পৃষ্ঠা:হেমকোষ.pdf/৪২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টেলেঙ্গনি খা টোকাৰী বাগৰি পৰা কাৰ্য, কোনো বস্তুৰ আঘাত লাগি উফৰি পৰা কাৰ্য, খুন্দা খাই পাক লৈ পৰা কাৰ্য, the act of falling down violently. . টলেনি খা, আছাৰ বা খুদা খাই বাগৰি 97, to fall down violently. টেলেৰা, বি. ভেজ পি পূৰ হৈ উঠা ( জোক, atfat fettfre anco), listendel with blood sucked, as a lvechi, &c. টেলটেলীয়া, বি. ওফন্দি ডাঙ্গৰ হোৱা; যেনে, টেলটলীয়া পেট; এতেকে টেলেৰা; যেনে, তেজ আই মটা টেলটেলীয়া 2475, puffeul, hulged out, listended with fox like a leech, &c. টো, উপ. শ. গোটা বা নভগা নিছিগা বস্তু বুজাবৰ নিমিত্তে সংজ্ঞা শব্দৰ পাচত থকা শব্দ; যেনে, ঘৰটো; সংখ্যা শব্দৰ পাচত “টা” হয়; যেনে, এটা; বিশেষণ শব্দৰ পাচতে থাকে; যেনে, সৰুটো, * }ar- tiele aflixed to a noun or asljective to signify a whole thing. 74 74 সুন্দৰ বস্তু বুজাবলৈ

  • টি ” হয়; যেনে,

লৰাটি, ছোৱালীটী। তেঁাটোলা, স. শ. { হিং. টোটী, চুঙ্গা বা মলা চৰাইয়ে আহাৰ ভৰি থোৱা ডিঙ্গিৰ 447 (7.747, the crop of a hirdi. টোৱা, স. ধ. মাৰিবলৈ দাৎ, পোন ক, লক্ষ ক; যেনে, ৰণুৱাই ছিলৈ কেঁৱাইছে, to aim, to direct or point. টোৱাটুই, স. শ. এঙ্গনে আন জনলৈ অস্ত্ৰ পোনোৱা কাৰ্য্য; অনেক বাৰ অন্ধ দঙ্গ। কাৰ্য্য; যেনে, হিলৈ টোৱাই কৰোতেই sate sfars, the act of aiming weapons at caclı other, the act of repeatedly taking aim. টোক্, স. বা. মছি শুকা, পানী সোহা বস্তুৰ দ্বাৰা নীৰস ক, এটা এটাকৈ সমুদায় ছিং (পাতত খাটে ), to wipe off dry, to cause to dry with some absor- bent substance to pluck off entirely said of leaves of tree). টো, স, ধা, মনত থাকিবৰ নিমিতে সংক্ষেপকৈ লিখ; যেনে, এই কথাটো Efe cervey, to note down. টো টোক, অনুক, অপপঅলপকৈ আঘাত কৰাত হোৱাৰ নিচিনা শব্দ, an initative sounil nsol to express that produced by gentle and repeated blows with the exul of the finger, &c. টোকাটাকনি, স. শ. গাঙ্গুলিৰ বা আন সূৰু বস্তুৰ মূৰেৰে অলপ অলপকৈ কৰা 19te& *F, the sound of gentle anul repeated blows with the end of the finger', &c. টোটোকা, অ. . আঙ্গুলিব বা আন সৰু বস্তুৰ মূৰেৰে আঘাত কৰি সেই শব্দ ক, to produce the above sound. টোক, কদ, স. মছি শুকোৱা কাৰ্য্য, সোয় PÝi, the act of using to dry by vipin off, ke. স. শ. “টোকোনা ” চোৱা। টোকৰ্মী, “টোকোম” চোৱা। টোকনী-পুখুৰি, ড. শ. ( অং. টোক, মছি শুকা; টুকি শুকাব পৰা যায় এতেকে। অলপ পানী থকা সৰু পুখুৰি, a small pond. টোকনী-কাক, স. শ. {ং, টোক্ + কাকত, ভূলা-পাত) লেখা আখৰৰ মহী শুকোৱা তুলা-পাত, blotting Tape. টোকৰ, স. শ. (হিং. ঠোকৰ, ভৰিৰ আঘাত, ব, ঠোকৰ, আঘাত) আঙ্গুলিৰ মূৰেৰে কৰা আঘাত, আঙ্গুলিৰ মূৰেৰে আঘাত কৰি চলাই ভেজ কটা অঞ্জ, a tay with a finger, a blood-letting instrument. টোকা, স. শ. (অং, টোক, সংক্ষেপকৈ লিখ) কোনো কথাৰ সংক্ষেপ বিবৰণ, সংক্ষেপ $170, a hote, a memorandum. টোকা-পৰুৱা, স. শ. {ং. টোক, মছি শুকা, মৌ আদি খাই শুকাই পেলায়, এজেকে) এবিধ ডাঙ্গৰ চাৰি ঠেীয়া

      • T, a species of ant.

টোকাৰী, স. শ. (অ. টং, অনুকৰ শব্দ