পৃষ্ঠা:হেমকোষ.pdf/৩৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেনা ৩ঃ ৬ টকৌ পাতেৰে ছােৱা ছাৰ পাচিৰ ঢাকর্মী, the covering for a basket in wbich travellers carry their provisions, &c. ছছ, স. বা. (হি. ছােনা, বং, ছু, স্পর্শ কৰ) স্পর্শ কৰু, হাত বা গাৰ কোনো এভাগ অলপকৈ লগা, to toucla. ছে, স. শ. (সং. ছায়া, আকৃতি ) বাঁহৰ কাঠী আদিৰে সাজি বৰণ দি ভাৱনাত উলিওৱা মানুহ বা উস্তুৰ আকৃতি, a mask in which an actor appears al i dramatical perforinance. ছো-ঘৰ, স, শ, নাত ভাও-লওঁবিলাকে 19 01 7, a room in which actors dress themselves, a groenroou. ছােৱালী, ল, শ, (হিং. ছাৱাল, লৰা) বালিকা, কুমাৰী, a young unmarried git]. পূর্বে “ছৱালী” লিখা হৈছিল; যেনে, নইলে ধৰি মৰন্ত ছৱালী "-- ছেনা, স. শ. ( স. ছেদ, কাট) সােপাৰিয়ে সােণ ৰূপ কটা সৰু বটালীৰ নিচিনা এবিধ অ, তেজ-কট এবিধ অস্ত্র, দীঘলে ফালি শুকোৱা মাছ বা মঙ্গহ, ভলীয় সােণ বা 79, a chisel for cuttiny metal, a blood-letting instrument

fish or flesh dried in strips, a long piece of gold or silver. , নাে, স. শ. (বৎ. ছান, গােট মৰ গাখীৰ) টেঙ্গাদি দৈ কৰ গাখীৰ, curd. ছেন, অ, ধা. (অং. ছেনা, তেজ কটা অস্ত্র ) CENTC +04, to pierce with a blood-letting instrument or lanret. ছেমাহী, স. শ. ( যাৎ ছে, তিনি + মাই, ৩০ দিন ) তিনি মহীয়া হিচাব, a quarterly account, ছে, বি. ( হিং. ছােড়ন, বং, ছাড়ন, ত্যাগ কৰা। এৰি যােৱা, শস্য তুলি নিয়াৰ পাচত পথাৰত থকা, left, left cliiticl in the field after the crop has been gathered. ছেৰা বােটল, পথাৰত এৰ শস্য সংগ্রহ কর ; এতেকে ভাল ভাগ নি বেয়া বুলি এৰি যে ভাগ চপ, to gea. ছে-বেনা, । বি. (সং. ছিন্ন-ভিন্ন ) ঠাই ছেৰেলি-বেৰেলি, ঠাই হােৱা ; steattered. ছে, স. শ. ( অং. ছাল, চর্ম) লিঙ্গৰ মূৰৰ ছাল, the prepice. অ, ধ, ছেল খা, faya , to fail, to be frustrated. ছেল খা, নিস্থল হ, অসিদ্ধ হ; যেনে, সেই কথা ছেল খালে, to fail, to the frustrateit. ছেলা, স. ধা. ছাল গুচা, বখলিয়া, to skin, to peel, কদ, স. ছেলাওঁতা, (স্ত্রী) ছেলান্তী। ছৈ, স. শ(সং. ছদি, ঘৰৰ চাল ) নাৱৰ চাল, নাৱৰ ঢাকনী ; দোলাৰ ঢাকনী,

  • the covering of a boat or a Dola.

“ ঢাপৰ চোৰ্ধা। ছৈপিঠীয়া, স. শ. (অং. ছৈ, ঐ+পিঠীয়া, ভাৰ চিৰ ঢাকনী) নাওৰ ছৈৰ দৰে ছােহাৰ, । স. শ. {হিং. বং ছুহাৰ, এবিধ ছােহােৰা, ফল) শুকান খাজুৰৰ ফল, a dried date. জ, ঝ। জ, ঝ, বাঞ্জনবিলাকৰ আঠ আৰু ন আখৰ; প্ৰথমটোত ই যােগ কৰিলে দ্বিতীয়টোৰ উচ্চাৰণ পােৱা যায়, কিন্তু যদিও অলপ অসমীয়া মানুহে মাথোন ভাক সেইৰূপে উচ্চাৰণ কৰে আৰু লেখাতো ভাৰ সলনি প্রায়ে প্রথমটো। হে ব্যৱহৃত হয়, তথাপি মূল অনুসৰি অনেক শব্দত তাৰ ব্যৱহাৰ হােৱা উচিত, এতেকে তেনেবিলাক শব্দ উলত দুয়ে। প্রকাৰে লিখা গল, the eighth and ninth letters of the , Consonants, the second is the as- pirate of the first, and corresponds in power to Jh; but few Assameso pronounce it as an aspirate, or use it in writing, the # beivg, in almost all cases, substituted for it. There are however certain words 0