পৃষ্ঠা:হেমকোষ.pdf/৪১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৯২ 1} EL টেপ, বা টেপুৰ, স. শ. এবিধ হৰিত হোৱ গছ আৰু তাৰ গুটি, a tre found in the Khasi lills and the Ansam Valley which yields" a large quantity of indifferent gumboge' (Duncan's Dyes anil Dying in Assam), (Curcinia crunthochymwx. টেপা, স. শ. (অং. টিপ, হাতেৰে হেঁচ) হাতেৰে মৰা চেপ, টিপা; যেনে, টেপ দিলে সৰু হয়; ৰসাল, খোৱা বস্তুৰ একে বাৰে মুখত ভৰাব পৰা লদা, গৰাহ; ভাত এটেপা, squecze, a monthful. টেপা কৰ, এবাৰ মুখত ভৰাব পৰা সদা কৰ; যেনে, ভাতৰ টেপা কৰি মুখত দিয়ে, to make a mouthful. টেপা খা, ভয়ত কেঁচু খা; ভয়ত সঞ্চাচিত হৈ মনে মনে থাক; যেনে, ডাবি দিলও 771 CGT 7957, to crouch or shrink from fear. টেপা মাৰ, হাতেৰে চেপ, মুখত গাদ্য ভৰা; যেনে, ভাতৰ টেপ মাৰিয়েই উঠিল, to squeeze or press, to take a monthful. টেপা হ, ভয়ত কেঁাচ খ, to roach or shrink from fear. টেপাই মাৰ, আতুৱা ভঁৰ কাম কৰু, বেয়াকৈ কাম কৰি ভাওনা ক; যেনে, কাম কৰিবলৈ গাত লৈ টেপাই মাৰিব নেলাগে, to cheat hy imperfectly performing a work, টেপা, বি. (সৎ, তেপ, পানী ছটিয়া) বৰকৈ তি, আ কৰা; যেনে, বৰষুণত টেপা হল, saturated. টেপা কৰ, বৰকৈ আৰ্ধ কৰ; যেনে, বৰষুণে 1994 faca, to saturate. টেপা ই, বৰকৈ আ হ বা তিত, to be saturated. টেপাটেপ, বি. (অং, টেপা, বৰকৈ ভি; গৰাহ} বৰকৈ কিভা, জোল-বোৱা; যেনে, বৰষুণে টেপাটেপ কৰিলে; ভিতি টেলেমি টেপাটেপ হল; অনেক গৰাহ বা লদা কৰি বিভাগ ক; যেনে, ভানুবিলাক আগেয়ে টেপাটেপ কৰি পাচত খায়, saturated, dripping, divided into small quantities ench equal to a monthful. টেপাটেপে, ক্ৰি. বি. গৰাহে গৰাহে, সোপা CTfcet, mouthful by mouthful. টেপু, স. শ. কচু বা আলুৰ সৰু মূল; যেনে, আঃ কচুৰ টেপুৱেও খজুৱায়; কঁঠালৰ মুচি বা সৰু কঁঠাল, a fuker, a small jack fruit. টেপটেপীয়া, বি. { অৎ, টেপ, বৰকৈ তিতা। foul, wt, wet, saturated. টেমা, স. শ. সঁফৰ থকা সৰু পাল; সফৰ দিয়া তামোলৰ পাত্ৰ, a shall box, a betel nut hox, টেমি, স. শ. (অ. টেমা, ঐ চূণ-থোৱা টেমী, 9* Clary, a small box for lime to be taken with botel-riut. টেযুনা, স. শ. { অং. টেপু, আলু-গুটি ) টেমুৰা, } সৰু মেৰুণ, গাৰ উঠঙ্গা, উথহা, a small protuberance on the body, a tumor. টেৰা-বেঁকা, বি. (হি. টেঢ়া, ব. টেড়া, ভাজ লগ +ং. বেকা, বক্ৰ ) অনেক ঠাইত আজ থকাপোন নোহোৱা; 794. crooked, having many curves, wintling. টেৰুৱা, বি. (সং. টেৰ, কেঁৰা চকুৱ} কেঁৰা ( চকুত খাটে); যেনে, টেৰুৱা চকু, squint eyed. টেৰুৱাকৈ, ক্ৰি. বি. চকুপকাই, চকু বেঁকাকৈ, rolling the eyes. টেলেকা, বি, ভাঙ্গৰ আৰু উঠঙ্গা (চকুত খাটে), ভাঙ্গৰ আৰু উঠঙ্গা চকু থকা, large and prominent (said of the eye), having large and prominent eyes. (স্ত্ৰী) টেলেকী। টেলেনি, সশ, হিং. টলনা; বং, টান, লৰচৰ হোৱা) আহাৰ বা পিছল খাই