পৃষ্ঠা:হেমকোষ.pdf/৩৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ই Catey #, a species of flower, the China rosc. জহু, অ. . (সং, জ, মুকলি কৰ) প্ৰৱ হ, গেলি পমি যা; যেনে, কঠালটো জহি 5107, to be decomposed, to rot away, to be dissolved. জহু, স, শ, { অ. জহু, ঐৱ হ; ঘামৰ দ্বাৰা গা জাহে এভেকে) গ্ৰীষ্ম, গা-পোৰণি, heat, warmth. জহু, স. শ. (সৎ, অস, পীড়া কৰ) দাই, জগৰ, a fault, an offence. জহনী, স. শ. { অং. জহু, প্ৰৱ হ; গাৰ তেজ পানী হৈ যায় এতেকে) এবিধ ভেদ-বাতি হোৱা সেঁচৰা ৰোগ, clholera, জুহৰা, বি. (সং. জাৰ, উপপতিৰ পৰা হোৱা বিয়া কৰা স্বামী বাজে আনৰ wat (5), not born in wedlock. জহহ, স. শ. (যাং.) সাপৰ বিষ নষ্ট কৰা বুলি খ্যাত এবিধ সৰু শিল, lezoad, a calculous concretion found in the intestines of certain rumivant ani. mals, formerly regarded as an in- failing antidote for poison. Hence any antidote or panacea. হা, স. শ. (অ. জহ, দ্ৰৱ হ) এবিধ সুগন্ধি সৰু ধান; (তাৰ চাউল শীঘ্ৰে সিজে এতেকে সেই ধানক ‘‘জহা-ধান, চাউলক “জহা-চাউল” বলা যায় ), a kind of Cragrant and fine ries অহা-কোমোৰা, স, শ, { অং. জহু, ঐ+ কোমোৰা, এবিধ লতাৰ ফল) এবিধ সোনকালে সিজ কোমোৰা, a kind of pumpkin. জুহামল, স. শ. (সং. জাহক, এবিধ মেকুৰিৰ , নিচিনা জন্তু, মল্প, যুজাৰু, যুজে এতেকে। এবিধ মেকুৰিৰ নিচিনা জন্তু, বনৰীয়া , a kind of polecat. জহালি, স. শ, (সং, জহতু, ভাগ কৰা) স্থান পৰি থকা বাম মাটি, বাম মুকলি পতিত att, a dry open field lying fallow. f, বি. (বোধ হয় সংস্কৃত জাংফাই বিস্তাৰিত শব্দৰ অপভ্ৰংশ) বিশৃঙ্খল, যি বস্তু যিৰূপে বা যত থাকিব লাগে তত নেথাকি অন্থ ৰূপে বা আন ঠাইত থকা; যেনে, বস্তুবিলাক জল হৈ পৰি আছে; সকলোৰে আগত প্ৰকাশিত;. যেনে, কথাটো হুল হল, place or lying in a confused or diserderly manner; public. জহুকাল, স. শ. (অ. জহু, ঘাম + সং. কালি, কাল, সময়) ঘামৰ দিন, খ্ৰীষ্ম tar, the hot season, sudimer. জহকালি, ক্ৰি. বি. ঘামৰ দিনত, খ্ৰীস্ম কালত; যেনে, জহকালি হোৱা শস্য জাকালি 29, in the hot season. জ, স. শ. এজমা ঋষিৰ নাম; তেওঁ গঙ্গা নদীক হাতৰ তলুৱাত লৈ পান কৰি পাছে কঙ্গন ফালি বাহিৰ কৰি দিলে বুলি পুৰাণত লেখা আছে, the luing of a sage, . জাই, স. শ. (সং. জাতি, এবিধ ফল ) এবিধ সুগন্ধি জল ফল, তাক দৰব বা তামোলৰ লগত ব্যৱহাৰ কৰা যায়, lutmeg. “ জাই-ফল” এনেকৈও বেলা যায়। জঁই-পত্ৰী, স. শ. (সং. জাতিপত্ৰী, হিৎ- জাৱিত্ৰী; বং. জয়ত্ৰী, জাই-ফলৰ ঢাকনী) e po atafat, a spice, maco. জাউৰি, স. শ. মানুহৰ সমূহ; একে বেলিয়ে কৰা বস্তুৰ বা একে লগে উৎপন্ন হোৱা ফল আদিৰ সমুহ, চাম, a multitude of persons, a batch, a crop of fruit, &c. জাং, স. শ. (সং. জঘা, ঠে৫) সৰু-গাঁঠিৰ ওপৰৰ, আঁঠুৰ তলৰ ভাগ, the leg. (পদ্যত জাহ)। জংধনীয়া,। বি. (অং. জাং, আঠুৰ জল জাংখোৱা, ১ ভাগ + পা, পানীৰ শী পা) আঁঠুৰ ল ভাগেৰেই শুলী পোৱা, আঁঠুৰ নাম, আঁঠু-উল-নোযোৱা; যেনে, teatray antall, not quite up to the knee (said of water). জাংফাই, স, শ. ( মিচিমি শব্দ) এবিধ Y,