পৃষ্ঠা:হেমকোষ.pdf/৩৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জাই জঞ্জলীয়া, মৌবৰণীয়া গোট মৰা গছৰ আঠা, তক আসাম দেশৰ উত্তৰ পূব ফালৰ মিচিমি পতিত পোৱা যায়, তাৰ দ্বাৰা কেৰু-মণি হয়, amber. ই, স. শ. আঁক, অকস্মাত উঠা খ; ৰাগীৰ শেষ; হিলৈৰ ফেৰ, a silden fit of anger, the effects of an intoxicating thing; the discharge of a gan. আঁই, স, শ, মাইকী মেকুৰী, a female cat. আঁও, স. শ. (সং. ঝাৰু, এবিধ গছ) ঝাও, এবিধ ছিলী পাতেৰে নৈৰ সঁাতিত 55, a kind of tree. The tomarix Indica (Gamble). জা, স, শ, (সং. মক, পোৰাত কঁও, কলা হোৱা ইটা} কাঠ আদি ঘঁহি নিমজ কৰা কলা ইটা, a piece of Fitrified brick used in smoothing wood, &c. জাজ, স. শ. {সং. জঞ্জাল, জাবৰ) উটি অহা কাঠ বা ইকবা খাগৰি আদিৰ সমূহ। এতেকে গাত গা লগাই বিশৃঙ্খলৰূপে থকা অধিক বস্তু, wool, cel, &c. floating together; a number of things lying together in a confused জা কৰে, ক্ৰি. বি. একে লগে অনেকে হাত বা ভৰিৰে আঘাত কৰাৰ নিচিনা শব্দ afa, making a sound like the above. জাতি, স. শ. জুইৰ ওপৰত চৰু আদি বহাৰৰ নিমিত্তে লোৰে গঢ়া তিন ঠেঙ্গীয়া সঁজুলি, an iron tripod for supporting a vessel over the fire. জা, স. ধা. কাপোৰৰ নিচিনা পাতল বস্তু মোকোটাই সামৰ; যেনে, চুৰিয়া জাপি- ছো; এতৰপৰ ওপৰত আন এতৰপ থ; যেনে, খৰি জাপে, to fold, to pil, to heap. স, শ. তপ; যেনে, তিনি জাপ কাপোৰ; ৰাতি শোওতে গাত লোৱ। কেইবা তৰপীয়া কাপোৰ, a pile, a layer; eIntlıs of several folds used 10 cover one's self in bed. জপ যা, জপা হ, বন্ধ হ, to be follcl, জাপ যা, to be closect. জঁ, স, শ, (সং. ঝম্প, ডেও ) ডে, ঋাপ, লাফ, ওপৰলৈ উধি বা মাটিত খোজ নিদিয়াকৈ এঠাইৰ পৰা আন ঠাইত পৰা গতি, a jump, a lear 943, e aty, to jump, to leap. জাপ জাপে, ক্ৰি. বি. জঁপিয়াই জপিয়াই, moving forwarri by leaps. জাপ, স. শ. (অং জাবৰ, আগতীয়া খেৰ কুটা আদি) খুৰাবৰ সময় অতিৰিক্ত হোৱা চুলি, নুখুৰাই বা নেকাটি ৰখা 8f9, uncombed or intrimined hair. জাপৰী, বি- “জঁপৰা” চোৱা। জাপৰী-বিহ, স-শ. (অং, জাপৰ, নতোৱা চুলি + বিহ, বিষ; সৰু সৰু শিপাৰে অপৰা হৈ থাকে এতেকে) বৰ বিহ, এবিধ শিপ fae, a vegetable poison, the aconite. জাতগৰ, স, শ, (অং, জাপ, উপ+সং. ফুল) এবিধ উগ্ৰগন্ধি বগা ফুল, তাৰ পাহবিলাক কেইবা তৰপ হৈ থাকে, এতেকে সেই নাম; তাৰ গছ, a kind of flower and its tree. জা, স. শ. (হিং. বং. ঋক, সমূহ) মানুহ Dianner. ঈাজৰি, স. শ. উটি অহ কাঠ বা খাগৰি pel of, wood, reed, &c., float- ing together. শাটলী, বি. জটল” চোৱা। জান্টে, ক্ৰি. বি. (সং. ঋটিত, শ্ৰদ্ৰে) কষ্টে, তৎক্ষণাৎ, বেগতে, juickly. জাতু, স. শ. (বং হিং. জাত, শশু পিতা শিল) শস্য পিহা শিব, a land mill for grinding corn. জাতৃ, অনুক, বহুত লোকে একে লগে হাত চাপৰি বা ভৰিৰে গোৰোহনি মৰাৰ Farbaty **, an imitative sound used to express that of many persons clapping their hands or stamping their feet together. তগৰ, এবিধ