পৃষ্ঠা:হেমকোষ.pdf/৩৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪৯ জভীভুত। লৰি চৰি ফুৰা ; এতেকে জীৱ থকা, জীৱনৰ কাল) এটা চৰাই, সি সূৰ্যৰ moving, having motion, animated. সাথী অৰুণৰ পুতেক আছিল আৰু ৰাৱণে স, শ, জীৱ, জন্তু, an animated being সীতাক হৰি নিওঁতে যুজ কৰাত তাক ৰাৱাণে জঙ্গল, স. শ. (সং, জঙ্গম, জীয়া জন্তু} নির্জন বধ কৰিলে বুলি পুথিত লেখা আছে, ঠাই, হাবি, অৰণ্য, এতেকে (অসমীয়াত। According to the Ramayana, a bird সেউজ বৰণীয়া এবিধ মাটি, a desert, a who was the son of Violinu's bird wilderness, a substance of light Garudu. Others say he was a son blue colour. of Aruna. (Dowson). জঙ্ঘা, স. শ. (সং, গম, গতি কৰ) ঠে, জটিল, বি. (সং. জটা, পাক লগা চুলি) জটা- সৰু গাঁঠিৰ ওপৰ আৰু আঁঠুৰ নাম ভাগ, যুক্ত; জোট আঙ্গিবলৈ টান, ঢিলা the leg. . teta, having matted hair, difti. জজু, স, শ. ইং. জজ, সােধ ) বিচা- cult to solve, kuotty. ৰক, সােধাৰ, ঘাইকৈ মানুহৰ স্বত্ব বিষয়ৰ জঠ, বি. (সং. জঠ, টান মৰা) কেঁচ CAT* *citoy, a Judge. নােখােৱা, ঠঙ্গা, লন্দন নােহােৱা, stiff, জঞ্জাল, স. শ. (অং. জন্, মানুহ+ জাল, ot flexible. স. শ. গাৰ অঙ্গ লচ সমূহ; বং. জঞ্জাল, হুলস্থূল) বহুত মানুহ কৰিব নােৱৰা এবিধ ৰােগ, the palsy. গােট খােৱাত হােৱা হ'লম্বুল ; যেনে, জঠৰ, স. শ. (সং. জম্, খা) পেট, উদৰ, বিয়া--ঘৰত বৰ জাল ; কামৰ আধিক্য ; the belly. যেনে, আজি তেওঁৰ গাত জঞ্জাল ; আপদ, জঠৰঙ্খলা, স. শ. (সং. জঠৰ, পেট + জ্বল, কষ্ট, confusion caused by the পড়া) পেটৰ বেদনা, ভােকৰ পৰা হােৱা assemblage of a large number of $4, belly-acho, the pain of hunger. 1 persons; press of business; trouble, জঠৰযাতনা, স. শ. (সং. জঠৰ, পেট+ difficulty. যাতনা, ' দুখ ) সন্তানে গৰ্তত থাকোতে জটা, স, শ, {স, জটু, এডালৰ গাত আন পােৱা ক্লেশ, pain endured by the ভাল মেৰ খা) জট ; এডালৰ গাত আন child in the womb. ডাল মেৰ খোৱা চুলি বা শিপ, the জড়, বি. (সং. জল, গােট খা) অচেতন, matted hair of Shiva or of an | অজ্ঞান, সাৰ নথকা ; যেনে, কলিত ascetic; entangled roots. দেৱতাবিলাক জড় হৈছে ; জীৱহীন, জটাজুট, স. শসদাশিৱৰ বা সন্ন্যাসীৰ জট, devoid of sensibility; inanimato. matted hair as worn by Shiva or স. শ. নির্জীৱ বস্তু, কাঠ-শিল আদি, an ascetic. an inanimato thing. জটাধৰ, স, শ. (সং, জটা, আঁট ধু, জড়ত, গু. শ. অচৈতন্য, লৰচৰ কৰিব নােৱৰা জটাধাৰী, ধাৰণ কৰ) শিৱ, মহাদেৱ, TOT, insensibility, stiffness. জুটীয়া সন্ন্যাসী, a name of Shiva; a জড় পদার্থ, স. শ. (সং, জড়, জীৱহীন+ mendicant wearing matted liair. পদার্থ, বস্তু } জীৱ নথকা বক্স ; যেনে, জটামাংসী, স. শ. (সং, জটা, জোট খোৱা মাটি, শিল, গছ ইত্যাদি, an inanimate শিপা+ মাগী, এবিধ ক্ষুদ্ৰ গছ এবিধ thing. গছৰ সুগন্ধি fatory, the Indian ভূত, বি. (সং. জড়, অচেতন +ভূত, spikenard, Valeriana Jatamansi হােৱা সাৰ নথকা হােৱা, অচেতন বন্ধৰ (Haughton). নিচিনা হােৱা ; যেনে, কলিত দেৱতা- জটায়ু, স. শ. (সং, জটা, জটু+আয়ু, বিলাক জড়ীভূত হৈছে; যেনে, গীলগা