পৃষ্ঠা:হেমকোষ.pdf/৪২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টোকোহা অথবা টোকৰ, আঙ্গুলিৰ মূৰেৰে কৰা আঘাত এবিধ গুণ! লগোৱা বাদ্য যত্ন; ভক আঙুলিৰে বঙ্গোৱা যায়, a stringeet musical instrument played with the finger, like a guitar. টোকো, ৰুদ. স. (“টোক” চোৱা) যি মানুহে টোকে, a man who vipes, &e. { স্ত্ৰী) টোৰ্কতী। টোকো, স. শ. { হি. বং, ঠেঙ্গা, টোক, } টাঙ্গোন) টাঙ্গেন, আঘাত কৰা শকত মাৰি, a heavy stick, টোকোনা, স. শ. { অং. টোক, মছি শুকা, ধৰ চোতালৰ পানী মছি শুকায়, এতেক) লোকৰ ঘৰত বীৰ নিচিনা কাম কৰি খোৱা মানুহ; অতি দৰিদ্ৰ মানুহ (গালি), one who lives by drogery, a very por man (a term of abuse. ( ) "টোকনী। টোকোৰা, স. শ. তামোল বা নাৰিকলৰ গছত ওলমাই বাই সঙ্গা এবিধ সৰু চৰাই a kind of small bird. টোকোৰাপজা, স. শ. নিচেই সৰু ঘৰু (টোকোৰা চৰাইয়ে সজ। যাহেৰে তুলনা কৰি সেই নাম দিয়া হৈছে ), a. small hut, টোটকৃ, স. শ. (সং. পুটু, হিংসা ক) লগীয়া কথা, আগত নথকা মানুহৰ অহিতে কোৱা কথা; যেনে, দুষ্ট মানুহে লোকৰ টোটক লগাই ফুৰে, lackliting. টোটা, স. শ. { হিং, টোটা, ভূলাতেবে মেৰাই বা খাৰ আৰু গুলী) হিলৈত ভৰাবৰ কাৰণ তুলাপাতেৰে মেৰাই বন্ধ কলাই খাৰ আৰু গুলী, a artridge, টোটোৰ, বি. { অং. টুট, কম হ) শুকাই কেঁচ খোৱা, শুকাই সৰু হোৱা, শশা- টো, ভিতৰৰ ভাগ শুদা হোৱাত কুঁচি a), shrivelled up, contracted, টোটোৰ পৰু, শুকাই সঙ্কোচিত হ, "to টোপ। টো, স, শ, মাছ খোৱা কাঠীৰ পাত্ৰ বিশেষ (ভাৰ আকুতি টোণৰ নিচিনা UTCA ), a long wicker receptacle for fish. টোপ, স. শ(হি. বং, টোপ, মাছৰ আহাৰ } মাছৰ নিমিত্তে বৰশীত সি দিয়া আহাৰ; চৰাই পোৱালিৰ আহাৰ, চাৰি ঠেঙ্গীয়াত বাজে সকলো জন্তুৰ আহাৰক COTA Catat , a bait for fishi, food given to yomg birds, the word is appliel to the food of all animals except qualrupels. টোপ ল, আহাৰ ল, আশা পালি থাক, to take food as a bird, &r., to wait in hopes. টোপনি, স, শ, { অং. টোপ, বড় পেলোৱা কায্য) মাছৰ নিমিত্তে বড়শী পেলোৱা কাৰ্য; (বহি থাকেঁতে নিদ্ৰা আহিলে মাছৰ খোটত বড়শীৰ পুঙ্গাৰ দৰে মূৰ লৰে, এতেকে) নিদা, যুমটি, the act of letting down a baited! look, sleep. টোপনি আৰ ওপৰত বন্ধি ওলমাই খ, বড়শীত সিয়া টোপৰ দৰে ওসমাই খ, to suspend, to hang up, টোপনি পাৰ, টোপনি বা, পাম পাম বুলি আশা কৰি থক, to wait in hopc. টোপনি ব, সাৰে থাক্‌, উজাগৰে পা, to remain awake, not to sleep. টোপনি-গদূৰা,। বি. (অং. টোপনি+ টোপনি-গধূৰা, } গধূৰ, অলঘু) টোপনি গধূৰ যাৰ, সদায় টোপনিয়াই থকা, বৰকৈ শোৱা, sleepy, drowsy. টোপনিয়া, অ, ধা. কলমটিয়া, টোপনিৰ দ্বাৰা আক্ৰান্তু হ, to be sleepy, to be drowsy. টোপনি-হীয়া, বি. (অ. টোপনিৰ, আম্মাদ) টোপনিৰ সোৱাদ পোৱা, caterfat-stat, sleepy, drowsy. টোপ, স. শ. (বং টোপন, পনীয়া বস্তুৰ অলপ অলপ পতন ) অলপয়া, খুলীয়া shrivel ap. টোণু, স. শ, {সং, তৃণ, কঁড়ৰ বাহ} ঝাৰৰ বাহ, কাৰৰ চুঙ্গ, a quiver.