পৃষ্ঠা:হেমকোষ.pdf/৩৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জি-খৰিচা জীয়াই elnth, a kind of cotton carnet made in Assam. জিমূ-খৰিচা, “খৰিচা চোৱা। জিৰণি, স. শ. (অং. জিৰা, বিশ্ৰাম কৰ) বিশ্ৰাম; কামৰ পৰা অৱসৰ, rest, re- pose, cessation from work. জিৰণীয়া, বি. বিশ্ৰাম কৰা, জিৰোৱা, rest- ing, reposing. জিৰা, অ. . ( বং, জিৰাণ, বিশ্ৰাম ) বিশ্ৰাম কবু, ভাগৰ পলু, শতা, tao rest, to rejpose. ঔদ, স, জিৰাওঁ, (স্ত্ৰী) জিৰাতী। জিলমিল, স. শ. ৰদ পৰিলে পাতৰ পৰা ঝিলমিল, জিলিকনি উঠা এবিধ শাক, syy, a kind of herh. জিলমিলা, অ, , তিৰবিৰা, জিলি, to Fara Faiaty, I sparkle, to glitter. জিলমিলীয়া,। বি. জিলিকা, তিৰবিৰীয়া, ঝিমিলীয়া, কান্তিমন্ত, sparkling, lit- tering. জিলা, স. শ. { যা} এজন মাজিষ্ট্ৰেট আৰু কলেক্টৰ আৰু জজৰ অধীনৰ এক খণ্ড C7*T, district. জিলি, অ. ধা{স. ঝিল্লিকা, কান্তি; ঝিলিকৃ, হিং, চিলা, তিৰবিৰা) তিৰ- বিৰা, চমক, দীপ্তিমান হ, to glitter, to sparkle, to shine. জিলিকনি,। গ. শ. তিৰবিৰণি, চমকনি, fafagafa, S a sparkle, the act of scintillating , জিলিঙ্গনি, স, শ, { অং. জিলি, দীপ্তি কৰ) বাৰৰ বিন্ধাই দি ভিতৰলৈ অহা পোহৰ, light coming in tlırouglı a crevice in the wall. জিলী, স. শ. (সং. ঝিল্লী, এবিধ পতঙ্গ) ঝিলী, এবিধ ঝিঝি শব্দ কৰা, পাখি লগা cotta, a kind of insect, the cicada. জিহ্বা, স. শ. (সং. লিহ, চেলে। জিভ, the tongue. জী, অ. বা. (সং. জীৱ; হিং. জীনা, সজীৱ হৈ থা) সজীৱ হৈ থাক্‌, নমৰি থাক্; যেনে, লৰাটি নৰিয়া হৈছে হয়, তেও জীব, নমৰে, to live, to survive, জী, স. শ. { - ব’ বী, তুহিত) তুহিতা, Pini, a daughter. জীউ, স. শ. ( স. জীৱ, প্ৰাণ } প্ৰাণ, আত্মা, বৰ প্ৰিয় মানুহক মণ মাত; যেনে, অ মোৰ জীউ বা জীউটি, the sout, tle life, a term of endlesment. জীণ, বি. (সং. জীৰ্ণ, জাহ যোৰা) ৰ হৈ শৰীৰত লয় পোৱা (আহাৰত খাটে ), digested. . জীণ যা, জাহ যা, প্ৰৱ হৈ শৰীৰত মিল; যেনে, ভাত জ্বীণ গল, অনেৰে সৈতে মিলি থাক্; যেনে, দুষ্ট মানুহ 9701 TT Castta, to be digester, to live in harmony: জী, স. শ. ( মাং.) ঘোৰাৰ গাদী, saldle. জীপ, ল, শ- (সং. জীৱন, পানী} মাটিত 17, moisture of laud. জীপী, স. শ. {সং. জীৱনী, জীও শক্তি। ভগ বস্তু জোৰা লগাবলৈ বন্ধ। কাঠ, a. splint, a thin piece of wood or Bamboo used to holl or protect anything broken. জীপজীপীয়া, বি. জীপ থকা, জেকা, moist, damp. জীয়, স, শ, {সং. জীৱন, প্ৰাণ বা পানী} আঁই পৰা বা নকৈ ৰোৱ পুলিত দিয়া fait, water applied to a withered plant to revive it. জীয়স্তা, বি. (সং. জীৱন্ত, জীয়াই থকা ) জীয়া, প্ৰাণ থকা, নমৰা, living, alive, জীয়, বি. { অং. জী, সৰ্জীৱ হৈ থাক) প্ৰাণ থকা, নম, নলৰা বা নেগেলা; যেনে, জীয়া মাছ খাবা, গেলা মাছে ৰোগ জন্মায়, living, having life, fresh (said of meat or fish). স. ধা. প্ৰাণ দি, নমৰাকৈ

  1. taty to restore to life. 7. 77.

কীয়াওঁতা, (স্ত্ৰী) জীৱঁতী। জীয়াই, ক্ৰি. বি. জীয়া , নমবি