পৃষ্ঠা:হেমকোষ.pdf/৫০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

L । 4 ৪৭৬ দেউজ্জা +পাত, পেলোৱা) দৰ্শন, দৃষ্টি, দেখা দৃষ্টিগোচৰ, বি. (সং. দৃষ্টিগোচৰ-দৃষ্টি, কাৰ্য, the act of seeing or looking ঐ+ গোৰ, ইন্দ্ৰিয়ৰ দ্বাৰা বুজা বন্ধ ) দৃছ, বি. (সং. দৃঢ়—গৃহ, বৃদ্ধি পা) টান, পৰা, চকুৰে দেখা, seen with the কঠিন, লৰচৰ নকৰা, lard, firm, steady. eyc, come to the view. দৃঢ়তা, গু. শ. ( সং.) কঠিন, টান গুণ, দৃষ্টিপাত, স. শ. {সং. দৃষ্টিপাতদৃষ্টি, চকু firmness, &c. +পা, পেলোৱা, চকু-পেলোৱা } দৰ্শন, দৃচুমনা, বি. (সং. দৃঢ়মন—দৃঢ়, ডাঠ+ দেখা কাৰ্য্য; যেনে, মোৰ ওপৰত তেওঁৰ মন, মন) মন ডাঠ, ডাঠ মনযুক্ত, দৃষ্টিপাত নহল, the act of seeing or resolute. looking. দৃঢ়কৈ, ক্ৰি. বি. টানকৈ, লৰচৰ নকৰাকৈ, দৃষ্টিশূল, স. শ. ( সৎ, দৃষ্টিশূল—দৃষ্টি, ঐ+ firmly, steadily, &c. শূল, যাঠী। চকুৰ শূল, চকুৰ প্ৰতি কষ্ট- দৃশতী, স. শ. দিল্লীৰ উত্তৰ পূব ফালে থকা দায়ক, an eye sore, something এখান নৈ, a river running on the offensive to the siglt. . north-cast of Delhi. দেই, ক্ৰি. বি. আৰশ্যে, কোনো প্ৰাৰ্থনা দৃশ্য, কদ, বি. (সং. দৃশ্য-~-দৃশ, দেখৃ) দেইবা, } বা ইচ্ছা প্ৰকাশ কৰোতে সেই দেখিব পৰা, visible. প্ৰাৰ্থনা বা ইচ্ছা অৱশ্যে সিদ্ধ কৰিব দৃশ্যকাব্য, স, শ. (সং. দৃশ্যকাব্য- দৃশ্য, লাগিব এনে ভাব বুজাবলৈ ব্যৱহৃত মাত দেখা + কাৱ, ৰসযুক্ত ৰচনা) নাটক, “দেই” মা, সমনীয়া আৰু সামান্স att, a diama. মানুহ, তিনিতো খাটে,

  • দেইবা”

দৃষ্ট, কৃদ. বি. (সং. দৃষ্ট-দৃশ, দেখ দেখ, কেৱল সমনীয়া মানুহৰ মাখেন ব্যৱহৃত; যেনে, আপুনি আহিব দেই; তুমি আহি- দৃষ্টান্ত, স. শ. (সং. দৃষ্টান্ত—দৃষ্ট, ঐ+ অন্ত, বা দেই বা দেই; তুই যাবি দেই, শেষ } উদাহৰণ; উপমাৰে বুজোৱা কথা, a word used in making a familiar পটন্তৰ; যেনে, ঢোকাত কলা ৰয়, কলাতে request to imply a wish that the ঢোকাও ৰয়; ইয়াৰ দ্বাৰা ইজনে সিজনক request must be complied with. সাহায্য কৰিলে যে দুইৰে উপকাৰ হয়, দৈউ, স. শ. (সং. দেৱ, দেৰত) বাপু, তাক বুজোৱা হৈছে; কোনো উপদেশৰ মান্তৱন্ত ব্ৰাহ্মণৰ কথা কোৱাত বা তেওঁক ভাব ভালকৈ মনত বহুৱাবৰ কাৰণে কোৱা মত ব্যৱহৃত মাত, a word uscel সত্য ইতিহাস বা উপকথা; যেনে, দুষ্ট in speaking of ol addressivy a মানুহেৰে বন্ধুভ কৰা যে ভাল নহয়, Brahman priest. বান্দৰে শিয়ালেৰে সখি কৰাৰ কথা তাৰ দেউকি, স, শ, { অং. দেও, উপদেৱতা, rete, an example, an illustration, ভূত; ভূতৰ আকৃতি দেখিলে ভয় হয়, an instanec, a proverb, a parable, a এতেকে) অকস্মাত ভয় পাই মৰা গাৰ moral tale or fable. “পটন্তৰ চোৱা। জোকাৰ, উচাপ, চমক, a start from দৃষ্টি, স. শ. (সং• দৃষ্টি-দৃশ, দেখ দৰ্শন, fright. (কাম)। (#31 PTÚT; 57, siglt, the eye. দেউকি খা বা লাগ, উচাপ , to be ই-কটু, বি. (সং. দৃষ্টিকটু—দৃষ্টি, চকু + frightened, to start. কটু, জলা) চতুক অসন্তোষ দিয়া, দেউতা, স, শ. (সং. দেৱতা, পৰ্গৰ লোক ) দেখোতেই অনুচিত, দেখিৱলৈ বেয়া, বৰ লোক, ভাৰীয়া, অসম দেশৰ ডাঙ্গ offensive to the eye, improper- conter o ato, my Lord, lord- louking. seen. ship, sir.