পৃষ্ঠা:হেমকোষ.pdf/৪৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 ডেমেই part of a fence which a man can pass over, but which cattle cannot. ঙেও-পৰা, বি. { অং. ডেও পাব, উদ্ধত হ) উদ্ধত, আগ পাচ নেচাই কাম কৰা, মন To, rash, headstrong, unruly. 77. স, উদ্ধতালি কৰণ বা আগ পাচ লুণি Fly $79, the act of being rash, the acting in disregard or tleliance of consequences. ডেওপৰিণি, স. শ, ডেও-পৰা কাৰ্য, উদ্ধ- off, rusless, headstrongness. ডেকা, বি. {সং. ডিৰ, যুবা! যুবা, লৰা কালৰ ওপৰ আৰু বুঢ়া কালৰ নাম Trist, youthful, young. T. **. TEY পুৰুষ; কোনো এক বিশেষ বংশৰ সন্তান; যেনে, বেজবৰুৱাৰ উেকা, ২৯ young man, a descendant of a respectable family. . ভেকাকটে-যোৱা, স. শ. ডেকা-কালতে মৰি- বৰ যোগ্য মানুহ (শাও দিয়া মাত}, it man tit to Le cead and gone in youth (a tern of urse and abuse). (স্ত্ৰী) ডেকাকঢ়ে-যাতী। ডেক-কৰ, স. শ. ডেকা মানুহৰ অৱস্থা বা 284, the early part of life, youth. ডেকা-চাং, স. শ. নগাৰ বিয়া নকৰা ডেকা- বিলাক থকা চাংঘৰ, the residence of unmarried young Nagas. ডেকা-দেও, স. শ, (ডেকা, ঐ+ দেও, ভদ্ৰ লোক} হিন্দু ডাঙ্গৰ লোকৰ ডেকাক মতা to the title of a young man of a respectable Hindu family, a young gentleman. , ডৈকেৰী, বি. (সৎ, ডিব্ৰুৰী, যুবতী) যুৱতী, যৌবন কাল পোৱা, young. স. শ. যুবতী তিৰোতা, দশ ডাঙ্গৰ হোৱা তিৰোতা, A young womat. ডেকেৰুৱা, বি. { অং. ডেকা, যুবা ডেকা বয়স পোৱা, অৰ্থাৎ পাখি গজা, উড়িব পৰা চৰাই); কিছু ডাঙ্গৰ হোৱা (মাছৰ coratfor), fully fledgeil, full-grown, as a fish. 7. *. ayet, a full- grin louse. ডেগ, স. শ. (হি. ডেগ, এবিধ ভাত ৰন্ধা পাত্ৰ) এবিধ পেট-বইল ডিঙ্গি চুটি মাটিৰ 79, 84, a kind of earthen vessel or jar. ডেঙ্গুৰ, স. শ. (অ. ডিঙ্গি, গল ) ডাকুৰ; কলহ, se? ডাকুব। ডেডনি, স. শ. (অ. ডেড, চিঞৰ বৰকৈ মৰা চিঞৰৰ শব্দ; দুখৰ চিৎকাৰ, a sevean, ডেডা, অ, ধ, দুগ বা পীড়া পাই চিঞব, উচ্চ শব্দেৰে কেঁকা; যেনে, জৰীয়াই ডেডব attrice, lo screan with pain, to gran loully. ডেড়াউৰি, স. শ. { অং. ডেড়া, ঐ। বাধৰ উচ্চ গুৰ্জন, হাতীৰ চিঞৰ; জুইৰ উচ্চ

  • ", a desench growl of a tiger, ik

roaring sund, as of an elephant. ডেডাউৰিয়া, অ. ধ. বাঘৰ দৰে উচ্চ শব্দেৰে গৰ্জন কৰ; হাতীৰ দৰে চিঞৰ, জুইৰ দৰে উচ্চ শব্দ কব, to grow as a tiyer, to rvar as an elephant. ডেঢ়ি, স, শ, (হি. ডেঢ়, এক আৰু আধা) কোনো সংখা বা পৰিমাণ পূৰ হৈ বাঢ়ি থকা ভাগ; যেনে, মোক ইমান দি ডেটি et pot fi 291, excess, surplus. ডেঢ়ীয়া, বি. কোনো সংখ্যা বা পৰিমাণ পৃৰ হৈ বেচি হোৱ, যিমান লাগে সিমান হৈ বাঢ়ি থকা; যেনে, তোমাৰ ধনেৰে ধাৰ মৰি পাচ টক ডেঢ়ীয়া হৈছে, মাৰ- লীটোৰ ডেঢ়ীয়া ডোখৰ কাটি পেলা, sliperimus, more than sufficient, excessive. স্টেফা, বি. (অং, ডেকা, যুবা } যুবা, ফল ধৰিবৰ বয়স পোৱা বা এবাৰ ফল ধৰা; যেনে, কঁঠাল জোপ ডেফা হৈছে, young, fructifying for the first time or about to fruetify. ডেমেহু, অ, ধ, পৈণত হবলৈ ধৰ; যেনে, HATCHY CECIFCE, to be about to mature (said of fruit).