পৃষ্ঠা:হেমকোষ.pdf/৪৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেজন্বিতা। ৪৩৭ তেনে-মুখেই। তেজস্বিতা, গু. শ. তেজস্বীৰ গুণ, প্ৰতাপ, atay 7, bloody mucous passed fexy, dignity, glory. from the intestines. তৈজস্বী, বি. (সং. তেজস্বিন্তৈজসু, প্ৰভাৰ তেজ-সাওঁ পৰু, শৌচ কৰোতে তেজেৰে +ই, প্ৰত্যয়) প্ৰভাৱযুক্ত, বলৱান, মিহলি অপাকী বীজলীয় বস্তু বাহিৰ হ, প্ৰভাপী; মহিমাযুক্ত, খ্যাত, overful, to be discharged as bloody mucous. famous, illustrious, of high dignity. তেতিয়া, ক্ৰি. বি. (সং. তদা, সেই সময়ত) (স্ত্ৰী) তেজস্বিনী। স. শ. মহিমাযুক্ত সেই কালত, at that time. ক. স. লোক; যেনে,

  • তেজস্বীক নোছোৱে সেই সময়; যেনে, তেতিয়াৰ পৰা, that.

ইসব দোষে ”–( শঙ্কৰ), an illustrious tiine. . persunage. তেতিয়াই, ক্ৰি. বি. ততালিকে, বেগতে, ভেজাল, বি. (অং তেজ, বল ) অধিক তেজ immediately, at that very moment. থকা; বলী; চোকা, having much তেতিক্ষণে, ক্ৰি. বি. (সং. ক্ষণে, সেই blood, strong, sharp. কালত। সেই সময়তে তেতিয়াই, তো- তেজী-বঙ্গ, বি. তেজৰ দৰে ৰা, বৰ ৰঙ্গা, FACE. inmeliately at that very blood-rol. instant. তেজোময়, বি. {সং, তেজোময়, ভেজ, ডেতেক, বি. স, (সং. ভৎ, সেই +এক, দুই প্ৰকাশ প্ৰকাশৱস্ত, দীপ্তিমন্ত, lyright, আধ) সিমান, সেই পৰিমাণৰ, so many, brilliant. so much. . তেজুগোঁৰা, বি. (অং. তেজ, ৰক্ত+গোৰা, তেত্ৰিশ (-), সংখ্যা, (সং. বয়স্ত্ৰিংশৎ, বগা ৰক্ষাৰে সৈতে মিহলি বগ। { মানুহৰ বং. তেত্ৰিশ) তিনি অধিক বিশ, thirty- PATE G), of a ruddy complexion. tlırce. তেপাতৃ, স. শ. (সং• তেজপত্ৰ, বং, তেজ- ভেনি, ক্ৰি. বি. সেই পোনে, সেই ফালে, পাতা, হিং, তেজপাত, এবিধ পাত) in that direction. এবিধ সুগন্ধি পাত, তাক আজ আৰু তেনে, বি. সৰ্ব্ব, সেই প্ৰকাৰৰ, sel of দৰত দিয়া যায়, the bay-leaf. that sort, similar. ক্ৰি. বি. সেই দৰে, তেজপিয়া, বি, (অং. তেজ, শোণিত+পি, সেই ৰূপে; যেনে, তেনে নকৰিবা, so, পান ক) শোণিত পান কৰা, drinking in that manner. blood, স. শ. কোকিলোঙ্গা, নাইপিয়াৰ তেনেই, ক্ৰি. বি. সমূলি, গোটেই; যেনে, নিচিনা এবিধ জন্তু, দি মানুহৰ আগত মেকুৰীয়ে ভাতবোৰ তেনেই কিছু বেলি থাকিলে তাৰ মুখৰ ফাল গোটেই অনাহাৰে; যেনে, কালি ৰাতি ৰঙ্গা হয়, তাতে মানুহে ভাবে যে সি তেনেই পৰি থাকিলোঁ, wholly, cn- মানুহৰ তেজ পি ৰঙ্গা হয়, a species tirely, without taking any fvod. of Chameleon. তেনেকুৱা, বি. সৰ্ব্ব, সেই প্ৰকাৰৰ, সেই দৰ, তেজমুই, স. শ. (অৎ, তেজ, শশাণিত+মুই, such of that sort, similar. মোহ } তেজ দেখাৰ পৰা হোৱা মূৰ তেনেকুৱাকৈ, ক্ৰি. বি. সেই দৰে, সেই ফুৰণি বা মুচ্ছ; এবিধ গছ, giddiness তেনেকৈ, 2004, thus, in the same occasioned by the sight of blood, a manner, kind of plant. তেনে-মুখেই, ক্ৰি. বি. সদায় মুখ যেনে তে, স. শ. (অং. তেজ, শশাণিত+ও, থাকে চেনে মুখেৰে, গোটেই মোল শৌচত ওলোৱা অপাকী বীজল) শৌচত Catteetatte, withont chewing a ওলোৱা তেজেৰে মিহলি অপকী বীজ- single betelnut.