পৃষ্ঠা:হেমকোষ.pdf/৩৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হিপ্তাল ৩৪ঃ extfit, a snare for a bird ; a piece of ওচৰত এনে ভাৱে ধৰিছে যে, তাৰ পৰা split bamboo bent and tied in the ওলােৱা তেজবিলাক মুখত পৰিছে, a form of the above. form of Kali with her head cut ছিল, স. শ. “ছিল” চোৱা। off and drinking her own blood ছিদা, বি. (সং, ছি, কাটু) শেষ নিশ্চয় (Haughton). কৰা, অলৰ ; যেনে, এই কথা ছিদাং, ছিপ, অ. . ( হিং, ছিপানা, গােপন 1 I finally determined, unalterable, কৰ } কওঁতে কথা লুকাবলৈ চেষ্টাক, to conclusive. prevaricate. ছিদংকৈ, ক্রি. বি. নিশ্চয়ৰূপে, শেষৰূপে, ছি, স, ধ. (সং. ছিদ, কাট, বং. চিৰু, ফাল। certainly, conclusively. tay, to tear, to rend. 9. f. cotey ছিদিৰ, স, শ, (সং. ছিদ্র, দোষ ) ভূতৰ বস্তুৰ আগেৰে দিয়া আঁক, ফাটু, a rent, পড়, ভূতে পােৱা অৱস্থা (এই শব্দ কাম- an opening madlo with a shart ৰূপত প্রচলিত ), devil (Kamrupi). instrument. ছিদিৰীয়া, বি. ভূতে পােরা, ভূতে ধৰা, ছিৰলী, । বি. ফটা, তেতেলীপতীয়া, possessed of an evil spirit. feitu, S torn, rent, fringe like. ছিদ্র, স. শ. {স. ছিদ, ভেদন কৰু, কাট। ছিৰী, স. শ. (অং. ছিৰ, ঐ } তাতৰ মৃতাৰ বিন্ধা, ৰন্ধ্র, জগৰ, দাই, দোষ ; কোননা মাজত সুমােৱা চেপেটা ধাহ, a flat লােকৰ অহিত কৰিবৰ সুচল ; যেনে, rod used in a native loom. শত্ৰুৱে ছিদ্র বিচাৰে, a hole; a fault ; ছিহ, “ছিঃ” চোৱা । an opportunity of doing mischief ; ছুট, অ, ধা, (হিং. ছুটনা, বং, ছুটন, a defect. বেগাই যা বা পলা) লৰ দি, to run. ছিদ্রান্বেষক, স. শ. (সৎ, ছিদ্র, পায় । ছুটিয়া শালিকা, এবিধ কলা শালিকা, a ছিদ্রান্বেষী, অন্বেষক, বিচাৰো) লােকৰ kind of bird of the raina species. দোষ বিচাৰোতা, লােকৰ অহিত কৰিবৰ চুটী, স. শ. ( হিং. বং. ছুটী, ছুট, বেগাই 26 fastcatul, one who looks for a যা) কামৰ পৰা লােৱা বিদায়, leave of fault in another; one who seeks an absenve. opportunity of injuring another. . ছুৰী, স. শ. (সং. চুৰ, কাটু) সৰু কটাৰী, ছি-জো। স. শ. { বং. ছানা, পােৱালি a knife. ছেনি-জোক্ বা সৰু + জোক, এবিধ ছে, স, ধা. (সং. ছেদ, কাটু কাটু, দুই বা বহু কে) এবিধ সৰু বামৰ লোক বা খণ্ড কৰ, to ent into picces, to cut off. তেজ-পিয়া পােক, the land leech. ছেই, ভা, অ, { অং. ছিঃ, ঘৃণা বুজোৱা ছিন্ন, কপ, বি. (সং. ছি, ছেদন ক, কাটু) মাত) কুকুৰ থেধোৱা মাত, a word কটা, ছেদন কৰা, cut, severed, used in driving away a dog. ছিন্ন-ভিন্ন, বি. (সং. ছিঃ, ঐ+ ভিন্ন, পৃথকৃ) ছে, স.. শ. (সং. ছেদ, খণ্ড) কাঠ-বাঁহ আদি অনেক ঠাইত ব্যাপ্ত, ঠাই ঠাই হােৱা ; কাটি ভাগ কৰা এড়ােখৰ, খ; যেনে, নষ্ট, উচ্ছন্ন, scattered about, dis- এছেও বাঁহ, নাচনৰ মাৰ ছে; যেনে, persed, ruined, desolated. নাচনিয়াৰে ছেও থয়, হস্তৰ ঠাৰিত পিন্ধা ছিন্নমূস্তা, স. শ. (সং. ছিন্ন, কটা+ মস্তক, এবিধ অলঙ্কাৰ, ইয়াক ছেও-মণিও ” মূৰ দুৰ্গাৰ এক আকৃতি, সেই আকাৰক catari , & piece of bamboo, &c., এই ৰূপে চিত্ৰ কৰা যায় যে, তেওঁ cut off ; tomporary cessation in a আপােনাৰ মূৰটো আপুনি কাটি ভিঙ্গি dance.