পৃষ্ঠা:হেমকোষ.pdf/৪৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভা। ডালি। ডাই, বি. (সং. দৃঢ়, টান, কঠিন) ঘন, পাতল Galceta1, fe, thick, dense, strong. জগুৱা, বি. সাহিয়াল, বুকু ঠ, fearless, courageous. ডাঠকৈ, ক্ৰি. বি. ঘনৰূপে; দৃঢ়কৈ; গধূৰ oc, thickly, seriously, gravely. ঢ়ি, স. শ. (সং. দাঢ়িকা; হিং. ডাঢ়ি; ব, দাড়ি, ধোতোৰাৰ নোম) ধোতোৰাত গজা নোম, মুখৰ তল ফালৰ আৰু গালৰ cat, a henrd, whiskers. ভালী, স. শ. ডফল। জাভিৰ তিৰোত, a wonian of the Dalla tribe. f4. উফলাৰ তিৰোতাৰ দৰে চুটিচাপৰ, পুষ্ট অথচ আটিল ( ( তিৰোভাৰ বিশেষণ); যেনে, ডাফলী তিৰোতা, short out strong and stout. . ভাব স. শ. {হিং. বং, ডাব, বিকল ) কুমলীয়া নাৰিকল, an unrix (খ)coaut. “ডাব-নাৰিকল” এনেও হয়। ভাবু, স. শ. মোকোটাই কটাৰী সুমাই পোৱ। যেনে, তামোল-কটাৰীৰ ডাব, a folding handle, a luandle that serves as a case of a knife. বকটাৰী, স. শ. { অং. ডাব, কটাৰী জাপাৱা নাল কটাৰী, এবিধ সৰু অন্ত্ৰ ) নাল মোকোটাই সুমাই খোৱা কটাৰী, ভাব লগোৱা কটাৰী, a knife will নাল; ডাবি মাৰ, ভেকাহি মাৰ, to utter angry words loudly anıl quickly, to in- timidate. ভাবি, স. শ. ভাল-জাতিৰ গছৰ ফুলৰ বাহ, the calyx or spathe of betel nut and other palm trees. ডাল, স. শ. (হিং. বং, ডাল, ঠাল) গছৰ fiat, a branch, % bough. **. গোটা আৰু দীঘল বস্তু বুজাবলৈ সংজ্ঞা বা বিশেষণ শব্দৰ পাচত দিয়া মাত; যেনে, লে জু-ডাল। অন্য আকৃতিৰ বস্তু বুজোৱা শব্দৰ লগ লাগিলে তাক নিন্দা বা তুচ্ছ কৰ বুজায়; যেনে, মানুহ ডাল, কথা ডাল, তিন ডাল টকা, a particle affixed to a koun or adjective to denote a long or slender thing; when added to a nonn signifying a thing of any other kind is shape it eonveys a sense of ridicule. ডালচেনি, স, শ. { হিং. বং. দাচিনী, ডাচনী, এবিধ গছৰ ছাল } এবিধ গছৰ ছাল, সি অলপ সোৱাদ আৰু জলা, তাক তামোলৰ লগত আৰু দৰত ব্যৱহাৰ কৰা যায়, timtiatno. . ডাউজুৱা, বি. (অ. ডাল, অনুব্ধ+ ডঙ্গুৱা, অকলশৰীয়া) নিচেই অকলশৰীয়া, পুত্ৰ ভাৰ্য। কেও নথকা, গোটেই সঙ্গহীন, quite alone, having neither frionds nor wifo nor children. ডালভলীয়া, বি. এঠাইত এডল আন ঠাইত আন এডাল সূতা থকা, উনু, পাতল (কাপোৰ আদিত খাটে}, a thin texture, not thick. ডালি, স, শ. (অং. ডাল, শাখা) সৰু ডাল, ক্ষুদ্ৰ শাখা, ঠালি, a small branch. উপশ, সৰু বা মৰম লগৰ দীঘল আৰু গোটা বল বোধক শব্দ; যেনে, জৰী ডালি, a diminutive of “ডাল”। ডালি, স. শ. (হিং. ডালী; ব গুলি, ফল মূলৰ ভেটী) পাচি বা খৰাহিত ভৰি কোনো লোফক ভেঁটা ফল, মূল, শাক folds up. , ডাব, স. শ. (হি. বং, ডাবৰ, মুখ ধোৱা পাত্ৰ গভীৰ আৰু ওৰ মুখেৰে এবিধ মুখ-ধোৱা আৰু পিক পেলোৱা পাত্ৰ, a kind of spittoon. ডাবৰি, স. শ. (অং, জাবৰ, অকামিল। খেৰ- কুটা আদি) পেৰি ৰস-লোৱা কুঁহিয়াৰৰ anna, the refuse of prossecl sugar- care, ডাবি, স. শ. খাঙ্গেৰে দেখে ভয়; খং art, menace, threat, chiding, বি দি, খগেৰে ভয় দেখা; খং কৰ, to threaten; to reprove, to chide with