পৃষ্ঠা:হেমকোষ.pdf/৩৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জমকা ৩৪৮ উৎপন্ন শােভা, lustre, beauty of color. . কৃমকা, অ, ধ, চকমকা, কান্তি কৰ, ঝমকা, উত্তম বৰ্ণৰ দ্বাৰা শােভা কৰ, to sparkle, to glitter. জমকীয়া, বি. চকমক কৰা, কান্তিযুক্ত, ঝকমকীয়া, উত্তম বৰ্ণৰ দ্বাৰা শশাভিত, sparkling. জখলা, স. শ. মানুহ ওপৰলৈ উঠিবৰ কাৰণে বাহ কাঠ আদিৰে কৰা খােপসমূহ, a lalder, steps. জখলা-খুপীয়া, বি. (অং. জখলা, ঐ + খুপীয়া, খােপযুক্ত জখলাৰ দৰে খোপ থকা, having notches or steps like a ladder, জ, অ, ধা. { সং.. জন, ওপজ ) জন্ম ল, ওপজ ; যেনে, গৰুৰ পােৱালী জগে, পােঙালীপা; যেনে, ছাগলী অগিছে(ইতৰ জস্থত মাথোন খাটে); পানীৰ তলৰ পৰা বাহিৰ হ; যেনে, বালি-চট জুগিছে, to be brought forth, to be delivered of young ( said of animals ). জগত্, স. শ, (সং. গ, গতি কক্ পৃথিবী আৰু তাত থকা অন্যান্য সমুদায় বন্ধু, ভুবন, মনুষ্যবর্গ (পৃথিৰীৰ গতি আছে এতেকে সেই নাম , the world, mali- kind. জগতৃপতি, স. শ. গতৰ ঈশ্বৰ, God. জগদম্বা, স. শ. (সং. জগৎ, মনুষ্যবর্গ+অস্বা, মাতা) দুর্গা, a name of Durga. জগদাধৰ, স. শ. (সং. জগৎ, পৃথিবী+ আধাৰ, ধৰোতা) ঈশ্বৰ, পৃথিবী পালন metel, God, Supporter of the uni- জগন্নাথ, স. শ. ( সৎ, জগৎ, পৃথিবী+নাথ, গৰাকী) পৰমেশ্বৰ ; বিষ্ণু, উড়িষ্যা দেশৰ প্রধান মন্দিৰত থকা মূর্তি, the Supreme Being; Vishnu, the celebrated idol in the temple of Orissa. জগৰ, স, শ, অপৰাধ, দাই, দোষ, a fault, a crime, an offence. জগৰীয়া, বি. জগৰ কৰা, অপৰাধী; দোষা- ৰােপ হােৱা, guilty, faulty, accused. স. শ. জগৰ কৰা সভা, দোষাৰােপ হাের fare, a guilty or an accused man. { স্ত্রী) জগৰীয়ানী । জগলু, স. শ. (সং, জগল, ফটিকা কৰিবলৈ কৰা ৰস) মদব গেদ বা অসাৰ ভাগ, the dregs of liqnor. . জগ, স, ধা. {সং, জাগৃ, সাৰ পা, হিং, জগানা, সাৰ পােৱা) টোপনিৰ পৰা তল, সাৰ cal, to awaken. জগ, স. বা. { অং. জগ, জন্ম ল) জন্ম দি, পােৱালি উৎপন্ন কৰু, to bring forth, to produce (said of animals). জগাওঁতা, কদ, স, সাৰ পােৱাওঁত বা জন্তুক u faršo, a man wiio awakens people or who assists animals in bringing forth young. (1) #tat জগাকা, স. শ. ( অং. জগা, পানীৰ তলৰ পৰা বাহিৰ হােৱা + কাঠ, কা) নৈৰ পানীত বহু দিন পৰি থাকি পচি কলা হােৱা কাঠ, তাক নৈৰ বালিত পােৱা যায়, wood long-submerged and rotten, found on the river side. জগমােহন, স. শ, {সং. জগন্মােহন, গতক মােহ। অর্থাৎ বৰ শুৱনি) দেৱালৰ আগ ফালে ৰ গাত লগাই সজা সৰু মন্দিৰ, il portico of a temple. জঘন্, স. শ. (সং. হন, গতি কৰ কঁকালৰ

  1. tfs Etsy, the hip and loin.

জঘন্য, বি. (সং. জঘন, কঁকাল, কঁকালৰৰ তল, অর্থাৎ অধম অঙ্গ) অধম, মন্দ, নীচ, 74 CTH4, low, vile, worst. জঙ্গম, বি. (সং, গম, গতি কৰ) গতি কৰা, verse. জগদীশ, } স. শ. (সৎ, জগৎ, পৃথিবী+ জগদীশ্বৰ, ঈশ,ঈশ্বৰ, অধিকাৰ) পৰমেশ্বৰ, God. জম্বাশ্রী, স. শ. {সং. জগৎ, মনুষ্য সকল + ধাত্রী, ধাই। দুৰ্গাৰ এক ৰূপ, কাতি মাহত তেওঁৰ পূজা হয়, a form of Durga wor- shipped in the month of Kartic.