পৃষ্ঠা:হেমকোষ.pdf/৪২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টোপা ঠ বস্তু; যেনে, পানী টোপা, পানীৰ বিন্দু, a small quantity of liquid, a drop সৰু বা ভাল টোপা বুজাবলৈ টুপি হয়; যেনে, পানী টুপি। টোপা, স. ধ. { অং, টোপ, মাছৰ আহাৰ) টোপ সি পানীত পেল {বড়শত খাটে); যেনে, বড়শী টোপাইছে, to let down into water as a baited look. . ধা. পানীত বড়শী পেলাই মাছক লোভ। দেখোৱাৰ দৰে আশা দি, আশা দি কাল নিয়া; যেনে, এ বছৰ টোপাই শেষত একে নিদিলে, to wait in expectation. টাপ-গাঁঠি, স. শআঁতৰা আঁতৰিকৈ দিয়া sip, a knot tied at a distance from another, টোপাটোপে, ক্ৰি. বি. (সং. টোপা, জুলীয়া বস্তুৰ বিন্দু ) এটোপ এটোপকৈ, ধাৰে tard, in entin notis dropë, drop by drop . টোপাল, স. শ. { অং, টোপা, ঐ } গছৰ পাতৰ পৰ সৰি পৰা হিমৰ বা বৰষুণৰ styan, a drop of rain or dow fallen from the leaf of a tree. টোপাল, অ. ধা, (অং. টোপ, আশা কৰি থাক) শাশা কৰি কাল নিয়া, to wait in expectation. টোপালি পাৰ, আশা কৰি কাল নিয়া, t) wait in espectation. টোপোৰা,। স. শ. (অং. টোপ, পানীৰ টোবোৰা, বিন্দু) খহুৰ দৰে হোৱা উঠঙ্গা, Foto 754 sitt, a small swelling or protuberance, a knot in a thread. ‘টোপোলা, স. শ. (সং. পোটলিকা; হিং. বং, পোটলা, কাপোৰ বা পাতত বন্ধ বস্তু) কাপোৰ বা পাতেৰে বন্ধা বস্তু, a hundle, a package, a parcel. টোপোলাটাপলি, “টালিটোপোলা” চোৱা। টোপোলা-কটা, বি, কেউও কালে মুকলি মাজত থকা, লেখেৰি নোহোৱা, আলগ হৈ থকা; ধেনে, টোপোলা-কটা হাবি, isolated, standing unyonnected with others around, টোৰটোৰ, অমুক, বেং, বা ধোয়া খোৱাৰ faftaly , an invitative sound used to express the croaking of a froy or urgling noise of a huka. টোটোৰণি. স. শ. ধোৱা খোৱাৰ বা টোটোৰণি, বেঙ্গৰ শব্দ, the croaking of a frog, the gurgling sound of a huka, টোটোৰা, অ. বা. ধোৱা খোৱাৰ বা টোটোৰ, বেঙ্গৰ দৰে শব্দ কৰ, to troak, to make a garyting sound like that proclucerl by a hnk. টোল, স. শ. (হিং, টোল, 'নগৰৰ কোনো এক ভাগ ) ঘৰ-বাৰী, ঘৰৰ চাৰিওফালৰ attf :4779, a compxund, preinises. টোলু, বি, পেন্, straiglit. টোলো, স. শ. {হিং. লপেট, উঁতৰ কাপোৰ মেৰোৱ গোটা কাঠ } আঁতৰ দীঘৰ সূতা বা কাপোৰ মেৰোৱ গোটা

  • 15, one of the beans of a native

loom. টোলেঠাপক, স. শ. এবিধ হৰিত হোৰ। $57 eft, a kind of wild herrs', টোটোহু, অনুক, খঙ্গেৰে মুখৰ ভিতৰতে কোৱা কথাৰ নিচিনা শব্দ, an initiative sound used to express that of muttering with anger. টোটোহনি, স. শ. খং কৰি মুখৰ ভিতৰতে catay 731, murmurs, it complaint in a low muttering voice. টোটোহা, অ. বা. খঙ্গেৰে মুখৰ ভিতৰতে Perta, to grimble, to murmur. টে, স. শ, (অং, তাও,; তাত প দিয়া যায় এতেকে) পিতলৰ পাক কৰা 4, a brass cooking utensil. ঠ। 1 ১, ব্যঞ্জনবিলাকৰ দ্বাদশ আখৰ, the twelfth letter of the consonants.