পৃষ্ঠা:হেমকোষ.pdf/৪২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঠা। ঠা কৰে বেজাৰ বা লাজৰ দ্বাৰা অমাত হ; যেনে, গালি খাই মানুহটো ঠৰ লাগিল, to remain notionless, to be stiff froni want of motion, to be speochless from sbaine or surrow. ঠঙ্গা, বি. (অং. ঠৰ, ঐ) ভিৰ নোলোৱা, কোচ নোখাৱা, পেঁ নোখাৱা; যেনে, গাহৰিৰ নোম ঠৰক্ষা, stiff, hot }}lialyle. ঠৰীয়া, বি. ( . ঠাৰি, পাত বা গুটিৰ গছত লাগি থকা ভাগ ) ঠাৰি থকা, having a stout. ঠৰুৱা, স. শ. (অং.. ঠাৰি, পাতৰ যি ভাগ গছত লাগি থাকে। কলাপাত বা তামোল আদিৰ পাতৰ মাজৰ ঠাৰি, the middle rib of it plaintain leaf or other similar leaf. ঠৰমৰ, বি. { অং.. ঠ, লৰচৰ কৰিব নোৱৰ + মৰ, প্ৰাণ হেৰুৱা অজ্ঞান হোৱা, Tfbar, stunnel, swooneel, fizinted. ঠমৰ খা, মৃৰ্হিত হ, অজ্ঞান হ, to be stuunc, to faint. ঠল, তনুক, এটা গুটি বা ৰ নিচিনা এটা বস্তু পৰোতে হোৱাৰ নিচিনা শব্দ, 1. tuct. ঠলৰাই, { ক্ৰি. বি. “ঠলৰ” শব্দ কৰি, ঠল কবে,! অকস্মাতে, amaking a sliort quick sonud. ঠলা মূৰি, } স, শ,,{ অং. ঠেলা, হেঁচ+ ঠল। মুড়ি, } মূৰ বা মুড়, শিৰ) হাতেৰে মূৰত কৰা আঘাত, blow on the lread with the land. ঠলামূৰিয়া, স. বা. হাতেৰে মুৰত আঘাত ঠলামুড়িয়া, কৰ, এতেকে ঢপৰাৰ ওপৰত কোৰেৰে আঘাত কৰ; যেনে, চপৰাবোৰ ঠলামূৰিয়াই দিয়া, to give a blow on the heail, to strike with a hoc, as lumps of earth. ১ঠল, অনুক, গুটি বা তাৰ নিচিনা আন বস্তুৰ সমূহ অগাপিচাকৈ পৰাৰ নিচিনা

  • 7, a succession of thuds,

ঠ ঠ কৰে, “ট উল কৰে চোৱা। ঠলঠলনি, “টলটলনি" চোৱা। ঠলঠলা, “টলটলা ” চোৱা। ১ঠলীয়া, বি. পৰিলে ঠঠল শব্দ কৰা, এতেকে গুটিৰ নিচিন কাৰে গাত কেও নলগ; গোটু গোট; যেনে, ঠঠলীয় ভাত, ঠঠলীয়া আখৰ, (istinet. ঠ, স. শ. {সং. স্থা, গতি ৰোধ কৰ) পঁচাত যাবলৈ অসন্মতি; এতেকে বিন্ধাত সৰ- Como tta, reluctance to go when ordere), sticking to aperture in passing through it. ঠস্থ ধব, যাবলৈ অসন্মত হ; কোনো কাৰ্য্য কৰিবলৈ অসন্মত হ; বিন্ধা সৰকোতে tota , to refuse to go or act whon desire to do so. to stick to an aperture in passing through it. ঠহৰ, গচি মাৰোতে বা অকস্মত ফুটোতে হোৱাৰ নিচিনা শব্দ, the st১tumd of sneeziny. : ঠহৰাই, ক্ৰি. বি. ঠহৰ শব্দ কৰি, অক- ঠহৰ কৰে, স্মাতে; যেনে, ঠহৰাই হচি- টো মাৰিলে; কাণখান ঠহৰাই ফুটালে, suddenly, at once. ঠ, “ ঠৰুৱা ” চোৰী। ১ঠ কৰে, ক্ৰি. বি. খোচাৰ দৰে বেদনা দি ফুটাত খাটে); যেনে, উলুফিচিকাই ভৰিত ঠহঠহ কৰে বিষ্ণে, giving a sharp pricking pain. ঠাই, স. শ. (সং, স্থান, হিং. ঠাৱ, বং, ই) স্থান, মাটি, কোনো বস্তু যাৰ ওপৰত থাকে, পদ, a place, a situation. ঠাই ঠাই, বি. বেলেগ বেলেগ, পৃথক পৃথক, অনেক ঠাইত বাস কৰা; যেনে, মানুহ বোৰ ঠাই ঠাই হল, scattered, dispoised. ঠাইতে, ক্ৰি. বি. ওচৰতে, চমুতে, not far off. . ঠা কৰে, ক্ৰি. বি. (অৎ, ঠা, প্ৰহাৰৰ শব্দ) ঈচ শব্দ কৰি, বৰ টানকৈ, বৰ বলেৰে; যেনে, চ কৰে চৰ মাৰিলে। ঠাচ কৰে ঢৰুটো ফুটিল, with much force, making a bursting noise.