পৃষ্ঠা:হেমকোষ.pdf/৩৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জনজনি। বস্তু খালে বুদ্ধি জড়ীভূত হয় ; জাৰৰ দ্বাৰা ঠেৰেঙ্গা হােৱা, become insen- sible, paralysed, torpid. অতু, স. শ. (সং, জ, ওপজ ) ল, লাক্ষা, lac. জতুৱা, বি. (অং. জাতৃ, বিধ, শ্রেণী ) আপােনাৰ জাভৰ দৰে থকা, আপােনাৰ শ্ৰেণীকৈ মন্দ নােহােৱা ; যেনে, আম জোপা জতুৱা, not legenerated, not inferior to one's kind. অধ, বি. লেতেৰা, মলিন, শুচি অশুচিৰ বিচাৰ নকৰা, মলিন, nasty, of filtly habits. জধ মূখ, স. শ. ( সং. গছ মূখ, গাধৰ নিচিনা অজ্ঞান) বৰ মূর্খ, & great dince, a fool. জ, স, শ, (সং. জন, ওপজ ) মতা মানুহ, ই প্ৰায়ে এটা সংখ্যা শব্দৰ পাচত আৰু মানুহ বা লােক শব্দৰ আগত থাকে ; যেনে, এজন মানুহ, তিনি জন লােক ; মনুষ্য বুজোৱা আন শব্দৰ আগতে থাকে; যেনে, এজন বামুণ, দুজন মহাজন, man in general. জুক, স. শ. (সৎ, জ, ওজ) পি, বােপাই; মিথিলা দেশৰ এজনা ৰজাৰ নাম, তেওঁ সীৰ বাপেক আছিল, a father; the name of a king of Mithela and the father of Sita. বি. জন্মােৱা, উৎপন্ন কৰা ; যেনে, দুখ- RF, causing, producing. জন অনুক, ৰূপ, সােণ বা অলঙ্কা for foary *, an imitative sound used to express the rattling or tinkling of coin, &c. জনন, স. শ. (সং, জ, ওপ) জন্ম, ওপজা কাৰ্য্য, birth. জননাশৌছ, স. শ. (সং. অনন, জম্ম + অশৌচ, অশুচিত) সন্তান জন্মাৰ অশোচ, Tal celala fal, ceremonial unclean- ness caused by childbirth. জননী, স শ. (সং.. জননী-জন, ওপজু, ওপজায়, এতেকে) মাতৃ, আই, a mother. জন, “জন্ম” শব্দৰ অপভ্রংশ। জননেন্দ্রিয়, বি. (সং. জননেন্দ্রিয়-জনন, জন্ম + ইন্দ্রিয়, শৰীৰৰ অঙ্গ) শৰীৰৰ যি বিলাক ভাগৰ দ্বাৰা সন্তান জন্মাৰ কাৰ্য্য হয়, সেই বােৰৰ প্ৰতিভাগ একোটা অন- নেন্দ্রিয় ; যেনে, লিঙ্গ, অণ্ডকোষ, অত্যা- ধাৰ, যােনি, গভ, ইত্যাদি, the genitats or sexual organs. জনমেজ, স, শ, (সং. জন, মানুহ+এজু, দীপ্তি ক} পাণ্ডৱ-বংশৰ পৰীক্ষিত ৰজাৰ TEF, t.lic son of Parikshit, a Pandava prince. . স, শ. (সং, জন, মানুহ + ৰৱ, শব্দ } লােকৰ মুখে শুনা কথা, a rumour. জন-লােক, স, শ, (সং. ন + লােক, জগৎ } সাত স্বৰ্গৰ এক, ব্ৰহ্মাৰ পুত্ৰবিলাক থকা 48, one of the seven regions above. জুন-শূন্য, বি. (সং. জন+ শান্ত, নথকা ) নির্জন, মানুহ নথকা, lonely. জনশ্রুতি, স. শ. { সৎ জন + শ্রুতি, শুন) জনবৱ, বৌটি, a rumour. জনসংখ্যা, স. শ. (সং. জনসংখ, লেখ। কোনাে দেশৰ মানুহবিলাকৰ লেখ । fatita, a census. জন-সমাজ, স. শ. (স”. জন + সমাজ, সমূহ) মনুষ্যসমূহ, সকলাে মানুহ, human so- ciety, mankind. জনা, স. বা. (অং. জান, বুজ) বুজ দি, অৱগত কৰ, to inform, কদ, বি. জ্ঞানী, বুজা; যেনে, জমা মানুহ; যাক জনা গৈছে ; যেনে, জনা কথা, knowing, known. জনা, স, শ, (সং. জন, মানুই) মান্যৱান তিৰৰ বা পুৰুষ ; ই সংখ্যা শব্দ বা মানুহ বা দেৱতা বুজোৱা সংজ্ঞা শব্দৰ পাচত থাকে; যেনে, এজনা ৰজা, ৰজা জনা, এজনা দেৱতা, দেৱত জন, respectable person or a god. জনাজনি, বি, { অং. জান্ বুজ ) অনেকে জনা, অনেকৰ আগত ব্যক্ত, publie. }