পৃষ্ঠা:হেমকোষ.pdf/৪৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেকিয়া। যেনে, কুকুৰা-াহী, তৰাহী, বৰ ডাহী, এতিয়া কেইও বিধ আসামত নিৰ্মূল, the Hamadryal, a species of largo hooded shake wlich is very aggres- sive (priophagus elaps.) হেকিয়া,। বি. (ব, আঁশ, পকিবলৈ হেচিয়া, ধৰা) পূৰঠ হোৱা, পকিব লগা হোৱা, (সৰু ফল খাটে), legin- ning to ripen, nearly ripe. ডাক, স. শ. (হি, বং. চিঠি আদি নিত) চিঠি আদি পঠিয়াবৰ উপায়, ভ্ৰমণ কৰাত বেলেগ বেলেগ ঠাইত ৰখা বাহন, a letter carrier, post, relay of horses, &c. ডাক্, স. . (সং. দংশ, কামোৰ; হিং. ভাস্ক, বিশাল জন্তুৰ ভুল ) কামুৰি বা শুঙ্গেৰে ফুটাই বিষ লগ; যেনে, সাপে ডাকিলে; বলে ডাকিলে; এতেকে, চোকা বস্তুৰ দৰে ছালত বোবোৰা আৰু বেদনা উৎপন্ন কৰ; যেনে, চুণে ডাকিলে, চোৰাতে uff#ca, to bite or sting, to corrode. ডাক, স. শ. (বং ডাক, শব্দ } মতা কুকুৰাৰ মাত; যেনে, কুকুৰাৰ ডাকতে উঠিল; উচ্চ শব্দ; যেনে, আফলাৰ ডাক, the crowing of a cock, a loud sound. ডাক দি, মত। কুকুৰাৰ দৰে মাতৃ; যেনে, কুকুৰাই ডাক দিছে। উচ্চ শব্দ কৰ; যেনে, ডাক দিয়া বোল হৰি হৰি, to crow, to bawl or cry out. ডাকু, অ, বা. উচ্চ শব্দ কৰ, বৰকৈ মাতৃ; যেনে, ডাকি বেলা হৰি হৰি; মতা কুকুৰাৰ দৰে মাতৃ; যেনে, কুকুৰাই cft, to cry out, to crow. ডাকিনী, স. শ. (স.) কালী পোৰ্সানীৰ সঙ্গিনী, এবিধ ভূতুনি, a. female evil spirit. ডাকু, বি. (হিং. ডাকু, ডকাইত ) জেওৰা ডাঙ্গি শস্য খোৱা আৰু ধৰিবলৈ গলে লৰ-মৰা মাইকী ছাগ বা গৰুত খাটে); যেনে, ' ডাকু গাই বা ছাগলী; মুখ-চোকা, বশ নোহোৱা, কৰ্কশ স্বভাৰযুক্ত (স্ত্ৰী); যেনে, ডাকু তিৰোতা, (fem.) unruly, as a domestic animal, shrewish. rough-tempered. ডাকুৰ, স. শ. ( অং. ডাকু, দুষ্ট) জেওৰা ভঙ্গ, দুষ্ট ছাগৰ ডিঙ্গিত আৰি দিয়া। পথালি মাৰি; কলগ্ৰহ, a pie:e of wool tied rotond the neck of a goat to prevent its straying into the jungle, , ডগি, স. শ. (বং দাগ, চিন } মানুহৰ ( 34 cura, a class of man. ভাস্কোপ, স. শ. (অং.. ডাং, টাঙ্গান + কোব, প্ৰহাৰ আপোনাক ডাঙ্গৰ জ্ঞানী বা বলবান দেখাবলৈ মিছাকৈ গপ মাৰি Tia**1, 27 i, a boast, ostcata- tius praise of one's own deels or alvantages. ডাঙ্গা-৬, বি. { বং, ডাগৰ, বৃহৎ বৃহৎ, দীঘল বহল; মোটা; বৰ, শ্ৰেষ্ঠ; প্ৰবল; Ay, biy, large, noble, vivleut, great, grow]}-upp. স. শ. বৰ লোক, শ্ৰেষ্ঠ মানুহ; যেনে, ডাঙ্গৰৰ ডাঙ্গৰ কথা; বয়সীয়া মানুহ; যেনে, ভাঙ্গবে কথা কলে 7718 ufaz atost, a nobleman, an Werly person. ' ডাঙ্গৰ-দীঘল, বি. ডাঙ্গৰ আৰু দীঘল, বৃহৎ, বৰ; বয়স পোৱা, ডাঙ্গৰ হোৱা, lage, big, grown-up. ডাৰি উ), স, শ. ( অ, ডাঙ্গৰ, বৃহৎ ) ধানৰ বহুত মুঠি গোটাই বন্ধ। ডাঙ্গন i, a large stueaf of paddly. ডাঙ্গৰি-কাপোৰ-ঙ-), স. শ. { অং. ডাঙ্গৰ, বৃহৎ +কাপোৰ, বৰ্থ ) বৰ কাপোৰ, a civarse thick cloth used as a wrapper. ডাঙ্গৰীয়া (-), স. শ. (অ. ডাঙ্গ, শ্ৰেষ্ঠ। বৰ লোক, শ্ৰেষ্ঠ বা মান্থ মানুহ, a noble- man, 1 grandër. (f) thatna(--) ভাটি, ক্ৰি. বি. (অং. ডাঠ, দৃঢ়, বলৱস্ত ) ডাঠকৈ, দৃঢ়পে, গধুৰ ভাৱে ( কথা কোৱাত খাটে); যেনে, তাক ভাটি ক; বলেৰে; যেনে, “শৰ প্ৰহাৰিলা 170," gravely, seriously, with forco.