পৃষ্ঠা:হেমকোষ.pdf/৪৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভলা ৪০৪ UTET -- ভলা, স. শ. (স. ডলক; বং, ডাল, এবিধ কাঠীৰ পাত্ৰ) বাঁহৰ কাঠীৰ এবিধ চেপেটা Trong 479, a bamboo tray or platter. ডলাৰ বগৰী, ডলাত খোৱা ৰগৰীৰ দৰে বাগৰি ফুৰা, স্থান-স্থিতি নথকা, moving abont, having no fixed habitation. উলীয়া, বি. (অং. ডাল, ঠাল) ডালযুক্ত (এটা সংখ্যা শব্দৰ পাচত থাকে); যেনে, পাঁচডলীয়া গছ; ডালৰ দৰে গোটা; যেনে, ভলীয়া সোণ, having branches, (tised in composition), of the form of a stick উলুৰ, বি. গছৰ ডালত বা গছত থকা; যেনে, ডলু বীৰা; ডাল, ডালসম্বন্ধীয়, relating to a branch. জলোতা, কৃ. স. (ডল, জাতেৰে ফাল; ভাল কাটু) যি পুৰুষে উলে, a mall who pruncs, &e. (1) cich ডহুড়হীয়া, বি. (হিং. ডডহা, প্ৰফুল্লিত, সন্তোষদায়ক স্থিৰ, অলৰ, নিশ্চিত; সেনে, কথাটো উহহীয়া হল, firnt, decialed, established. ডাইনী, স. শ. (সং. ডাকিনী, ভূতুনী) কালী গোৰ্সানীৰ সঙ্গিনী; এবিধ ভূতুনী; এতেকে ভৃত পোহ তিনোত, a writet. ডাইল, বি. (সং. দল, মৰ্দন বা নাশ কৰ) বিষল, বিষযুক্ত (সাপত খাটে); বৰ

  1. 1 TI coral, a kind of chilli, very

pungent, very acril. ডাউক, স. শ. (সং. ডাহুক, এবিধ চৰাই) fax gate, the poor lien or water lien. (স্ত্ৰী) ডাউকী। ডাং, স, শ. {হিং ডাং; বং, ডাঙ্গ, টাঙ্গন। টাঙ্গন; কোনো বস্তু ওলমাই খবৰ কাৰণ পথালিকৈ ৰন্ধা মাৰি, দুৱাৰ মৰা মাৰি, a thick stick or staff, a horizontal pole for hanging things on, a bar for fastening a door. MHE "157" এনেও হয়; যেনে, “হাতত লোহাৰ উৰ, স. শ. (সং. দণ্ড, মাৰি গছৰ ফল আদি পৰাত ব্যৱহাৰ কৰা দীঘল মাৰি; যেনে, পাত কটা উৰ, কাপোৰ থবলৈ পথালিকৈ বন্ধ মাৰি; এবিধ নাল লগোৱা aty, a long pole for bruging down fruit, &c., from a tree, a long piece of wood or bamboo horizon- tally placed for lanying clothes 0u, au war with a spliced handle. উৰ, স. শ. (সং. দণ্ড, ষাঠি পল) ষাঠি পল পৰিমাণৰ কাল, দিন ৰাতিৰ ষাঠি 545* eyst, one-sixtieth part of a day and night or 21 minutes. ৰ, স. বা. (সং. দণ্ড, শাস্তি ) কোনো দোষৰ শাস্তি-স্বৰূপে ধন দিবলৈ আঙ্কা কৰু, ভঁৰ ল, to fine. ক. স. ভঁৰোতা, (স্ত্ৰী) উৰতী। ভঁৰণ, কদ, স. উঁৰ কায্য, the act of tining. . সমা. ~~ ভঁৰ ভঁৰ, প্ৰথমটোৱে সকলে। প্ৰকাৰ দণ্ড কৰা বুজায়; যেনে, ৰজাই দোষীক ভঁৰে; পাচৰটোৱে দণ্ডম্বৰূপে ধন লোৱাত মাথোন খাটে; যেনে, তাক পাঁচ টকা উৰিলে। ভৰি, স. শ. (সৎ, দণ্ড, মাবি) বড়শী-বোৱা na mfa, a roc, il support for a fishing line ভাৰপৰ, স. শ. ( অঃ. উঁৰ, ষাঠি পল + পৰ, আঠ ভঁৰ কাল ) উৰ আৰু পৰ অৰ্থাৎ সময় নিশ্চয় কৰা যন্ত্ৰ, an ini- strument to measure the time, a time-piece, a clock, উঁহু, স, শ, সৎ, শ, এবিধ ডাঙ্গৰ মাখি ) জম্ভক কামুৰি তেজ খোৱা এবিধ ডাঙ্গৰ মাথি, a gad fly. ডাহী, “উহা” শব্দৰ স্ত্ৰীলিঙ্গ। , স. শ. (সং. দী, কামোৰোতা; দংশ, কামোৰ, খেদি কামোৰে এতেকে। এবিধ বৰ ডাঙ্গৰ ফেঁটী সাপ; সি এনেহে খাল যে মানুহৰ মাত শুনিলেই খেদি যায়; কিন্তু বৰ বিৰল। তাৰ তিনি বিধ; ডাকোপ, স. শ. “স্কোপ" চোৰ।