পৃষ্ঠা:হেমকোষ.pdf/৪৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 by নেহলে, ক্ৰি. বি. তেন্তে, সেই ৰূপ

  • C, if so, then, in that

case. . ডেহি, বি. অতিশয়, অত্যন্ত, (বেয়া ভবত); যেনে, তেবাহি মদপী, excessive, im- moderate. তেহিকৈ, ক্ৰি. বি. অতিশয়ৰূপে, বৰকৈ, (বেয়া ভাবত); যেনে, তাক তেবাহিকৈ fpatita, excessively. তেৰ, সংখ্যা, (সং. ত্ৰয়োদশ, বং তেৰ, হিং. তেৰহ) তিনি অধিক দহ, thirteen. , তন্নবৈ,। সংখ্যা (সং. বিনতি, বং. তৰান্নৈ, তিনই। তিনি অধিক নবৈ, uinety-three. তেৰাশী, সংখ. (স, শিতি, বং, তিৰাশী। fofat f* r*, eighty-three. তেল, স. শ. (সং. তৈল, ব. হি. তেল, সৰিয়হ আদিৰ ৰস তিল, সৰিয়হ বা আন বস্তুৰ পিছল ৰস; জন্তুৰ ছাল আৰু মহৰ মাজত থকা এবিধ ভেলে ভীয়া বস্তু, oil, fat. তেল মাৰ, তপত তেলত দি পাক ক; যেনে, তেল মৰা আঞ্জ, to put into hot oil anything for cooking. . তেলনি, স, শ, পক কৰিবৰ কাৰণে তেল তপত কৰা কাৰ্য্য; তেলত ভজা বস্তু, the act of boiling vil for cooking in, anything fried in oil. ভেলা, স. শ. (কামৰূ.) চেলেং কাপোব, a shet. তেলাল, বি. তেলযুক্ত; যেনে, তেলাল মাছ, oily, fatty. তেলী-ছাই, স, শ, তেলেৰে মিহলি ছাই, qui offre ait, ashes mixed with oil, lampblack. তৈীয়, বি. তেলৰ নিচিনা; তেল লগা; যেনে, তেলীয়া কানি, oily, smeared with oil. স. শ. তেল বেগে, an oilman. তৈলীয়া ধুনা, স. শ. এবিধ ল; তাৰ শিপাৰ গাঁঠিবিলাকত এক প্ৰকাৰ তেল থাকে তাৰ দ্বাৰা মানুহৰ পেট চলে, a species of climbing plant, the roots of which is used as a cathar- tic. তেলীয়াসাৰেং, স. শ. { অং. তেলীয়া, ভেল- যুক্ত+ সাৰেং, এবিধ চৰাই) বক জাতিৰ এবিধ চৰাই, & kind of bird allied to the heron. তেলীশাল, স. শ. (কং.. তেলীয়া, ভেল বেচো+শাল, যন্ত্ৰ; তেল বেচেৰ যন্ত্ৰ } তেল পেৰ যতন; তেল পেৰা ঠাই, an oil press or inill, a place where oil is maule. তৈলেতীয়া, বি. (স. তৈলাক্ত, তেলযুক্ত ) তেলৰ আস্বাদ থক; তেলৰ দৰে পিছল, having the taste or quality ul oil. ভেলা,। বি. চিকচিকীয়া কলা, তেল তেলকলিয়া, ঘহাৰ দৰে চকুচকীয়া কলা, shiring black. { মানুহ খাটে। গো, স. শ. (অ. তেল, তৈল + গা, শৰীৰ) তেল ঘঁহৰ দৰে চিকচিকীয়া কলা বৰণেৰে এবিধ চৰাই. a kind of bird. তেলচিৰ্কটি, স, শ, (তেল+ হি. চিকটু, মলিয়ন) তেল লাগি কাপোৰত হোৱা afa, dirt produced on clothes by the nse of oil. তেল-বিলী, বি. অং. তেল, ঐ +বিয়, ব্যাপ্ত হ, তেলে ব্যাপে এতেকে) তেল সানি পৰিষ্কাৰ কৰা (মানুহত খাটে ), husked anel beamcared with oil (said of pulse). তেলটুপি, স. শ. (অং. তেল, ঐ+ টুপি, সৰু এটোপা) এবিধ, নৈৰ গৰাৰ গাঁৱত থকা সৰু চৰাই ( তাৰ গা তেল ঘঁহাৰ দৰে নিমজ, এতেকে , the sand- marten. তেলতেলীয়া, বি. তেলেৰে তিতা, saturated with oil. ছেহে, ক্ৰি. বি. (সং. ততঃ; বং, তবে, সিন্) তেনে হলে হে, সেই কথা হলতহে, then only, in that case only.