পৃষ্ঠা:হেমকোষ.pdf/৪২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

a ঠকাৰ, ঠকাৰ, স. শ. (সং. ঠ+ কাৰ, আখৰ) ১ tea, the letter i ঠকুৰা, স. শ. (সং. ঠকুৰ, কাঠৰ মূৰ্তি ) পাগুৰি বন্ধাত ব্যৱহৃত ওপৰৰ ভাগ ডাক্তৰ তললৈ চিঞা এডোখৰ কাঠ; এতেকে শুক্ৰপ বা প্ৰায় তেনে গঢ়ৰ কাঠ, a block of wood with a rounded head on which the payri is shap ed, any block of wood of similar form. ঠিক, অমুক, কোনো টান বস্তুত আঘাত লাগিলে হোৱাৰ নিচিনা শব্দ, animi- tative sound used to express the sound produced on striking a hard brotly. ঠকঠ কৰে, ক্ৰি. বি. গোটেইটো গা লৰাই, দাতে সঁতে লাগি শব্দ উঠি ( কঁপাত খাটে); যেনে, ভয়ত ঠক্ঠক্ কৰে কঁপিছে, in a violent manner (said of trem- or elaking). ঠগ, স. শ. (সং ঠকুৰ, মূৰ্তি। গড়, আকৃতি, shape, form. ঠগ, স, শ. (সং. মৃগ; হিং. ঠগ, চুল কবে) ছল কবোত, বক, প্ৰতাৰক, মিছা কথা কওঁতা, a eligat, a liar. স. ধা, বঞ্চনা কৰ, চুল কৰ, t) cheat. ঠগা, স. শ. {সং. স্থা, খাক; পুথি ইয়াতে থাকে এতেকে এটা ঠেং লগোৱা পুথি থোৱা কাঠৰ আধাৰ, a woolen sta) on which religious manuscripts are placed. ঠগি, স. শ. (অং. ঠগা, ঐ, প্ৰায়ে ঠগাৰ নিচিনা এতেকে) কাঠৰ শৰাই, a rounal wooden tray on a leg. ঠগিতু, বি. ( অং. ঠগ, গঢ়) গঢ়িত, hand- some, well-shapet. ঠগো, কদ, স, (ঠগ, হুল) ছলনা কৰোতা, a man who cheats, { স্ত্ৰী } ঠগতী। ১টা, বি. (অৎ ১টু, টান বস্তুত আঘাত লাগিলে হোৱা শব্দ) উদং আৰু টান (মাটিত খাটে); যেনে, ঠটা মাটিত bling ঠৰ, লাৰ্গ। পৰিলে দুখ পোৱা যায়, hard and bare (said of ground). ঠ, স. শ. (হি. বং. ঠা, শুৱনি গঢ় ) জীপ পোৱা তাৱস্থা; জই পৰা গুচি ৰস ধৰা অৱস্থা (ছত খাট), the state of being reviver (said of plants). ১ ধব, জই পৰ গুচি ৰসাল হ, জীপ পা; যেনে, পুলিটোৱে ঠন ধৰিছে, to the revived like a plant. ঠনৰাই, ক্ৰি. বি. ঠনৰ শব্দ কৰি ঠন কৰে, ( ছিগা বা ভগাত খাটে); যেনে, জৰী ডাল ঠনৰাই ছিগিল, with a snapping or breaking sound. ঠনঠন, অনুক, কোনো বস্তু ভাগোতে হোৱাৰ far Forty **, an imitative sound used to express that produced by a brittle thing wlilst breaking. ঠঠননি, স. শ. কোনো বস্তু ভাগেছে tai 7, a cracking sound. ঠঠন, অ. ধ: ঠঠন শব্দ কৰ, to mak a (racking sound. . ঠনঠনীয়া, বি. “ঠণ্ঠ” কৰি ভগ, বেগতে 557 : 571, brittle, casily broken. ঠ ঠন্‌ কৰে, ক্ৰি. বি. ঠক্ ঠক্ শব্দ কৰি, অনায়াসে (তগত খাটে }; যেনে, চিচা- বোৰ ঠন ঠন কৰে ভাগি গল, with a cracking sound. ঠ, বি. (সং. স্থাব, লৰচৰ নকৰা) লৰচৰ নকৰাকৈ থকাত ঠঙ্গা হোৱা, ৰা লৰাব চৰাব নোৱৰা হোৱা; যেনে, ভৰিটো ঠৰ হল, লাজ বা অপমান পাই মাতিব নোৱৰা হোৱা; যেনে, গালি খাই মানুহটো ঠৰ হল; ঋড় বা শোক দ্বাৰা অভিভূত হৈ অমাত হোৱা; যেনে, পুতেক মৰাৰ বাৰ্তা পাই তেওঁ ঠৰ হল, rendered stiff by want of motion (said of a limb), rendered speechless by shame, sorrow or pain. ঠ লাগু, লৰচৰ নকৰাকৈ থাক; যেনে, ঠৰ লাগি চাই আছিল; লৰচৰ নকৰাকৈ থকাত ঠঙ্গা হ; যেনে, হাতখান ঠৰ লাগিল,