পৃষ্ঠা:হেমকোষ.pdf/৩৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

389 জকুমকনি which, in order that their etymo- logy may not be obscured, ought to he written with 3, though practice is opposed to this. Such words are spelt below in both ways. ঈ, স. শ. {সং. ঐটা, উট) চৰাইৰ মূৰৰ পিয় পাখি ; যেনে, মৈৰাৰ জঁ ; কুকুৰাৰ মূৰৰ ৰঙ্গা ছাল ; কোনো কোনাে পােকৰ মূৰত থকা দীঘল নােম বা শি, the erest of a birit, a coxcoinb). জই, বি. লেবেলা, গছ আদিৰ দৰে অলপ শুকোৱা, লাজত মলিন হােৱা; ইয়াৰ পাচত সদায় “পৰ " ধাতুৰ ক্রিয়া থাকে ; যেনে, গছ জোপা জই পৰিছে; অখ্যাতিৰ কথা শুনিলে ভদ্রলােক জই পাৰে, withered, abashed. উইন, স. শ. (সং. জন, উৎপন্ন হ} ৰােগৰ কাৰণ বা মূল ; যেনে, জইন নমৰিলে ৰােগ 5176 58, the cause of a discase. জ, স, শ. {হিং. কখন, বলিয়াৰ দৰে কথা ক} অকস্মাত উঠা খৎ, বলিয়ালি, জই, a suullen fit of anger or mariness, frenzy. আ. ধ. খঙ্গেবে জলি উঠ, বলিয়া উঠ ; যেনে, জঁকিছে, to be angry, to be in a hit of madness. জ্বক উঠ, অঙ্গেবে জলি উঠ, to be suddenly angry, to be seized with a fit of madness. অঁকা, স. শ. (সং. কঙ্কাল, হাড়বিলাকৰ দ্বাৰা কৰা জীবজন্তুৰ আকৃতি) ছাল-মঙ্গহ গুচি মানুহ বা জন্তুৰ আকৃতিৰে থকা হাড়- fata, a skeleton. জক, স, ধা. (অং. অঁকৃ, খ, হ, বলিয়া উঠ) খং তােল, বলিয়ালি উগ দিয়া, t) provoke, to cause to be seized with madness. FF. A. garšo), (*) জাতী। ঈকাল, বি. (অং. ক, খ) খাল, ভতা- লিকে ধং উঠা, of an angry temper, frantic. আঁকিয়া, অ. . (অৎ, ঔ, খৎ} শিয়ৰি উঠ, জিকাৰ খা' (গাৰ মােমত খাটে); পানীৰ ওপৰলৈ উঠি জঁপিয়া ( সৰু মাছৰ জাকত খাটে); যেনে, মাছৰ পােনাই fute, to stand erect as hair on the body; to leap on the surface of water as a shoal of fish. অঁটু, স. শ. (সং. জটা, গাঁঠি লগা চুলি) নফণীওৱাৰ কাৰণে গাঁঠি লাগি একে লগ eta ga, matted hair. জটলা, বি. (অং. জট, ঐ) জট লগা, আউল হৈ গাঠি লগ; যেনে, জটলা চুলি ; এডা- লৰ গাত আন ভাল লগা; যেনে, জটলা বাহ, জট লগা চুলিযুক্ত; যেনে, জটলা 12 ay tas, tangled, iutertwined, as hair or cane, leaving tangled hair. (স্ত্রী) জটলী। আঁট লাগ, আউল হৈ গাঁঠি লাখ { চুলিত 100), to be tangled as the hair. জুটীয়া, বি. জটযুক্ত, fiaving unatted fair, পৰা, বি. ( অৎ, জ্বাপৰ, পৰিষ্কাৰ নকৰা চুলি) জাপৰ থকা, চুলি নফণীওৱা বা

  • Apal, having uncombed or

untimed hair. (স্ত্রী) জাপৰী। জ, স. শ. (অং, জাপ, কাপোৰ সামৰু ) কাপােৰ সামৰি থােৱা বাঁহৰ সঁজুলি, a Covered bamboo basket. 7. 41 কেঁাচাই বা মােটোকাই চক্ ; যেনে, চকু জপাওঁ, দুৱাৰ পাওঁ, to close, to shut. জপিয়া, অ, ধা. (অং. জাপ, ডেও) ভেও ঝপিয়া, মাৰ, to leap, to jump. জকা, স, শ, (সং. জ তোজন ক) ভাত বন্ধু ডাৰ ধাতুব পাত্র, a large netal- lic cooking or water pot, জকাই, স, শ, * জাকৈ” চোৱা। জজকীয়া, বি. ওলাই থকা, স্পষ্ট, plainly visible. জম, স, শ, (বং ঝকম, কান্তি ) ঝম, বৰ্ণৰ শশা বা উজ্জ্বলতা, কাপ্তি, brightuess or beauty of color. জমকনি, স, শ, চমকনি, কান্তি, অনেক ঝকৃমকনি, { উত্তম বর্ণ একত্ৰ হোৱাত }