পৃষ্ঠা:হেমকোষ.pdf/৪৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাবোল-ডোবোল ভেমেহীয়া বি. পৈণত হবলৈ ধৰা; যেনে, ডেমেহীয় আম; ডেকা বয়সৰ ওচৰ চপা, ডেকেৰুৱা (চৰাইত খাটে); ডেমেহীয়া কুকুৰা, young, advancing towards maturity. ভে-ডেউকা, স, শ. এবিধ চেঁচুকত হোৱা ডে-ডৌকা, ক্ষুদ্ৰ গছ, বীজলৰ গছ, a kind of herb. ডে-ডেমীয়া, বি, ৰসাল, ৰস থকা, শুকান নোহোৱা, কেঁচা ফল বা পাতত খাটে , sappy, not dry. ডে, বি. (সং. সাদ্ধ; হি. ডেঢ়; বং. দেড়, এক আৰু আধা? এক আৰু আধা, one and a half. ভেৱা, স. শ. ( অং, ডে, পাৰ হৈ যা মাছ ধৰিবৰ কাৰণ সোপানীত ,পথালিকৈ এখান চা পাতি তাৰ তলত এখান বাণ দিয়া যায়, মাছে বাণত খুন্দা খাই তাব ওপৰে জাপ মাৰি চাঙ্গত পৰে, a plat- form across a strcant with a fenze: beneath, the fish in their passage being obstructed by the fence, , jump upon the platform. ভেৱা, স. শ. ( বৎ. ডেউয়া, এবিধ গছ) এবিধ গছ, তাৰ ছাল তমোলৰ দৰে ব্যৱহাৰ কৰা যায়, বঁৰ গছ, a kind of tree. ভেং, স, শ, (হিং. ব. ডোঙ্গা, সৰু নাও) মাটিৰ সৰু খাল; যেনে, বৰষুণৰ পানীৰে খাল-তোহ পূৰ হল, a small hole or depression in the ground. ডোৱাৰ, স. শ. (হি. ডুবনা, অল যা ) নৈয়ে এৰা, পানী থকা সুতি, an olt channel of a river containing stagnant water. ঙেৱাৰ-জৰী, স, শ. তাঁত বওঁতে দ্বীঘৰ সূতা বওঁতাৰ গাৰ ফাললৈ চপাই আনিবলৈ দীঘল কৰিবৰ কাৰণ তাৰ আগ ফালৰ মূৰত লগোৱা জৰী, সেই জৰী যিমান দীঘল কৰা যায়, দীঘৰ তা সিমান বওঁতাৰ কাললৈ আগ বাঢ়ে, one of the strings with which the opposite end of the warp is tied to lengthen it out in weavivg. ডোৱাৰ বান্ধু, দীঘৰ সূৰ আগ ফালৰ মূৰত জৰী বান্ধি তাত দীঘল কৰ, to lengtlien the warp hy attaching strings to the opposite end of the same. ডোক্, স, ধান ভলা আদিৰে জোকাৰি মিহি আগৰ পৰা মোটা ভাগ বেলেগ ক, to separate the coarse part, as of grain, &e., by shaking on a bam- boo platter. ডোখৰ, স, শ, খণ্ড, ভাগ; যেনে, মাটি ডোখৰ, সৰু বা মৰম লগা অৰ্থত ‘ডুখৰি' হয়; যেনে, সোণ-ডুখৰি, a piece, a bit. ডোখৰ-ডোখৰ, বি, খণ্ড খণ্ড কৰি ভাগ কৰা, অনেক খ কৰা, divile (by broke into pieces. ডোখ ডোখৰকৈ, কি, বি. অনেক খণ্ড কৰি, dividing or breaking into pieces. ভোঙ্গ, ল, শ, { অং. ডোং, সৰু খাল) সৰু খালত ৰোৱা অলপঁয়া পানী; পানী ভোঙ্গা শুকাল; কলাপটুৱাৰ খোল, a small, shallow pol of water, a plash; a vessel extemporized from the sheath of a plantain tree. ছোঙ্গাডুঙ্গি, স. শ. অনেক ভোঙ্গ, ভোঙ্গাৰ que, many small pools. ভোঙ্গাড়োঙ্গ, ক্ৰি. বি. অনেক ভোঙ্গ হৈ বা অনেক ভোঙ্গা কৰি; যেনে, পথাৰত ভোঙ্গভেঙ্গে পানী হৈছে, in many poole, pool by pool. ডোবা, স. শ. (হি. বং, ডোবা, এভোৰ বন্ধ পানী} বৰ দ বন্ধ পনী, ডোৱাৰ; Cara fa, a sheet of deep standing water, the deepest and broadest part of a river. ভগবোলা, স, শ, এক খণ্ড মাটি, এভৰা, a patch of lanet. ভোবোলা-তোবোল, বি. অনেক ভৰা কৰা, watwa, divided into many patehes or plots.