পৃষ্ঠা:হেমকোষ.pdf/৪৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

899 ঠেউ, স. শ. (হিং, তেৰ, মূৰ্ছা) Pokratst: epilepsy, a falling sick- ness. তুতু, স, ধা লোভ দেখাই বঞ্চিত কৰ অনেক বাৰ আশা দি নিৰাশা কৰ, to tantalize, to disappoint. ভূৰ্ণ, বি. (সং, তৃৰ্ণ—ত্বৰ, শীঘ্ৰে গতি কৰ) শী, বেগী, quick. ভূৰ্ণতা, গু. শ. (সং.) শা, quickness. “তুলা” আৰু “তুলী” চোৱা। তুলী, তৃণ, স. শ. (সং, তৃণ-তূহ, পীড়া কৰ) ঘাহ, বন, সাৰহীন গাত গাঁঠি থকা দীঘলীয়া পাতেৰে ক্ষুদ্ৰ গছ, grass, any gam- incous plant. তৃণভোজী, বি. (সং. তৃণভোজি-তৃণ, ঘাঁহ+ ভোজি, খোৱা-~ভুজ, খ) ঘাহ Cht, grass cating, herbivorous. তৃতীয়, সংখ্যা. {সং তৃতীয়--বি, তিনি তিনিব সংখ্যা পূৰ কৰা, তিনটাৰ এটা , the third. তৃতীয়া, স. বি. তৃতীয় শব্দৰ স্ত্ৰীলিঙ্গ। স. শ. অমাবস্যা বা পূৰ্ণিমাৰ পাচৰ তৃতীয় তিথি, the third lunation. তৃপ্ত, কদ, বি. (সং. তৃপ্ত—তৃপ; ঘাই- কৈ সন্তোষ ক) সন্তুষ্ট; ভোজন বা facta effe, contented, satisfied witli food or dripk. তৃপ্তি, স. শ. (স.) সন্তোষ; ঘাইকৈ ভোজন পানৰ পৰা হোৱা হৰ্ষ, con- tentinent, satisfaction, তৃষা, স, শ. (সং. তৃষা-তৃষ্ণু, পিয়াহ লাগ) পিয়াহ, পানী পিৰ বাঞ্ছা, হেঁপাহ, thirst, craving তৃষিত, কৃদ. বি. (সং) পিয়াহযুক্ত, পিয়াহ লগা, বৰকৈ বা কৰ, thirsty, eager- ly desiring, . তৃষ্ণা, স. শ. (সং. তৃষ্ণা-তৃষ, ঐ ) পিয়াহ, পানী পিবব ইচ্ছা; হেঁপাহ, thirst, craving , দুৰ, বি. (সং. তৃষ্ণাতুৰ, তৃষ্ণাৰ্ত-~ তৃষ্ণা, ঈ + আতুৰ, আৰ্ত্ত, পীড়িত পিয়াহৰ পৰা দুখ পোৱা, thirsty, op- pressel by thirst. ঠেউৰীয়া, বি. আঁৱৰীয়া, suffering from epilepsy. তেঁতেলী, স. শ. (সং. তিন্তিড়ী, ব. তেঁতুল, এবিধ গছ) এবিধ গছ আৰু তাৰ গুটি, the tamarind tree and its fruit. তেতেলী-পতীয়া, বি. তেঁতেলীৰ পাতৰ দৰে fait, resembling the leaf of the tamarind tree. তেইশ -চ), সংখ্যা (সং- এয়োৱিংশতি, হিং, বং, তেইশ) তিনি অধিক কুবি, twenty-three. তেও, অব্য. (হিং. তৱহি, বং. তবু, তথাপি ) ভদপি, এনে হোৱাতে, yet, stil]. তেওঁ, ব্য, সৰ্ব্ব, (সং. তৎ, সেই ) সেই জন, সেই মান্ত লোক, he (saict of a tes- pectable person). তেওজু-বৈলি, স. শ. (হি. তে-ৱৰ+ অং. বেলি) যোৱা বছৰৰ আগৰ বছৰ, the year before last. . তেতেকীয়া, বি. (অং. তেকে, পানীত ভৰি দিলে হোৱাৰ নিচিনা শব্দ) আৰ্জ, তিতি থকা, পিছল, (ঠাইত খাটে); যেনে, চোতালখান কেতেকীয়া, moist, wct (said of a place). তে-চল্লিশ(-), সংখ্যা (অং. তিনি। চল্লিশ) fea sfär upfa, forty-three. তেজ, স. শ. {সং. তৈজস্, বল, পৰাক্ৰম ইত্যাদি—তি, চোক ক) ভাপ, দীপ্তি; যেনে,সূৰ্যৰ তেজ; শক্তি, পৰাক্ৰম; যেনে, বুঢ়া মানুহৰ তেজ কমে, মহিমা, heat, lustre, strength, power, dignity. তেজু, স, শ. (সং, তৈজ, বল, সি বলৰ মূল, এতেকে) শোণিভ, গাৰ বা ৰস, blood. তেজ পৰ, শৌচব লগত তেজ যা, গ্ৰহণী ৰোগ হ, to have dysentery, তেজ, দ, ধ, (সৎ ত্যজু, এ) এৰ, ভাগ কৰ; যেনে, সংসাৰ ভেজিলে, to give up, to relinquish.