পৃষ্ঠা:হেমকোষ.pdf/৩৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জাক ফুৰ। বা জন্তুৰ সমূহ; যেনে, গৰুৰ জাক; একে লগে পৰা বৰষুণৰ টোপাৰ সমূহ; যেনে, বৰষুণ জাক, একে লগে লালী হৈ অহা বহ; যেনে, বতাহজাক, a herd, a flock, a multitude; a shower, a stream of air. “ ঝাক ” এনেকৈও কোনোৱে লিখে। জা ফুৰ, মাইকীৰ বা মহৰ সঙ্গ ল ( জঙ্কত খাটে); যেনে, গাইয়ে জাক ফুৰিছে, to copulate as it .hal. জাকৈ, স. শ. (অং. জাক, সমূহ) মাছ ধৰা এবিধ বাঁহৰ কঠীৰ যতন { তাক পানীত পেলাই ওপৰলৈ দাঙ্গিলে একে লগে ভালেমান সৰু মাছ উঠে ), a kind of bamboo scompulsel in catching fish. জাকৈয়া, বি. জকাই বোৱা, জকাইয়েবে মাছ ধৰ; যেনে, জাকৈয়া মানুহ, fishing itly the alove. স, শ, জকাই বোৱা মানুহ, () , one w fishes with the ahove. জাখৰ, স. শ. (সং. জাগৰ, লোৰ চোলা) যুঁজাৰু মানুহে পিন্ধা লোৰ চোলা, কৱচ, a cont of mail, armour. জাগ, আ. খ. (সং, জাগ, সাৰু পা) সাৰ পা, টোপনীৰ পৰা উঠ, to awake. কুদ, স. জাগো, (স্ত্ৰী) জাতী। জাগৰণ, কদ, স. (সং. জাগ্‌, সাৰ পা} সাৰ পোৱা কাৰ্য্য; জাগি থকা অৱস্থা, the act of awaking, wakefnlness. জাগৰি, কদ, বি. জগোৱা, টোপনি-উঙ্গা, awakened, roused from sleep. জাগো, ম. শ. (অৎ, জগ, পানীৰ পৰা ওপৰ ওলা) পানীয়ে বস্তুবিলাক বুব নোৱৰা কৰিবৰ কাৰণে নাৱৰ তলিত পৰা tofa, tbe hamboo flooring at the bottom of a boat. “জগন” এনেও হয়। জা, কদ, বি. (সং. ক্ষাপ্ত, সাৰ পা) সাৰে-থকা, টোপনী নোযোৱা, awake, not asleep . জাতকৰ্ম জঙ্গী, স. শ. (অং. জাং, আঁঠুৰ তলভাগ। বটিয়াৰে কৰা এবিধ ফাদ, তাক কৰ্চ্চন আদি ডাঙ্গৰ চৰাইৰ কাৰণ সমান ঠাইত পতা যায়, আৰু চৰাইয়ে খোজ কাঢ়ি যাওঁতে সি ভৰিত লাগে, skint of snare for birds, জাঙ্গুল, স. শ. সমূহ, বহুত মানুহ, জন্তু বা বস্তু, à crowd, a large numler of persons, animals or things. জাম্বুল খা, বহুত একত্ৰ হু, আনেকে একে JYECE ct any, to assemble in large body, to throng, জাল খাই উঠ, বহুতে একেলগে খং কৰ, to be excited or angry in a hody, জঙ্গুিল খাই ধৰ, আনেকে বেবি ধৰ, to sur- round in a body. জালামা, বি. (সং. জাজ্বল্যমান---জ্বল, পোহৰ কৰ) প্ৰকাশ কৰা, দীপ্তিমান; জলি থকা, স্পষ্ট হৈ থকা; যেনে, সেই কথা জাজল্যমান হৈ আছে, skining, blazing, patent, conspicuous. জাড্য, ও. শ, (সং. জাড্য-অড়, ঠেবে। মূৰ্খতা; ঠেৰেঙ্গা গুণ, stupidity, frigid- ncss. জাতৃ, কুদ, বি. (সং. জন, ওপ} ওপজা, জন্ম, উৎপন্ন, born, protlueed. স. শ. বিধ, প্ৰকাৰ, শ্ৰেণী; এতেকে কুল, জাতি, kind, sort, caste. জাত, বি. (সং, জাত, বিধ, একাৰ) ঘাই বিধব, যথাৰ্থ প্ৰকাৰৰ; যেনে, জাত mata, of the real kind, genuine. স, শ, স্বৰ, যি পদ বা গীত যেনেৰূপে গাব লাগে সেই স্বৰ; যেনে, জাত লগাই গীত গাইছে, an air, a tune. জাতক, স. শ. {স, জাত, ওপজা+ক, কাৰ্য) সন্তান • ওপজোতে কৰিব লগা এক কাৰ্য্য, লৰাৰ নাই কাটিয়েই মন্ত্ৰ মাতি তিনিবাৰ জিভক্ত ঘিউ লগোৱা কাৰ্য্য, a cercmony perforined after the navcl string is divided, touching the infant's tongue thricy with ghee..