পৃষ্ঠা:হেমকোষ.pdf/৩৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জালীগাঁ বস্তু +কটা, ছেদ কৰা) জালৰ নিচিনা ফুটা থকা, laving holes like net work. জালীগা, স. শ. (অ. জাল, জুইৰ তাপ + গত, গৰ্ত) কোনো বস্তুৰ তলত জাল দিবৰ নিমিত্তে কৰা গাত, পাত্ৰ খবৰ কাৰণে এটা গাত খানি পাত্ৰৰ তললৈ জুই সুমাই দিবৰ কাৰণে তাৰ দাঁড়িয়ে দি আৰু এটা গতৰ সংযোগ কৰিলে তাকে জালী-গাঁত বোলে, a kind of hole dugo in the ground and anti- stvering the purpose of a furnace. জানুক, স. শ. (তা. জাল, পোৰণি ) এবিধ সৰু জল। গুটি, তাক আঞ্জা আৰু দৰবত frant ato, lylack pepper. জাসুকীয়া, বি. (অ. জানুক, ঐ) জালুক দিয়া, জালুক দি বন্ধ, seasoned with Ulack pepper. জালোত, কুদ, স, যি পুৰুষে জালে, a half wim kindles &c. (1) staro! জলোৱা, } বি. {অং. জাল, মাছ ধৰা জালোৱাই, যতন) জাল বোৱা, জালেৰে মাছ ধৰ; যেনে, জালোৱা মানুহ, fisli- ing with nets. 5. *. $167645 ধৰোত, ডোম, a fishermall. (স্ত্ৰী) জালোৱানী। জামেনা, স. শ. (অং. জাল, মাছ ধৰা যন +মোনা, জোলোঙ্গা} জালৰ দৰে ঠি কৰা এবিধ দীঘল, ধন খোৱা জোলোঙ্গা, a notted money tag. জাহ, বি. { অং. জহু, জৱ হ} জীণ যোৱা; গেলি পাঁচ ক্ষয় পোৱা, (সদায় “যা” ধাতুৰ ক্ৰিয়াৰ আগত থাকে); যেনে, ভাত জাহ গুল, জাবৰবোৰ জাহ গল, aligested, decomposed, rotten. জাহ দি, খাৰত পানী দি সৰা; যেনে, খাৰ জাহ দিওঁ, to teach, জাহ নিয়া, জীণ নিয়া, to digest. জাহ দি, (জহ, জগৰ) অপবাদ দি; যেনে, ভাল মানুহক চোৰৰ জাহ দিলে অপমানৰ fr 2767977, to accuse of. জাহাঙ্খ, স, শ, (যাং.} সাগৰত ফুৰা বৰ the, a ship, a large vessel. জাহাজী, বি. (ঐ) জাহাজত থকা, জাহাজ

        • 19, appertaining to a ship.

জাহিঙ্গা, স, শ, এবিধ লাহীধান, a kind of paddy. জাহ্নৱী, স. শ. (সং. জহ্ন, এজনা ঋষি) গঙ্গা নদী; ভগিৰথে গঙ্গাক নমাই আনোতে গঙ্গাৰ বেগত জহ্ন মুনিৰ তপস্যা ভঙ্গ হয়, তাতে ঋষিয়ে গঙ্গা পি খাই- ছিল; পাচে ভগিৰপৰ স্তুতিত সস্তুষ্ট হৈ কঙ্গনে। গঙ্গাক বাহিণ কৰি দিলে, এন্তেকে গঙ্গা তেওঁৰ কন্যাৰ নিচিনা হোৱাত এই নাম হয়, the river Ganges. ঞ্জিং জিঙ্গা, স, ধ, কেটকেট, tao sela. জিংজিঙ্গীয়া, বি. কেটকেটীয়া, খিংখিঙ্গীয়া, suarling, peerish. জিজিবি, স. শ. (যাং জিঞ্জিব ) শিকলি, utal, a fitter, irons. জিজিবি মূৰ খা, মূৰত আঘাত লাগি মূৰ ঘূৰাৰ বা কাণত সোপা লগাৰ নিচিনা বোধ হ; যেনে, একে চৰতে জিজিৰি 1 169, to live stunned by a Islow, &c. জিক, স, ধi, (সং. জি, জয় ক) জিন, জয় কৰ, পৰাভৱ কৰ; যেনে, ‘পাগুৱে কৌৰবক fact, to conquer, to vanquishi. u. ধা, জয়লাভ কৰ, জয়ী হ; যেনে, ৰত কোন জিকিল, to be victorious. জিঞ্জিকা, অ, ধা. খং কৰি উঠ, কোনো কথা শুনি বা কোনোক দেখি খ ক; (সদায় “উই ” ধাতুৰ ক্ৰিয়াৰ আগত ই-ভাগান্ত কৃদন্ত ক্ৰিয়া হয় ); যেনে, এই কথা শুনি জিজিকাই উঠিল, to be angry at the hearing or sight of anything. জিমিকা, অ, ধা“চিকৃমিকা” চোৰী। জিমিকীয়া, বি. “চিকৃমিৰ্কীয়া” চোয়। জিক, স. শ. এবিধ পিটনিত থকা চৰাই, a kind of water-bird.