পৃষ্ঠা:হেমকোষ.pdf/৪৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দুৰ্লভ। ৪৭৪ দুমুতীয়া। ১৯ an and leader of the Kaurava princes in the great war of the Maha- bhārata. (Dowson). দুৰ্লভ, বি. {সং. দুলভ-দুৰ, দুখেৰে+ল, পা) পাবলৈ টান; উত্তম, শ্ৰেষ্ঠ, dif- ficult of attainment, rare, excellent. দুৰ্লক্ষ, স, শ, (সং. সুলক্ষণ~-দু, বেয়া + লক্ষণ, চিন) বেয়া হবৰ চিন, a bad sign or symptom. দুৰী, স. শ. ( হিং. দুলড়ী, দুমেৰা মণি। দুষ্টাকি কথাৰ এটা অসমীয়া ছল; যেনে, “ৰুক্মিণী-মণী, কুঞ্জৰ-গমনী, শীল গতি চলি যান্ত। অতি হৰ্ষ-মনে, গৈয়া তেতিক্ষণে, ৰাজ-সজ দেখিলন্ত।” Assamese metre. ‘দুলড়ী” এনেকৈও লিখা যায়। দুলীয়া, স. শ. (সং. দোলা, এবিধ যান) দোলা ভাৰী, দোলা নিওঁত, a pak- bearer. দুৱৰা, স. শ. আহমবিলাকৰ এক ফৈদ, a lan of the old Ahans. “ সন্দিকৈ ” চোৱা। দুৱৰী, , শ, { অং. দুৱাৰ, দ্বাৰী ঘৰৰ gata ieri, a Jorr-keeper, a porter. দুৱৰীয়া, স, শ, পৰ্বতীয়া মানুহ ভৈয়ামলৈ অহা বা এক দেশৰ মানুহ আন এক দেশত সোমাৱা বাটত নিযুক্ত বিষয়া, an officer appointed to guard a moun- tain pass, &c. দুৱলীয়া, বি. (অ. দোৱাল, ঘাই কামত বাজে আন কাম) ঘাই গৰাকীৰ তলতীয়া, second in rank or station, assistant. দুৱাৰ, স. শ. {সং. দ্বাৰ, সোমোৰা বাট ) ঘৰ আদিৰ বাটৰ মুখ, ঘৰলৈ সোমোৱা আৰু ভাৰ পৰা ওলোৱা বাট; সেই বাটৰ ঢাকনী; এক দেশৰ পৰা আহি আন দেশত সোমোৱা বা পৰ্বতীয়া মানুহ ভৈয়ামলৈ অহা বাটৰ মুখ, an entrance into a house, &c., a door, an ca- trance into a country, a motintain pase. দুৱাৰ-গৰিল, স, শ, ওখ হৈ উঠা বা দুৱা-গড়িলা, ডাঙ্গৰ ঢৌ, a billow, a great wave. দুৱাৰ-উলি, স. শু. দুৱাৰৰ তলৰ পথালি কাঠ বা গড়, a threshold. দুৱাৰ-ডাং, স. শ. দুৱাৰ মৰা ডাং বা মাৰি, a bar for lastening a door. দুৱাৰ-মুখ, স. শ. দুৰাবৰ সমুখৰ ঠাই; পদূলি, an entrance, a gateway. দুশ্চৰিত্ৰ, স. শ. { সং. দুশ্চৰিত্ৰ—দু, বেয়া + চৰিত্ৰ, আচৰণ ) বেয়া আচৰণ, bad cottic-1.. বি. বেয়া-আচৰণ কৰা,মাচৰণ- yos, misbehaving, of hail conduct. দুস্ক, বি. (সং. দুৰ্গৰ দুৰ + , ক ) কৰিবলৈ টান, উজু নোহোৰ, দুঃসাধ্য, difficult to do, iinpracticable. স্কৰ্ম্ম, স. শ. {স. দুস্কৰ্ম্ম-দুৰ + কৰ্ম্ম, কাম) at vicious act, mis.. conduct. দুষ্কৰ্মী, বি, বেয়া কাম কৰা, কুকৰ্ম্মত ৰত, 414, vicious, sinful, wicked. দুত্, স. শ{ সং, দুস্কৃত-দুৰ + কৃত, কাম ) কুকৰ্ম, পপি, a vicious act, miscon- duct. দুষ্ট, কদ, বি. (সং. দুষ্ট-দুষ, মন্দ হ দোষ-যুক্ত, পাপী, অসত, wicked, te- praved. স. শ. দুৰ্জন, অসত মানুহ; যেনে, দুষ্টৰ পৰা দুৰ হবা, a wicked man. (স্ত্ৰী) বি. স. শ. দুষ্টা। দুষ্টালি, ৫. শ. দুষ্টৰ স্বভাৱ বা কাৰ্য্য, wickedness. দুষ্পপ্য, বি. ( সৎ, দুষ্প্ৰাপ্য~-দুৰ, দুখেৰে + প্ৰাপ্ত, পা দুৰ্লভ, পাবলৈ টান, difficult of attainment, rare. দুষ্মশু, স. শ. এজনা চন্দ্ৰবংশী ৰজা, শকুন্তলাৰ স্বামী, আৰু ভৰতৰ বাপেক, a prince of the lunar race. দুতীয়া, বি. (অং. দুই, একৰ দুগুণ+তি, সো) দুফাললৈ সেঁত বৈ যোৱা, দুটা সেভ থকা; যেনে, দুতীয়া নৈ, having two channels.