন; যেনে, মিছলীয়া, দূৰ হোৱা অৱস্থা, দূৰণি, remoteness, দূষ্য, repreliensible, blameworthy. distanec. দৃপা, স. শ. (সং. দূক্ত-দৃশ,