পৃষ্ঠা:হেমকোষ.pdf/৩৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঙ্গিক। জিকা, স. শ. (সং. ঝিঙ্গাক, বং, ঝিঙ্গা, কিকা, এবিধ পাচলি) এবিধ আঞ্জা খোৱা লতাৰ ফল আৰু ভাৰ গছ, a kinal of creoper and its fruit. . জিকাৰ, স. শ. { অং. জোকাৰ, লৰোৱা) অকস্মাত দুখ পোৱাত, জাৰ লগাত বা ভয় খোৱাত হোৱা কঁপনিৰ জোকাৰ, ৪ start, a sudden, involuntary motion of the body caused by paiu, cold, fear or surprise, অ. বা. জাৰৰ দ্বাৰা

  • foto, to shiver with cold.

জিকাৰ খা, অকস্মাত ভয় খাই, দুখ পাই বা জাৰ লাগি গা লৰি উঠ, to start. জিকাৰ মাৰ, অকস্মাত ভয় আদি পাই গা 0771, to shako as from sudden fear, &c. জিকাৰু, স. শ, (অং. জি, জয় ক) লোকক পৰা কৰা মতা বা তিৰোতা, জয়ী লোক, a conqucror, a vietor. fq. ff), ut tay, victorious. জিঘাংসা, স. শ. (সং. হন, বধ ক) বধ কৰিবৰ ইচ্ছা, a wish or intention to kill. জিজ্ঞা, স, ধা. (সং. জিজ্ঞাসা, সোধা) সোধ, (পদ্য); যেনে, জিজ্ঞাসিলে নক কথা, to ask. জিজ্ঞাসা, স. শ. (সং. জ্ঞা, জান। জানিবৰ বাঞ্ছা কৰণ, সোধা কথা, প্ৰশ্ন, the set of asking or inquiring. জিজ্ঞাসিতু, কদ, বি. সোধ, প্ৰশ্ন কৰা; যেনে, জিজ্ঞাসিত কথা, asked, জিজ্ঞাসু, বি. সোধ, জানিব খোজা, iiiquir- ing, inquisitive. জিজ্ঞাস, বি. সুধিব লগীয়া, প্ৰশ্নৰ মোগ্য, to be asked or questioned. জি, স. শ. (সং. ঝিঞ্জি, বু- ঝিঝি ঝি, পোকা) এবিধ উৰি ফুৰা পোক, a dragon fly. জিতাক্ষ, কি সৎ, জিত, জয় কৰা+অক্ষৰ, আখৰ) জিনিছে আখৰক যি, খকজা নলগাকৈ যেই সেই কাকত মাতিব পৰা, capable of reading any paper without hesitation. জিতেন্দ্ৰিয়, বি. (সং. জিত, জয় কৰা+ইন্দ্ৰিয়, শৰীৰৰ অঙ্গ) জিনিছে ইন্দ্ৰিয়ক ফি, কাম, ক্ৰোধ লোভ আদিৰ বশ নোহোৰ, unmoved by the passions, calm. জিন, স, ধা. (সৎ, জি, জয় কৰ) জিক,

        • , to conquer, to vanquishi,

স. শ“জৈন” নামেৰে এজাতি মানুহৰ CF8Oy, one of the personages wor- shipped by the Jainas. 77. 7. জিনোতা, (স্ত্ৰী) জিনতী। জিনজি, অনুক, হাত-ভৰি একে ঠৰ থকাত তেজ বন্ধ হৈ যেনে বোধ হয়, তেনে বোধ Total ****, an imitative sound used to express the tingling sensation of a limb asleep. জিজিননি, স. শ. ভৰি হাৰ সিসিৰণি, the tingling sensation of a limi, asleep. জিনজিনা, অ, ধা. তেজ বন্ধ হৈ থকাত সিসিৰণি বোধ কৰ, to have a ting- ling sensation like that caused by a limb) asleep. জিন্তী, স, শ. (সং. ঝিন্টী} এবিধ কঁাইট ঝিন্টী, থক হালধীয়া ফুল ধৰা গছ, atfst ooty 15, a kind of shrub (Bar- liria cristata). জিভ, স. শ(সং. জিহ্বা, ৰ প্ৰহণ কৰা অঙ্গ) জিহা, ৰসনা, মুখৰ ভিতৰত লৰচৰ কৰি থকা এডোখৰ ছাল, তাক বৰ সোৱাদ লোৱত আৰু কথা কোৱাত ব্যৱহাৰ কৰা যায়, the ague. জিভাবে, স. শ. (অং. জিভ, ঐ + সং. জিভাবে, ব্যথা, ঔড়া) এবিধ জিভাৰ cawall, a disease of the tongue. জিম, স. শ, (সং. জি, খা) টেঙ্গা জাতিৰ ফলৰ ৰ থকা ক্ষুদ্ৰ জোলোঙ্গা; কাপোৰৰ গাত থকা জিমৰ নিচিনা আঁহ; তেনে আঁহ থকা মিৰিয়ে বোৱা কপাহী দলিচা, the pulp of an orange, &c., pile of