পৃষ্ঠা:হেমকোষ.pdf/৪৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডোবোল-তোবালে ৪১১ & lumour. ভোবোলা-ভেবেলে, ক্ৰি. বি. অনেক ডো- বোলা কৰি, এডোবোলাৰ পাচত আন cotcstattet, in many ratches or plots, plot afler plot. ডোম, স. শ. (সং. ডম; হিং. বং, ডোম, এটা অন্ত্য জাতি) অসমৰ মাছ মাৰি উপজীব্য কৰা এক জাতি, নদীয়াল। বঙ্গ দেশৰ দোমে গাহৰি খায় আৰু বহণ কাঠীৰ কাম কৰে; অসমৰ “ডোম” নামেৰে খাত জাতি তাতকৈ পৃথক, ইহঁতৰ আচাৰ কলিতা আদি শূদিৰ জাতিৰ নিচিনা; স্বৰূপাৰ্থত ইহঁত কৈবৰ্ত, a fisherman. { স্ত্ৰী) ডুমুনী। ভোেজ, স. শ. {সং. ধি, দো, দুই; জৰু, পৰ পীড়া) দুদিনৰ মূৰত এদিন উঠ। 57, il quartan fever, .,, a fever which returns every foarth lay. ইয়াক ‘দো-জৰ বোলা আৰু লিখ। উচিত; কিন্তু উচ্চাৰণ অনুসৰি ডোম-জৰ লিখা আৰু বোলা যায়। ডোমালী, বি. ডোম-সম্বন্ধীয়, ডোমৰ; যেনে, Cora ate, pertaining to Dous. ডোৰ, স. শ, (সং, ডোৰ, জৰী) কাপোব কাটি জৰীৰ নিচিনা হোৱা ভাগ; যেনে, কাপোৰখনৰ ডোৰ ওলাইছে, a slr: of torn cinth, a strip of rag. ডোৰ-কানি, স. শ. (অং. ডোৰা, ঐ + কানি, ফটা কাপোৰ) ফাটি ছিটাছি হৈ জৰীৰ নিচিনা হোৱা কাপোৰ, cloth torn to shreds. ডোল, স. শ. (সং ডোৰ, জৰী) জৰী, বটিয়), i, a string', a coru, a zope. ভোলা, স, ধা. জৰী লগা, জৰীৰে বান্ধ; Contests 791, to tie with a condu! string; to cord, to noose. ডেকা, স. শ. “ডেউকা” চোৱা। দাগ, পৃথক সীমাৰ, বেলেগে জোখা এক খণ্ড মাটি; যেনে, এই ঢ-মাটিত এহালচা, a plot of ground bounded and measured separately. ঢ, স. শ. ডোক বা পিয়াহৰ দ্বাৰা অভিভূত হৈ হোৱা মূৰ্ছ; যেনে, পানী খাবলৈ নোপোৱাত ঢুকে ধৰিছে; তাপৰ পৰা CETTY Lol, a swoon brought on by hunger or thirst, lıcat, fainting. ট, স. শ. (সং. ঢঙ্কা, এবিধ ডাঙ্গৰ ঢোল ) ঢাকৰ শব্দৰ দৰে বৰকৈ ওলোৱা সম্বাদ, বৌচি, ঢক্‌ উঠ বা টকৃ ফুটু, বৰকৈ সম্বাদ গুলা, to De noised abroad. চকা, স. শ. { হিং. ধাক্কা, আঘাত) চাপ, মেলা হাতেৰে কৰা আঘাত, a slaup. ঢকাচমকা, বি. (অ. ঢাকা, আচ্ছাদিত + চমক, অলপ পোহৰ) মেঘৰ ৰা অলপ ৪ায়েই মাৰ যোৰ; যেনে, ঢকাচমকা , breaking out through the cloud anel disappearing again, as sun- shine, চকডিঙ্গা,। স. শ. (অং. ঢাক, এবিধ ঢকডিৰীয়া, বাদ্য + ডিঙ্গা, মাছ ধৰা যতন, ঢাক বা ডিঙ্গৰাৰ নিচিনা হোৱা } জন্তুৰ পেট উহা বোগ, a disease of cattle in which the belly is swollen. ঢাকা, স. শ. (সং. ঢাকা-ট+কাৰ, আখৰ) ঢ-আখৰ, the lette' ঢ। উকিয়া, স. বা. (অ. ঢাকা, চাপৰ ) ঢাকা বা 674 37. to strike with tlo open land. ঢকুৱী, স. শ. (অ. ঢাক, আচ্ছাদন কৰু, গছৰ গা চকে, এতেকে) তামোল-জাতিৰ $150 cate, the slieath of the tumul tree. ড, ব্যঞ্জনবিলাকৰ চতুৰ্দশ আখৰ, the four- teenth letter of the cousopants. ট, স, শ. (অং. ধৰ, সীমা) মাষ্টৰ উৰা, টকটক, অমুক, সৰু ডিঙ্গিৰে পাত্ৰৰ পৰা পানী ওলোৱাৰ নিচিনা শব্দ, an inic tative sound used to express that of water pouring out of a narrow- ncoked vessel.