পৃষ্ঠা:হেমকোষ.pdf/৩৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জনাৰ্দন অপ। নাৰ্দন্, স. শ. (সং. জন, মনুষ্য+অৰ্শ, প্ৰাৰ্থনা) বিষ্ণু, পৰমেশ্বৰ (মনুষ্যে তেওঁক প্ৰাৰ্থনা কৰে }, a name of Vishnu; the Supreme Being, জনা-বুজা, বি. জ্ঞানী, বুজ পোৱা; যাক জনাশুনা, ভালকৈ জনা গৈছে, well-in- formed, well-known. জনী, স. শ. (অ. জুন শব্দৰ স্ত্ৰীলিঙ্গ) মানুহ বা জন্তুৰ মাইকী, ই পুংলিঙ্গ বুজোৱা শব্দৰ পাচত থাকি প্ৰীলিঙ্গ বুজায়; যেনে, মানুহ জনী, গৰুজনী, সংখ্যা শব্দৰ পাচত থাকিও সংজ্ঞা শব্দৰ স্ত্ৰীলিঙ্গ বুজায়; যেনে, এজনী মানুহ, গৰু দুজনী,a female, জনে জনে, ক্ৰি. বি. (অ. জন, মানুহ) গাই-পতি, প্ৰতি জনে, (ach (nian}, অঞ্জন, অনুক, সহীয়া ৰূপ, যোণ বা ঝন্‌ঝন, অলঙ্কাৰ লৰাত হোৱাৰ নিচিনা শব্দ, an imitative round used to cxpress the rattliny or tinkling of gold or silver coin, &c. জুনজননি, } স. শ. অলঙ্কাৰ বা টকাৰ শব্দ; ঝনঝননি, জলা বস্তু মুখত দিলে নাকৰ ভিতৰত ধৰা পোৰণি, a tinkling or jingling soul; a burning sensa- tion produced in the nostrils by any pungent thing . জনা, গ. ধ. টকা বা অলঙ্কাৰৰ দৰে ঝন্‌ঝনা, শব্দ কৰু, নাকত পোৰণি বোধ ক; যেনে, মূলা খাওঁতে নাকে জৰ্জনায়, to make a tinkling or rattling sound, to jingle; to have a hurn- ing sensation in the nostril. , জননীয়া,। বি. টকা বা অলঙ্কাৰৰ দৰে ঝনঝনীয়া, শব্দ কৰা, tinikling, jingling. ' জন্তু, স. শ. (সং. জন, ওপপ্ৰাণী, এই ভাৱত মানুহো জন্তু; কিন্তু প্ৰায়ে ই মানুহত বাজে অঙ্গ প্ৰাণীত হে খাটে, an animal, a living being. It is more usually applied to lower animals. জন্ম, স. শ. (সং, জ, ওপৰ্জ) উৎপতি, ওপজা কাৰ্য, birth, অ, ধা, ওপজ, উৎপন্ন হ, to be bora, জন্মতিথি, স. শ. (সং, জন্ম, ঐ+ তিথি, চন্দ্ৰৰ হাস বৃদ্ধিৰ ৩০ ভাগৰ এভাগ ) জন্মদিন, ওপজা দিন, হিন্দুবিলাকে ধৰ্ম্ম কাৰ্যত চন্দ্ৰৰ গতি অনুসৰি দিন গণে এতেকে জন্মৰ কাল গণাত বিখ নধৰি fefe *** Tu, a birth day. জন্ম-পত্ৰ, স, শ, { স. জন্ম, ওপজা+ পত্ৰ, কাকত } ওপজা তিথি আদি লিখি থোকা। কাকত, কোষ্ঠী, : moto of birth, at horoscope জন্মা, স. ধা, ওপজা, জন্ম দি, to give li t), কদ, স. জন্মাওঁ, (স্ত্ৰী) জন্মতী। জন্মান্তৰ, স. শ. {সং, জন্ম, ঐ + অন্তৰ, অন্য } এই জন্মব বাজে আন জন্ম, ইয়াৰ আগৰ বা পচৰ জন্ম, antlic state of existenee, a birth previous or sub- sequent to the present. জন্মান্ধ, স. শ. (সং. জন্মান্ধ-জন্ম, ওপজা। অন্ধ, কণা) উপজিবৰ পৰা কৃপা, oti who is blind from birth. জন্মৰধি, ক্ৰি. বি. (সং. জন্মাবধি --জন্ম, ওপজা+অৱধি, সীমা) জন্মকে সীমা কৰি, আজন্ম, উপজিবৰ পৰা, ever sil birth. জন্মাষ্টমী, স. শ. (সং. জন্মাষ্টমী - জন্ম, ওপজা+অষ্টমী, এক তিথি) কৃষ্ণ ওপজ। তিথি, ভাদ মাহৰ কৃষ্ণাষ্টমী, the eightli lunation in the dark half of the month of Bhadra, the birthrůny of Krixhina, জন্মিজয়, “জনমেজয়” চোৱা। জন্মোতা, কুদ, স. এপজেতা, a nati vli) is ljorn. (স্ত্ৰী) জন্মতী। প, স. বা. {সং. জপ, ধানি কৰ) মনে; মনে দেৱতাৰ নাম ল, মনে মনে আৰাধনা 74, to meditate, to prny inwardly. স, শ, মনে মনে কৰা দেৱতাৰ উপাসনা, মনে মনে মাল গুটি বা আঙ্গুলিত লেখি দেৱৰ নাম লোৱা কাৰ্য্য, muttering